• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপোনাৰ হাতত থকা স্মাৰ্টফোনটোৰ ব্যৱহাৰৰ কেইটামান কিটিপ, এই কিটিপ জানক আৰু বহি বহি ঘৰতেই ধন ঘটক অনলাইনৰ জৰিয়তে

আপোনাৰ হাতত থকা স্মাৰ্টফোনটোৰ ব্যৱহাৰৰ কেইটামান কিটিপ, এই কিটিপ জানক আৰু বহি বহি ঘৰতেই ধন ঘটক অনলাইনৰ জৰিয়তে

4 years ago
ফৰচুনাৰ, নগদ ১ কোটি ধন যৌতুক দিয়াৰ পাছতো পেট নভৰিল শহুৰৰ পৰিয়ালৰ, শেষত তৰুণীৰ সৈতে কৰিলে ভাৱিব নোৱৰা কাণ্ড

ফৰচুনাৰ, নগদ ১ কোটি ধন যৌতুক দিয়াৰ পাছতো পেট নভৰিল শহুৰৰ পৰিয়ালৰ, শেষত তৰুণীৰ সৈতে কৰিলে ভাৱিব নোৱৰা কাণ্ড

27 minutes ago
তৃতীয় ব্যক্তিৰ বাবে নহয়…দিশাৰ নাম কিয় লোৱা হৈছে মৌনীৰ বিচ্ছেদত? বিচ্ছেদক লৈ মুখ খুলিলে মৌনীৰ প্ৰাক্তন স্বামী সূৰজে

তৃতীয় ব্যক্তিৰ বাবে নহয়…দিশাৰ নাম কিয় লোৱা হৈছে মৌনীৰ বিচ্ছেদত? বিচ্ছেদক লৈ মুখ খুলিলে মৌনীৰ প্ৰাক্তন স্বামী সূৰজে

53 minutes ago
মে মাহৰ শেষত লক্ষ্মী নাৰায়ণ যোগ, সৌভাগ্যৰ দুৱাৰ খুলিব ৫ৰাশিৰ জাতক জাতিকাৰ

মে মাহৰ শেষত লক্ষ্মী নাৰায়ণ যোগ, সৌভাগ্যৰ দুৱাৰ খুলিব ৫ৰাশিৰ জাতক জাতিকাৰ

1 hour ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

2 hours ago
আজি নিশা মুকলি হ’ব ভাগ্যৰ চক্ৰ, ত্ৰিগ্ৰহী যোগে এই ৩ ৰাশিৰ ভৱিষ্যৎ কৰিব উজ্জ্বল!

আজি নিশা মুকলি হ’ব ভাগ্যৰ চক্ৰ, ত্ৰিগ্ৰহী যোগে এই ৩ ৰাশিৰ ভৱিষ্যৎ কৰিব উজ্জ্বল!

2 hours ago
Image Credit- AI

আমেৰিকান ডলাৰৰ তুলনাত অভাৱনীয় হাৰত পতন ভাৰতীয় টকাৰ মূল্য

3 hours ago
জীৱন সলনি কৰিব ৭ টা অভ্যাসে, আঁতৰিব সকলো দুখ!

জীৱন সলনি কৰিব ৭ টা অভ্যাসে, আঁতৰিব সকলো দুখ!

4 hours ago
মে’ মাহতেই মালামাল হ’ব আপুনি! জানক কিদৰে উদয় হ’ব ভাগ্য

মে’ মাহতেই মালামাল হ’ব আপুনি! জানক কিদৰে উদয় হ’ব ভাগ্য

4 hours ago
সপোনত সাপ দেখিছে নেকি? জানক ইয়াৰ শুভ–অশুভ ফল

সপোনত সাপ দেখিছে নেকি? জানক ইয়াৰ শুভ–অশুভ ফল

4 hours ago
জন্মৰ পৰাই সাহসী এই ৫ ৰাশি, সংগীৰ জীৱনত আনে সুখ-শান্তি!

জন্মৰ পৰাই সাহসী এই ৫ ৰাশি, সংগীৰ জীৱনত আনে সুখ-শান্তি!

6 hours ago
ছবিৰ প্ৰচাৰৰ মাজতে হঠাৎ বাথৰুমলৈ দৌৰিল ইমৰাণ হাছমী! তাৰ পিছত…

ছবিৰ প্ৰচাৰৰ মাজতে হঠাৎ বাথৰুমলৈ দৌৰিল ইমৰাণ হাছমী! তাৰ পিছত…

7 hours ago
হালধীয়া জাৰ্চীত অন্তিমবাৰ দেখিব ধোনীক! আজি IPLৰ অন্তিমখন মেচ খেলিব নেকি?

হালধীয়া জাৰ্চীত অন্তিমবাৰ দেখিব ধোনীক! আজি IPLৰ অন্তিমখন মেচ খেলিব নেকি?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আপোনাৰ হাতত থকা স্মাৰ্টফোনটোৰ ব্যৱহাৰৰ কেইটামান কিটিপ, এই কিটিপ জানক আৰু বহি বহি ঘৰতেই ধন ঘটক অনলাইনৰ জৰিয়তে

editor by editor
December 21, 2021
in নিয়োগ, প্ৰযুক্তি, বিবিধ, বিশ্ব, ভাৰত
0
আপোনাৰ হাতত থকা স্মাৰ্টফোনটোৰ ব্যৱহাৰৰ কেইটামান কিটিপ, এই কিটিপ জানক আৰু বহি বহি ঘৰতেই ধন ঘটক অনলাইনৰ জৰিয়তে
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ আপোনাৰ হাতত থকা স্মাৰ্ট ফোনটোৱে আপোনাৰ মূল্যৱান সময় অপচয় কৰে নেকি৷ তেন্তে আপোনাৰ বাবে লৈ আনিছো এটা ইতিবাচক খবৰ৷ ঘৰত বহিয়েই স্মাৰ্ট ফোনটোৰ জৰিয়তে উপাৰ্জন কৰিব পাৰিব ধন৷ তাৰ বাবে কেৱল কেইটামান স্মাৰ্ট আইডিয়া গ্ৰহণ কৰিব লাগিব আপুনি৷ বৰ্তমান সময়ত গুগল প্লে’ ষ্টৰত উপলব্ধ আছে এনে বহু এপ্লিকেচন যিসমূহৰ জৰিয়তে আপুনিও উপাৰ্জন কৰিব ধন৷ বিশেষকৈ কোভিড মহমাৰীৰ সময়ত বহু ব্যক্তিয়ে চাকৰি হেৰাৱাই কৰ্মহীন হোৱাৰ সময়ত এনেধৰণৰ উপায়েৰে টকা উপাৰ্জন কৰিছিল৷ অনলাইনত টকা উপাৰ্জন কৰাৰ উপায়—

গুগল প্লে’ ষ্টৰত এনে বহু এপ আছে যাৰ জৰিয়তে আপুনি টকা উপাৰ্জন কৰিব পাৰিব৷ অনলাইন গেম খেলিলেও আপোনাক প্লে’ ষ্ট’ৰে আপোনাক টকা দিব৷ নিৰ্দিষ্ট এপ বা গেম ডেভল’পাৰে গেম ষ্টেষ্টিঙৰ বাবে ব্যৱহাৰকাৰীক পে’ কৰে৷ যিমান বেছি গেম আপুনি খেলিব সিমান বেছি টকা উপাৰ্জন কৰিব পাৰিব৷ এই পদ্ধতিৰে ৫০ হাজাৰৰ পৰা ১ লাখ পৰ্যন্ত টকা মাহিলি উপাৰ্জন কৰিব পাৰিব ব্যৱহাৰকাৰীয়ে৷

বিভিন্ন কোম্পানীয়ে প্লে’ ষ্টৰত বিভিন্ন এপৰ সমীক্ষা চলায় আৰু এই সমীক্ষাৰ বিনিময়ত ব্যৱহাৰকাৰীক টকা প্ৰদান কৰে৷ এনে সমীক্ষাৰ অংশ হ’লে দৈনিক ৮০০-১৫০০ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰিব৷ সেই হিচাপত মাহিলি আপোনাৰ উপাৰ্জন হ’ব ৪৫ হাজাৰ ৰ পৰা ৫০ হাজাৰ টকা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelearn money online
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফৰচুনাৰ, নগদ ১ কোটি ধন যৌতুক দিয়াৰ পাছতো পেট নভৰিল শহুৰৰ পৰিয়ালৰ, শেষত তৰুণীৰ সৈতে কৰিলে ভাৱিব নোৱৰা কাণ্ড
অপৰাধ

ফৰচুনাৰ, নগদ ১ কোটি ধন যৌতুক দিয়াৰ পাছতো পেট নভৰিল শহুৰৰ পৰিয়ালৰ, শেষত তৰুণীৰ সৈতে কৰিলে ভাৱিব নোৱৰা কাণ্ড

May 18, 2026
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক
জীৱনশৈলী

মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

May 18, 2026
আজি নিশা মুকলি হ’ব ভাগ্যৰ চক্ৰ, ত্ৰিগ্ৰহী যোগে এই ৩ ৰাশিৰ ভৱিষ্যৎ কৰিব উজ্জ্বল!
জীৱনশৈলী

আজি নিশা মুকলি হ’ব ভাগ্যৰ চক্ৰ, ত্ৰিগ্ৰহী যোগে এই ৩ ৰাশিৰ ভৱিষ্যৎ কৰিব উজ্জ্বল!

May 18, 2026
Image Credit- AI
বাণিজ্য

আমেৰিকান ডলাৰৰ তুলনাত অভাৱনীয় হাৰত পতন ভাৰতীয় টকাৰ মূল্য

May 18, 2026
Next Post
পৃথিৱীৰ সকলোতকৈ ধনী মানুহজনে Tax কিমান দিয়ে চৰকাৰক? বিশ্বৰ ৮০খন দেশৰ GDP যিমান তাতোতকৈ অধিক বছেৰেকীয়া Tax দিব তেওঁ

পৃথিৱীৰ সকলোতকৈ ধনী মানুহজনে Tax কিমান দিয়ে চৰকাৰক? বিশ্বৰ ৮০খন দেশৰ GDP যিমান তাতোতকৈ অধিক বছেৰেকীয়া Tax দিব তেওঁ

ইছৰ’ত বিজ্ঞানী হিচাপে নিযুক্তি লাভ অসম জীয়ৰীৰ, উত্তৰ-পূবৰ প্ৰথমগৰাকী মহিলা মহাকাশ বিজ্ঞানী নাজনীন য়াছমিন

ইছৰ’ত বিজ্ঞানী হিচাপে নিযুক্তি লাভ অসম জীয়ৰীৰ, উত্তৰ-পূবৰ প্ৰথমগৰাকী মহিলা মহাকাশ বিজ্ঞানী নাজনীন য়াছমিন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.