মহিলা নিৰ্যাতনকাৰীৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী। কঠোৰ নিৰ্দেশক কেৰেপ নকৰে একাংশ আৰক্ষীয়ে। মৰাণত এগৰাকী মহিলাক অশ্লীল গালি আৰক্ষীৰ।