শাৰদীয় দুৰ্গোৎসৱৰ আনন্দৰ মাজতে শোকাৱহ পথ দুৰ্ঘটনা। ৰুদ্ৰসাগৰ মানকাটাৰ এটা পুখুৰীত বাগৰিল এখন ছুইফট ডিজায়াৰ।