• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৃথিৱীৰ সকলোতকৈ ধনী মানুহজনে Tax কিমান দিয়ে চৰকাৰক? বিশ্বৰ ৮০খন দেশৰ GDP যিমান তাতোতকৈ অধিক বছেৰেকীয়া Tax দিব তেওঁ

পৃথিৱীৰ সকলোতকৈ ধনী মানুহজনে Tax কিমান দিয়ে চৰকাৰক? বিশ্বৰ ৮০খন দেশৰ GDP যিমান তাতোতকৈ অধিক বছেৰেকীয়া Tax দিব তেওঁ

5 years ago
ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

22 minutes ago
ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

1 hour ago
উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

2 hours ago
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

3 hours ago
পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

3 hours ago
আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

4 hours ago

গুৱাহাটীত অপেনাৰ ৰোহিতৰ ছিক্সাৰৰ বৰষুণ, ৫টাকৈ মাইলষ্টোন স্পৰ্শ

16 hours ago
ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

17 hours ago
এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা

এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা

17 hours ago
কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

17 hours ago
এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি

এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি

18 hours ago
এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পৃথিৱীৰ সকলোতকৈ ধনী মানুহজনে Tax কিমান দিয়ে চৰকাৰক? বিশ্বৰ ৮০খন দেশৰ GDP যিমান তাতোতকৈ অধিক বছেৰেকীয়া Tax দিব তেওঁ

editor by editor
December 22, 2021
in গুৱাহাটী, বিবিধ, বিশ্ব
0
পৃথিৱীৰ সকলোতকৈ ধনী মানুহজনে Tax কিমান দিয়ে চৰকাৰক? বিশ্বৰ ৮০খন দেশৰ GDP যিমান তাতোতকৈ অধিক বছেৰেকীয়া Tax দিব তেওঁ
0
SHARES
641
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ পৃথিৱীত খুব কম মানুহহে এনে ওলাব যে এই মানুহজনৰ নাম নাজানিলেও বৰ্তমান সময়লৈ ছবি নেদেখাকৈ থকা নাই। ভাৰতৰ সকলোৱে জানে যে দেশৰ সকলোতকৈ ধনৱান ব্যক্তিসমূহ বৰ্তমান সময়ত কোন কোন? হয়টো বহুতে একেটা উশাহতে নাম লৈয়ো পেলাব যে ভাৰতৰ ধনৱান ব্যক্তি হিচাপে গৌতম আদানিৰ পৰা আৰম্ভ কৰি মুকেশ আম্বানি, ৰতন টাটা, লক্ষ্মী মিট্টাল, আজিম প্ৰেমজি লৈকে একাধিক ধনৱান ব্যক্তিৰ নাম।

কিন্তু আপুনি  জানে নে তালিকাৰ প্ৰথমে থকা পৃথিৱীৰ এক নম্বৰ অৰ্থাৎ প্ৰথম ধনৱান ব্যক্তিজন কোন? হয়, আপুনি দেখা এই ছবিখনৰ ব্যক্তিজনেই হৈছে পৃথিৱীৰ সকলোতকৈ ধনী ব্যক্তি। যাৰ নাম হৈছে এলন মাস্ক। আৰু এলন মাস্কই হৈছে পৃথিৱীৰ সকলোতকৈ ধনী ব্যক্তি। যাৰ সম্পত্তি অথাৎ ধনৰ পৰিমান হৈছে প্ৰায় ২৬৬ আৰৱ ডলাৰ।

কিন্তু বিশ্বৰ সকলোতকৈ ধনী ব্যক্তিজনে কেৱল ধনেই যে ঘটে এনে নহয়। ধন যেনকৈ তেওঁ আয় কৰে ঠিক তেনেদৰে তেওঁ প্ৰতিবছৰে পৰিশোধো কৰে আয়ৰ কৰ। আপুনি জানি আচৰিত হ’ব যে এই বছৰত এলন মাস্কে আমেৰিকা চৰকাৰক কৰ আদায় দিব ১১ আৰৱ ডলাৰ যাৰ ভাৰতীয় মূল্য হৈছে ৮,৩৩,৩৫,০৬,৫০,০০০ টকা।

অৰ্থাৎ এলন মাস্কে এইবৰ্ষত কৰ আদায় দিব প্ৰায় ৮ লাখ কোটি টকা । এলন মাস্কে এইবৰ্ষত দিব লগা এই কৰ পৰিমান পৃথিৱীৰ ৮০খন দেশৰ মুঠ GDPত কৈয়ো অধিক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelelon muskincome tax
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!
ভাৰত

ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

August 12, 2026
ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?
প্ৰযুক্তি

ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

August 12, 2026
উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!
অপৰাধ

উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

August 12, 2026
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ
অসম

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

August 12, 2026
Next Post
ইছৰ’ত বিজ্ঞানী হিচাপে নিযুক্তি লাভ অসম জীয়ৰীৰ, উত্তৰ-পূবৰ প্ৰথমগৰাকী মহিলা মহাকাশ বিজ্ঞানী নাজনীন য়াছমিন

ইছৰ’ত বিজ্ঞানী হিচাপে নিযুক্তি লাভ অসম জীয়ৰীৰ, উত্তৰ-পূবৰ প্ৰথমগৰাকী মহিলা মহাকাশ বিজ্ঞানী নাজনীন য়াছমিন

transgender police

দেশত প্ৰথমবাৰৰ বাবে লোৱা হ'ল এনে সিদ্ধান্ত। অসমেও চিন্ত-চৰ্চা কৰিব পাৰে এনে সিদ্ধান্তক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.