বিদ্ৰোহৰ অগনি নিৰ্বাপণৰ দিশে কাৰ্বিভূমি। ভংগ হ’ল বিদ্ৰোহী সংগঠন KPLT। পোছাক জ্বলাই বিলীন হ’ল মূলসুঁতিত।