• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘অমিক্ৰণ ডেল্টাতকৈ অধিক সংক্ৰমণযোগ্য কিন্তু মাৰাত্মক নহয়’- WHO

‘অমিক্ৰণ ডেল্টাতকৈ অধিক সংক্ৰমণযোগ্য কিন্তু মাৰাত্মক নহয়’- WHO

5 years ago
ৰে’লৰ শেষৰটো ডবাত কিয় থাকে ‘X’ চিহ্ন?

ৰে’লৰ শেষৰটো ডবাত কিয় থাকে ‘X’ চিহ্ন?

10 minutes ago
পুনৰ বিতৰ্কৰ আৱৰ্তত দিয়া মিৰ্জা

পুনৰ বিতৰ্কৰ আৱৰ্তত দিয়া মিৰ্জা

1 hour ago
সাৱধান! আপুনি সদায় দেখি থকা মানুহজনো হ’ব পাৰে পাকিস্তানী চোৰাংচোৱাৰ এজেণ্ট

সাৱধান! আপুনি সদায় দেখি থকা মানুহজনো হ’ব পাৰে পাকিস্তানী চোৰাংচোৱাৰ এজেণ্ট

2 hours ago
ৰামানন্দ সাগৰৰ ‘ৰাম’ হ’ল ‘ৰাম’ৰ পিতৃ

ৰামানন্দ সাগৰৰ ‘ৰাম’ হ’ল ‘ৰাম’ৰ পিতৃ

2 hours ago
বিশ্বাস কৰিব নোৱাৰা ঘটনা! পুত্ৰক হত্যাকাৰীৰ হাতত গতাই দিলে পিতৃয়ে

বিশ্বাস কৰিব নোৱাৰা ঘটনা! পুত্ৰক হত্যাকাৰীৰ হাতত গতাই দিলে পিতৃয়ে

3 hours ago
দীপাৱলীত চাকিৰ তলত ৰাখক এই ৪বিধ সামগ্ৰী

দীপাৱলীত চাকিৰ তলত ৰাখক এই ৪বিধ সামগ্ৰী

4 hours ago
ভয়ংকৰ বিদ্যুৎস্পৃষ্টৰ ঘটনা! ৮ শ্ৰমিকৰ মৃত্যু, আহত কেইবাজনো

ভয়ংকৰ বিদ্যুৎস্পৃষ্টৰ ঘটনা! ৮ শ্ৰমিকৰ মৃত্যু, আহত কেইবাজনো

5 hours ago
অভিনেতা ইমৰান খানৰ বিৰুদ্ধে কঠোৰ আদালত

অভিনেতা ইমৰান খানৰ বিৰুদ্ধে কঠোৰ আদালত

5 hours ago
থানাতে আৰক্ষীৰ বৰ্বতা! থানাতে মহিলাৰ সৈতে আৰক্ষীয়ে কৰিল জঘন্য কাম

থানাতে আৰক্ষীৰ বৰ্বতা! থানাতে মহিলাৰ সৈতে আৰক্ষীয়ে কৰিল জঘন্য কাম

5 hours ago
দীপাৱলীৰ পূৰ্বে আহিল উপহাৰ! ১,৪১৬ গৰাকী কৰ্মচাৰীলৈ এটাকৈ ফ্লেট উপহাৰ

দীপাৱলীৰ পূৰ্বে আহিল উপহাৰ! ১,৪১৬ গৰাকী কৰ্মচাৰীলৈ এটাকৈ ফ্লেট উপহাৰ

6 hours ago
বুকু কঁপি উঠা ঘটনা, পত্নী, দুই কনমাণি সন্তান আৰু আইতাকক হ*ত্যা

বুকু কঁপি উঠা ঘটনা, পত্নী, দুই কনমাণি সন্তান আৰু আইতাকক হ*ত্যা

6 hours ago
‘কংগ্ৰেছ মিত্ৰজোঁটৰ বাবেই দিল্লীত ১১,০০০ কোটি টকাৰ লোকচান’

‘কংগ্ৰেছ মিত্ৰজোঁটৰ বাবেই দিল্লীত ১১,০০০ কোটি টকাৰ লোকচান’

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, November 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

‘অমিক্ৰণ ডেল্টাতকৈ অধিক সংক্ৰমণযোগ্য কিন্তু মাৰাত্মক নহয়’- WHO

editor by editor
December 8, 2021
in অসম, উত্তৰ-পূব, ক'ভিড-১৯, গুৱাহাটী, বিশ্ব, ভাৰত, স্বাস্থ্য
0
‘অমিক্ৰণ ডেল্টাতকৈ অধিক সংক্ৰমণযোগ্য কিন্তু মাৰাত্মক নহয়’- WHO
0
SHARES
888
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ অমিক্ৰণক লৈ স্বাভাৱিকতেই সমগ্ৰ বিশ্বত সম্প্ৰতি এক ভয়াৱহ পৰিস্থিতিৰ সূচনা হৈছে৷ কোভিডৰ ডেল্টা ভেৰিয়েণ্টতকৈ অধিক সংক্ৰমণযোগ্য এই অমিক্ৰণ ভেৰিয়েণ্ট৷ কিন্তু বিশ্ব স্বাস্থ্য সংস্থাৰ এক তথ্যই কিছু সকাহ দিছে বিশ্ববাসীক৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে কোভিডৰ ডেল্টা ভেৰিয়েণ্টতকৈ অধিক সংক্ৰমণযোগ্য যদিও মাৰাত্মক নহয় অমিক্ৰণ ভেৰিয়েণ্ট৷ পূৰ্বৰ কোভিড ভেকচিনসমূহ কাৰ্যকৰী অমিক্ৰণৰ বিৰুদ্ধে৷ শীৰ্ষ আমেৰিকান বিজ্ঞানী Anthony Fauci ৰ এক গৱেষণাত প্ৰকাশ পাইছে এই তথ্য৷ অমিক্ৰণ প্ৰতিৰোধৰ বাবে প্ৰয়োজন কোভিড ভেকচিনৰ বুষ্টাৰ ড’জৰ৷   ইফালে, বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে বৃদ্ধি পাইছে অমিক্ৰণ সংক্ৰমণৰ ঘটনা৷ ভাৰতত বৰ্তমানলৈকে ২৩ জন লোক সংক্ৰমিত হৈছে অমিক্ৰণত৷ দেশজুৰি কোভিড প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে কোভিডৰ নতুন SOP জাৰি কৰিছে প্ৰশাসনে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelomicronworld health organization
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ বিতৰ্কৰ আৱৰ্তত দিয়া মিৰ্জা
বিনোদন

পুনৰ বিতৰ্কৰ আৱৰ্তত দিয়া মিৰ্জা

November 2, 2026
সাৱধান! আপুনি সদায় দেখি থকা মানুহজনো হ’ব পাৰে পাকিস্তানী চোৰাংচোৱাৰ এজেণ্ট
অপৰাধ

সাৱধান! আপুনি সদায় দেখি থকা মানুহজনো হ’ব পাৰে পাকিস্তানী চোৰাংচোৱাৰ এজেণ্ট

November 2, 2026
ৰামানন্দ সাগৰৰ ‘ৰাম’ হ’ল ‘ৰাম’ৰ পিতৃ
বিনোদন

ৰামানন্দ সাগৰৰ ‘ৰাম’ হ’ল ‘ৰাম’ৰ পিতৃ

November 2, 2026
বিশ্বাস কৰিব নোৱাৰা ঘটনা! পুত্ৰক হত্যাকাৰীৰ হাতত গতাই দিলে পিতৃয়ে
অপৰাধ

বিশ্বাস কৰিব নোৱাৰা ঘটনা! পুত্ৰক হত্যাকাৰীৰ হাতত গতাই দিলে পিতৃয়ে

November 2, 2026
Next Post
খীৰতী গাইৰ বিৰুদ্ধে থানাত অভিযোগ গৰাকীৰ, ঘটনাই আমোদ দিলে কৰ্তব্যৰত আৰক্ষীক

খীৰতী গাইৰ বিৰুদ্ধে থানাত অভিযোগ গৰাকীৰ, ঘটনাই আমোদ দিলে কৰ্তব্যৰত আৰক্ষীক

সংকটজনক অৱস্থাত চিকিৎসাধীন বিপিন ৰাৱট, শৰীৰৰ ৭০ শতাংশই অগ্নিদগ্ধ বিপিন ৰাৱটৰ

সংকটজনক অৱস্থাত চিকিৎসাধীন বিপিন ৰাৱট, শৰীৰৰ ৭০ শতাংশই অগ্নিদগ্ধ বিপিন ৰাৱটৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.