ভতিজাকহঁতৰ নখ উভালি পেলালে বৰদেউতাক-বৰমাকে। গাত লগাই দিয়ে তপত লোহা। পঢ়ুৱাবলৈ নি ভতিজাকহঁতক কৰিলে বনকৰা।