• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
transgender police

দেশত প্ৰথমবাৰৰ বাবে লোৱা হ’ল এনে সিদ্ধান্ত। অসমেও চিন্ত-চৰ্চা কৰিব পাৰে এনে সিদ্ধান্তক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত

4 years ago
মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল

8 minutes ago
সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে শেষপৰ্যন্ত পদত্যাগ নকৰিলে কেনেকৈ শপত ল’ব নতুন চৰকাৰে?

22 minutes ago
পৰস্পৰৰ পৰা ৬০ ডিগ্ৰী কোণত আহিছে সূৰ্য-শনি, লাভ দৃষ্টি যোগত আহিছে আচ্ছে দিন, এই ৫ৰাশিৰ লাভেই লাভ

56 minutes ago
থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?

2 hours ago
মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?

ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?

3 hours ago
বিধায়ক হ’ল আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃ ৰত্না দেৱনাথ, নতুন চৰকাৰ আহিলে কিয় জে’লত যাব পাৰে মমতা আৰু অভিষেক বেনাৰ্জী? আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃয়ে দিছে হুংকাৰ

সমগ্ৰ দেশত দুদিনীয়াকৈ বেংক ধৰ্মঘট!  কি কি সেৱাত পৰিব প্ৰভাৱ?

4 hours ago
Met Gala ত কৰণ জোহৰৰ অদ্ভুত পোছাক, সকলোৱে ক’লে এয়া কি?

হঠাৎ খৰচ বাঢ়িছে নেকি? এই ৫টা টিপচে সহায় কৰিব অৰ্থ লাভত!

5 hours ago
8th Pay Commission: দৰমহা বৃদ্ধিৰ পৰা পেঞ্চনলৈকে, কি কি আছে কৰ্মচাৰীসকলৰ দাবী?

গ্ৰীষ্মকালত কি কি ভুলে ছালৰ ক্ষতি কৰে? বিশেষজ্ঞৰ পৰা জানক

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

দেশত প্ৰথমবাৰৰ বাবে লোৱা হ’ল এনে সিদ্ধান্ত। অসমেও চিন্ত-চৰ্চা কৰিব পাৰে এনে সিদ্ধান্তক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত

editor by editor
December 22, 2021
in নিয়োগ, বিবিধ, ভাৰত
0
transgender police

transgender-aspirants-will-get-recruited-in-police-from-now-in-karnataka

0
SHARES
803
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ সমাজত পুৰুষেই হওক বা মহিলাই হওক নিজৰ কৰ্ম বা নিজৰ আত্ম পৰিচয়েৰে সকলোৱে এটা নিদিষ্ট স্থান লাভ কৰে বা যথোপযুক্ত এটা সন্মান লাভ কৰে। কিন্তু এনে এচাম আমাৰ সমাজৰে লোক আছে যাক সকলোৱে ঘৃণা বা অৱমাননা কৰি সদায়ে সমাজৰ এক অৱৰ্জনা বুলি ভাৱি লৈ নানান তিৰষ্কাৰ কৰে।

সেই সকল লোক সদায়ে সমাজৰ ঘৃণা, তিৰষ্কাৰৰ বলি হৈ নানা সমস্যাৰ সন্মুখিন হৈ আহিছে। কেতিয়াবা যদি লঘোনীয়া পেটেৰে শুইছে তেন্তে কেতিয়াবা লঘোনীয়া পেটেৰেই বেলেগৰ চৰ-থাপৰ খাব লগা হৈছে। আৰু সমাজৰ এই বিশেষ শ্ৰেণীৰ লোকসকলেই হৈছে তৃতীয় লিংগৰ লোকসকল। কিন্তু এইবাৰ তৃতীয় লিংগৰ লোকসকলৰ বাবে কৰ্ণাটক চৰকাৰে লৈ আহিছে বিশেষ সুবিধা। এতিয়াৰ পৰা  কৰ্ণাটক  আৰক্ষীত ১ শতাংশ আসন সংৰক্ষণ কৰিব লাগিব তৃতীয় লিংগৰ লোকৰ বাবে।

এইকথা স্পষ্ট কৰি দিয়ে  কৰ্ণাটক  উচ্চ ন্যায়ালয়ে। আৰু এই নিৰ্দেশৰ পাছতেই  কৰ্ণাটক  আৰক্ষীৰ বিশেষ সংৰক্ষণ Sub-Inspector আৰু IRB অৰ্থাৎ Indian Reserve Battalion ৰ বাবে উপযুক্ত তৃতীয় লিংগৰ প্ৰাৰ্থীৰ পৰা ১৮ জানুৱাৰীৰ ভিতৰত অনলাইন যোগে আৱেদন বিচাৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24transgender policetransgender police recruitment in karnataka
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল
জীৱনশৈলী

May 5, 2026
সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে শেষপৰ্যন্ত পদত্যাগ নকৰিলে কেনেকৈ শপত ল’ব নতুন চৰকাৰে?
জীৱনশৈলী

সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে শেষপৰ্যন্ত পদত্যাগ নকৰিলে কেনেকৈ শপত ল’ব নতুন চৰকাৰে?

May 5, 2026
পৰস্পৰৰ পৰা ৬০ ডিগ্ৰী কোণত আহিছে সূৰ্য-শনি, লাভ দৃষ্টি যোগত আহিছে আচ্ছে দিন, এই ৫ৰাশিৰ লাভেই লাভ
জীৱনশৈলী

পৰস্পৰৰ পৰা ৬০ ডিগ্ৰী কোণত আহিছে সূৰ্য-শনি, লাভ দৃষ্টি যোগত আহিছে আচ্ছে দিন, এই ৫ৰাশিৰ লাভেই লাভ

May 5, 2026
থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?
জীৱনশৈলী

থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?

May 5, 2026
Next Post
বেলিষ্টিক মিচাইল ‘প্ৰলয়’ৰ সফল পৰীক্ষণ সম্পন্ন, DRDOৰ দ্বাৰা নিৰ্মিত ভাৰতৰ দেশীয় ক্ষেপনাস্ত্ৰ ‘প্ৰলয়’

‘নাজনীন য়াচমিন’ৰ পাছত ‘অলকেশ কলিতা’, মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত ইটোৰ পাছত সিটো সফলতা অসম সন্তানৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন