• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰে পৰা সলনি হ’ব বহু নিয়ম৷ চিলিণ্ডাৰ, পেমেণ্ট, চেকবুকৰ সৈতে জড়িত কি কি নিয়ম পৰিৱৰ্তন হ’ব?

আজিৰে পৰা সলনি হ’ব বহু নিয়ম৷ চিলিণ্ডাৰ, পেমেণ্ট, চেকবুকৰ সৈতে জড়িত কি কি নিয়ম পৰিৱৰ্তন হ’ব?

5 years ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

6 minutes ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

36 minutes ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

1 hour ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

2 hours ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

2 hours ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

3 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

4 hours ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

4 hours ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

5 hours ago
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

6 hours ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

15 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আজিৰে পৰা সলনি হ’ব বহু নিয়ম৷ চিলিণ্ডাৰ, পেমেণ্ট, চেকবুকৰ সৈতে জড়িত কি কি নিয়ম পৰিৱৰ্তন হ’ব?

editor by editor
October 1, 2021
in অসম, গুৱাহাটী, ভাৰত
0
আজিৰে পৰা সলনি হ’ব বহু নিয়ম৷ চিলিণ্ডাৰ, পেমেণ্ট, চেকবুকৰ সৈতে জড়িত কি কি নিয়ম পৰিৱৰ্তন হ’ব?
0
SHARES
147
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ আজি ১ অক্টোবৰ৷ আজিৰে পৰা সলনি হ’ব বহু নিয়ম৷ প্ৰভাৱ পৰিব আপোনাৰ দৈনন্দিন জীৱনত৷ অক্টোবৰৰ প্ৰথম দিনটোৰ পৰাই সলনি হ’ব LPG ৰ দাম, পেঞ্চনৰ নিয়ম, ডেবিট আৰু ক্ৰেডিট কাৰ্ডৰ বহু নিয়ম৷ জানক কি কি সলনি হ’ব—

পেঞ্চনঃ আজিৰে পৰা পৰিৱৰ্তন হ’ব ডিজিটেল লাইফৰ সৈতে সম্বন্ধীত বহু নিয়মৰ ৷ ৮০ৰ ঊৰ্ধ্বৰ পেঞ্চনাৰ সকলে নিজৰ ‘লাইফ চাৰ্টিফিকেট’ জমা দিব লাগিব ডাকঘৰত৷ ৩০ নবেম্বৰলৈ সময়সীমা বান্ধি দিছে চৰকাৰে৷ যদি জীৱন প্ৰমাণ কেন্দ্ৰৰ আইডি বন্ধ হৈছে তেন্তে নিৰ্দিষ্ট সময়ৰ ভিতৰত সক্ৰিয় কৰিবলৈও নিৰ্দেশ দিছে ডাকঘৰসমূহক৷

চেকবুকঃ আজিৰে পৰা অবৈধ হ’ব ইউনাইটেড বেংক অৱ ইণ্ডিয়া, অৰিয়েণ্টেল বেংক অৱ কমাৰ্চ আৰু এলাহাবাদ বেংকৰ চেকবুক আৰু MICR কোড৷ কাৰণ এইসমূহ বেংকক অন্য বেংকৰ সৈতে একত্ৰীকৰণ কৰা হৈছে৷ গতিকে ব্যক্তিৰ একাউণ্ট নম্বৰ, IFSC আৰু MICR নম্বৰ সলনি হ’ব৷

ক্ৰেডিট আৰু ডেবিট কাৰ্ডঃ আজিৰে পৰা নিৰ্ধাৰিত সময়লৈ বন্ধ থাকিব এটো ডেবিট পদ্ধতি৷ নিয়ম অনুসৰি, অটো ডেবিট পেমেণ্টৰ বাবে গ্ৰাহকে বেংকলৈ ন’টিফিকেচন পঠিয়াব লাগিব৷ বেংকে অইসমূহ নিশ্চিত কৰাৰ পাছতে গ্ৰাহকৰ এটো ডেবিট পদ্ধতি পুনৰ সক্ৰিয় হ’ব৷ এছএমএছ অথবা মেইলৰ জৰিয়তে ২৪ ঘণ্টাৰ ভিতৰত ন’টিফিকেচনসমূহ পঠিয়াব লাগিব৷

দাম বৃদ্ধি হ’ব চিলিণ্ডাৰৰঃ আন্তঃৰাষ্ট্ৰীয় স্তৰত খাৰুৱা তেলৰ দাম বৃদ্ধি হোৱাৰ বাবে অক্টোবৰ মাহত চিলিণ্ডাৰৰ দাম বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷ সম্প্ৰতি আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম ৮০ মাৰ্কিন ডলাৰ৷ চিলিণ্ডাৰৰ উপৰি পেট্ৰ’ল আৰু ডিজেলৰ দাম অক্টোবৰ মাবত পুনৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷

মিউচুৱেল ফাণ্ড ইনভেষ্টমেণ্টঃ আজিৰে পৰা সলনি হ’ব মিউচুৱেল ফাণ্ড ইনভেষ্টমেণ্টৰ কৰ্মচাৰীৰ নিয়ম৷ মিউচুৱেল ফাণ্ড হাউচ আৰু মেনেজমেণ্টৰ কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব এই নিয়ম৷ কোম্পানীৰ কনিষ্ঠ কৰ্মচাৰীয়ে দৰমহাৰ ১০ শতাংশ মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিব লাগিব৷

আজিৰে পৰা ফুড বিলত FSSAI পঞ্জীয়ন নম্বৰ লিখাটো বাধ্যতামূলক৷

আজিৰে পৰা এটিএম আৰু ডেবিট কাৰ্ড ব্যৱহাৰকাৰীয়ে সেৱাৰ বাবে বেংকক দিব লাগিব ১২৫ টকাকৈ৷

এছএমএচ এলাৰ্টৰ বাবে জিএছটি সহ ভৰিব লাগিব ১২ টকা৷

এটিএম কাৰ্ড হেৰালে অন্য ডেবিট কাৰ্ড লাভ কৰিবলৈ ৩০০ টকাৰ লগতে জিএচটি ভৰিব লাগিব৷

যদি টিএমএম পিন হেৰায়, তেন্তে ডুপ্লিকেট পিনৰ বাবে ৫০ টকা আৰু জিএচটি ভৰিব লাগিব৷

চেভিংচ একাউণ্টত জমা কৰা ধনৰ পৰিমাণ নিৰ্দিষ্ট পৰিমানতকৈ কম হ’লে ট্ৰানজেকচনৰ নিম্নমানৰ হ’লে গ্ৰাহকে ভৰিব লাগিব ২০ টকা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24bank rulesnew rule implement
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!
বিবিধ

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

October 7, 2026
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক
বিবিধ

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

October 7, 2026
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা
অপৰাধ

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

October 7, 2026
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত
জীৱনশৈলী

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

October 7, 2026
Next Post
কি হ’ব মৰিয়নিৰ ৰাজনৈতিক ভৱিষ্যত? বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী অবিহনে অসম্ভৱ হ’ব বিজেপিক প্ৰতিহত কৰা

কি হ’ব মৰিয়নিৰ ৰাজনৈতিক ভৱিষ্যত? বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী অবিহনে অসম্ভৱ হ’ব বিজেপিক প্ৰতিহত কৰা

চহিদক অপমান! বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে গোচৰ ৰুজু, পুত্তলিকা দাহ

চহিদক অপমান! বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে গোচৰ ৰুজু, পুত্তলিকা দাহ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.