• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
islamphobia

প্ৰণয়ন কৰা হ’ল ইছলামফ’বিয়া (Islamophobia) বিধেয়ক, এই বিলে কি সমস্যাত পেলাব ভাৰতক?

5 years ago
চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

8 minutes ago
The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

31 minutes ago
আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

1 hour ago
বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

2 hours ago
বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

4 hours ago
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

5 hours ago
১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

6 hours ago
মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

6 hours ago
ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

7 hours ago
এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

7 hours ago
‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

9 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

অলংকাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? হোৰাহোৰা কমিছে সোণ-ৰূপৰ মূল্য!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

প্ৰণয়ন কৰা হ’ল ইছলামফ’বিয়া (Islamophobia) বিধেয়ক, এই বিলে কি সমস্যাত পেলাব ভাৰতক?

editor by editor
December 17, 2021
in অসম, গুৱাহাটী
0
islamphobia

islamophobia-bill-passed-in-us-house-of-representatives

0
SHARES
3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ এটা কথা সকলোৰে পৰিলক্ষিত হৈছে যে সমগ্ৰ বিশ্বতে কিছু বছৰৰ পূৰ্বৰে পৰা মুছলমান বা ইছলামৰ ওপৰত বিদ্বেষ ভাৱ বৃদ্ধি পাইছে বিভিন্ন লোকৰ মাজত। দেখা যায় যে বিশ্বৰ বহু দেশত মুছলমানক বা ইছলামক অতি হেয়জ্ঞান কৰা হয় আৰু ইয়াৰ প্ৰধান কাৰণ হ’ল ইছলামিক সন্ত্ৰাসবাদী সংগঠনসমূহৰ উগ্ৰতা বা মুছলমানৰে একাংশ লোকৰ অমানুহৰ দৰে কৰা কাণ্ড-কাৰখানা।

আৰু মুছলমান লোকৰ দ্বাৰা সংঘটিত কৰা এনেবোৰ উগ্ৰ ঘটনাৰ বাবেই বিভিন্ন সময়ত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আহিছে বিশ্ব সম্প্ৰদায়ৰ মাজত। শেহতীয়াকে ইছলামফ’বিয়াৰ ওপৰত ইউৰোপত কৰা এক ক্ষেত্ৰভিত্তিক অধ্যয়নত ধৰা পৰিছে কেতবোৰ চিন্তনীয় তথ্য। ইউৰোপৰ প্ৰতি ১০জন লোকৰ ভিতৰত ৪ লোকেই ইছলাম বা মুছলমাক লৈ সন্তুষ্ট নহয় বুলি মত প্ৰকাশ কৰিছে।

অথাৎ ইউৰোপৰ ৰাষ্ট্ৰসমূহৰ ১০০ শতাংশৰ ভিতৰত ৪০ শতাংশ লোকৰ ইছলামৰ প্ৰতি বিদ্বেষভাৱ মনত সোমাই আছে। ইফালে এই তথ্য কেৱল ইউৰোপৰহে। ইউৰোপৰ লগতে বিশ্বৰ অন্য প্ৰান্তৰ ৰাষ্ট্ৰসমূহতো সমান্তৰালভাৱে  দেখা পোৱা যায় মুছলমান বিদ্বেষ ভাৱ। সেয়েহে মুছলমানৰ প্ৰতি এনে বিদ্বেষ বা অসন্তুষ্টি ভাৱধাৰাক আঁতৰ কৰি ইছলামৰ প্ৰতি সদভাৱ উদয় কৰাবৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰই পাৰ্লিয়ামেণ্টত প্ৰণয়ন কৰিছে নতুন বিল ইছলামফ’বিয়া বিল।

এই বিলৰ জৰিয়তে বিশ্বৰ যি সমূহ ৰাষ্ট্ৰত ইছলামৰ প্ৰতি অত্যাচাৰ আৰু বিদ্বেষ ভাৱ আছে তেনে দেশসমূহ চিনাক্ত কৰা হ’ব। আৰু লগতে ভৱিষ্যতে যাতে সেইসমূহ দেশৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰিব পৰা যায়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ariful islamasom live 24assam ka tazza khabarassam live 24axom live 24islamophobia billthe house of representative
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ
অসম

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

June 17, 2026
বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!
ভাৰত

বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

June 17, 2026
আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী
অসম

আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

June 17, 2026
দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ
অসম

দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

June 15, 2026
Next Post
দ্ৰুতগতিত বৃদ্ধি অমিক্ৰণ সংক্ৰমণৰ ঘটনা, হঠাৎ বৃদ্ধি পোৱা অমিক্ৰণক লৈ চিন্তা বাঢ়িছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ

দ্ৰুতগতিত বৃদ্ধি অমিক্ৰণ সংক্ৰমণৰ ঘটনা, হঠাৎ বৃদ্ধি পোৱা অমিক্ৰণক লৈ চিন্তা বাঢ়িছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ

covid-omicron

সাৱধান! অতি সাৱধান! কেন্দ্ৰ চৰকাৰ, ICMR আৰু স্বাস্থ্য মন্ত্ৰালয়ৰ জৰুৰী বৈঠক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.