• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতিমাত্ৰা চাহ বা কফি সেৱনে বিপদ মাতিব পাৰে আপোনাৰ স্বাস্থ্যলৈ

অতিমাত্ৰা চাহ বা কফি সেৱনে বিপদ মাতিব পাৰে আপোনাৰ স্বাস্থ্যলৈ

5 years ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

4 minutes ago
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

26 minutes ago
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

1 hour ago
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

2 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

2 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

5 hours ago
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

6 hours ago
চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

7 hours ago
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

8 hours ago
বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

9 hours ago
বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

10 hours ago
এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অতিমাত্ৰা চাহ বা কফি সেৱনে বিপদ মাতিব পাৰে আপোনাৰ স্বাস্থ্যলৈ

editor by editor
September 29, 2021
in অসম, খাদ্য, গুৱাহাটী, জীৱনশৈলী, বিবিধ, স্বাস্থ্য
0
অতিমাত্ৰা চাহ বা কফি সেৱনে বিপদ মাতিব পাৰে আপোনাৰ স্বাস্থ্যলৈ
0
SHARES
80
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ একাপ চাহ বা কফিৰেই প্ৰায় সংখ্যক লোকৰ দিনটোৰ আৰম্ভণি হয়৷ চাহ সেৱন কৰা অসমৰ অন্যতম সংস্কৃতি৷ অতিথি আপ্যায়নৰ ক্ষেত্ৰত চাহৰ ভূমিকা অন্যতম৷ দিনটোৰ অৱসাদখিনি দূৰ কৰাৰ লগতে দেহ-মন সতেজ কৰি ৰাখে চাহ কাপে৷ কিন্তু অত্যাধিক চাহ বা কফি সেৱণ কৰাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক৷ আপুনি জানেনে অত্যাধিক চাহ-কফি সেৱন কৰাৰ ফলত শৰীৰত কি কি সমস্যাই দেখা দিব পাৰে? অধিক চাহ-কফি সেৱন কৰিলে দেহত কেইবাটাও উপসৰ্গই দেখা দিয়ে৷ সেইসমূহ হৈছে—

  • শৰীৰত কেফেইনৰ মাত্ৰা বাঢ়ি গ’লে আচৰণৰ ক্ষেত্ৰত পৰিৱৰ্তন আহিব পাৰে৷ চাহ-কফি মাত্ৰাধিক পৰিমানত গ্ৰহণ কৰিলে শৰীৰত ইয়াৰ পৰিমাণ বৃদ্ধি পায়, যাৰ ফলত ব্যক্তিগৰাকীৰ আচৰণ অস্থিৰ হৈ পৰিব পাৰে৷
  • সঘনাই চাহ বা কফি খালে বিৰক্তিভাৱ বা উদ্বেগ বৃদ্ধি কৰে৷
  • অত্যাধিক চাহ-কফি খোৱাৰ ফলত দোহৰ তাপমাত্ৰা বৃদ্ধি পাব পাৰে৷ এনেদৰে তাপমাত্ৰা বৃদ্ধি পোৱাটো স্বাস্থ্যৰ বাবে অনুকূল নহয়৷
  • চাহ বা কফি বেছিকৈ খালে শ্বাস-প্ৰশ্বাসজনিত সমস্যাই দেখা দিব পাৰে৷
  • চাহ আৰু কফি বেছিকৈ সেৱন কৰিলে বুকুৰ বিষ অনুভৱ কৰাৰ লগতে কেতিয়াবা বমি আদিও হ’ব পাৰে৷
  • গৱেষকৰ মতে, দিনটোত দুই বা তিনিকাপ চাহ সেৱন কৰা উচিত৷ ইয়াতকৈ বেছিকৈ গ্ৰহণ কৰাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24health tips
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

June 20, 2026
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

June 20, 2026
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত
বাণিজ্য

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

June 20, 2026
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!
জীৱনশৈলী

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

June 20, 2026
Next Post
নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীৰ বাবে সু-খবৰ আনিলে ৰাজ্য চৰকাৰে, শীঘ্ৰেই মুকলি কৰিব প্ৰাপ্য ৫৭০ কোটি টকা

নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীৰ বাবে সু-খবৰ আনিলে ৰাজ্য চৰকাৰে, শীঘ্ৰেই মুকলি কৰিব প্ৰাপ্য ৫৭০ কোটি টকা

হোৱাটচএপে শীঘ্ৰেই আনিব মাল্টি-ডিভাইচ চাপ’ৰ্ট ফীচাৰ, এটা একাউণ্ট ব্যৱহাৰ কৰিব পাৰিব ২টাকৈ ডিভাইচত

হোৱাটচএপে শীঘ্ৰেই আনিব মাল্টি-ডিভাইচ চাপ’ৰ্ট ফীচাৰ, এটা একাউণ্ট ব্যৱহাৰ কৰিব পাৰিব ২টাকৈ ডিভাইচত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.