• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যান-বাহনৰ অনাদায় কৰ আদায়ৰ অন্তিম দিন ৩১ ডিচেম্বৰ, আজিৰেপৰা পৰিবহন বিভাগৰ বিশেষ অভিযান

যান-বাহনৰ অনাদায় কৰ আদায়ৰ অন্তিম দিন ৩১ ডিচেম্বৰ, আজিৰেপৰা পৰিবহন বিভাগৰ বিশেষ অভিযান

5 years ago
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

9 minutes ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

17 minutes ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

27 minutes ago
কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

1 hour ago
সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

2 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

3 hours ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

4 hours ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

5 hours ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

5 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

6 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

7 hours ago
এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

যান-বাহনৰ অনাদায় কৰ আদায়ৰ অন্তিম দিন ৩১ ডিচেম্বৰ, আজিৰেপৰা পৰিবহন বিভাগৰ বিশেষ অভিযান

editor by editor
December 1, 2021
in অসম, গুৱাহাটী, ভাৰত
0
যান-বাহনৰ অনাদায় কৰ আদায়ৰ অন্তিম দিন ৩১ ডিচেম্বৰ, আজিৰেপৰা পৰিবহন বিভাগৰ বিশেষ অভিযান
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ আজিৰে পৰা অনাদায় যান-বাহন কৰৰ বিৰুদ্ধে পৰিবহন বিভাগৰ বিশেষ অভিযান৷ পৰিবহন বিভাগক যাৱতীয় কৰ আদায় নিদিয়াকৈ অবৈধভাৱে ৰাজপথত চলা সকলো বাহনৰ বিৰুদ্ধে কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগে আৰম্ভ কৰিছে এই অভিযান৷ শীঘ্ৰে নথি পত্ৰৰ পৰীক্ষণ তথা নবীকৰণৰ আহ্বান জনাইছে যান-বাহনৰগৰাকীক৷  সংবাদ মাধ্যমৰ জৰিয়তে বহুবাৰ আৱেদন জনোৱা স্বত্বেও বহু যান বাহনৰ গৰাকীয়ে আদায় দিয়া নাই ৰাজহ৷ কোভিড পৰিস্থিতি স্বাভাৱিক হোৱাৰ পাছত ৰাজহ আদায়ৰ বাবে ৭ বাৰকৈ সময়সীমা বান্ধি দিছিল কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰালয়ে৷ বকেয়াসহ অনাদায় কৰ আদায় দিবৰ বাবে শেষবাৰৰ বাবে ৩০ নৱেম্বৰৰ সময়সীমা নিৰ্ধাৰণ কৰিছিল সহকাৰী পৰিবহন আয়ুক্ত গৌতম দাসে৷ তাৰ পাছতো কোনো কানসাৰ নিদিয়াত বিভাগীয় ঊৰ্ধতন কৰ্তৃপক্ষৰ নিৰ্দেশনা অনুসৰি ৩১ ডিচেম্বৰলৈ পুনৰ বৃদ্ধি কৰিছে কৰ আদায়ৰ দিন৷ অন্যথা যান-বাহনৰ গৰাকীয়ে অতিৰিক্ত জৰিমনা ভৰিব লাগিব বুলিও উল্লেখ কৰে সংশ্লিষ্ট কৰ্তৃপক্ষই৷ ইফালে, আজিৰে পৰা সমগ্ৰ ৰাজ্যত প্ৰযোজ্য হৈছে পৰিবহন আইনৰ নতুন নিয়ম। হেলমেট পৰিধান কৰি বাইক চলোৱাৰ লগতে আজিৰেপৰা বাইক আৰোহীয়েও পৰিধান কৰিব লাগিব হেলমেট৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24astcaxom live 24Best Assamese News Channel
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?
অসম

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

August 18, 2026
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি
অসম

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

August 18, 2026
এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?
বিনোদন

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

August 18, 2026
৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত
জীৱনশৈলী

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

August 18, 2026
Next Post
এক সুখবৰ! আজি মাজনিশাৰে পৰা হ্ৰাস পাব পেট্ৰ’লৰ দাম

এক সুখবৰ! আজি মাজনিশাৰে পৰা হ্ৰাস পাব পেট্ৰ’লৰ দাম

অমিক্ৰণক লৈ আশংকা! ১৫ ডিচেম্বৰৰ পৰা বাতিল আন্তঃৰাষ্ট্ৰীয় বিমান চলাচল

অমিক্ৰণক লৈ আশংকা! ১৫ ডিচেম্বৰৰ পৰা বাতিল আন্তঃৰাষ্ট্ৰীয় বিমান চলাচল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.