অসম লাইভ ২৪ঃ মূল্যবৃদ্ধিৰ মাজতে এক সুখবৰ৷ আজি মাজনিশাৰে পৰা হ্ৰাস পাব পেট্ৰ’লৰ দাম৷ প্ৰতিলিটাৰ পেট্ৰ’লত কমিব ৮ টকাকৈ৷ পূৰ্ব ৩০ শতাংশৰ পৰিৱৰ্তে এতিয়াৰে পৰা প্ৰজোয্য হ’ব ১৯.৪০ শতাংশ ভেট৷ বুধবাৰে মাজনিশাৰ পৰা প্ৰজোয্য হ’ব এই নতুন নিৰিখ৷ পেট্ৰ’লত আৰোপিত ভেট হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হৈছে কেন্দ্ৰই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ