• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোভিড পজিটিভ ৰিপ’ৰ্ট! উৰন্ত ফ্লাইটৰ টয়লেটত ৫ ঘণ্টা ধৰি আৱদ্ধ এগৰাকী মহিলা

কোভিড পজিটিভ ৰিপ’ৰ্ট! উৰন্ত ফ্লাইটৰ টয়লেটত ৫ ঘণ্টা ধৰি আৱদ্ধ এগৰাকী মহিলা

5 years ago
বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

1 hour ago
যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

2 hours ago
এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

3 hours ago
এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

4 hours ago
ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

4 hours ago
পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

5 hours ago
আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

6 hours ago
কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

7 hours ago
বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

7 hours ago
ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

8 hours ago
অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

9 hours ago
৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

কোভিড পজিটিভ ৰিপ’ৰ্ট! উৰন্ত ফ্লাইটৰ টয়লেটত ৫ ঘণ্টা ধৰি আৱদ্ধ এগৰাকী মহিলা

editor by editor
December 31, 2021
in ক'ভিড-১৯, গুৱাহাটী, বিবিধ, বিশ্ব, ভাৰত
0
কোভিড পজিটিভ ৰিপ’ৰ্ট! উৰন্ত ফ্লাইটৰ টয়লেটত ৫ ঘণ্টা ধৰি আৱদ্ধ এগৰাকী মহিলা
0
SHARES
278
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ উৰন্ত ফ্লাইটৰ টয়লেটত ৫ ঘণ্টা ধৰি আৱদ্ধ এগৰাকী মহিলা৷ কোভিড পজিটিভ হোৱাৰ বাবেই টয়লেটতে আৱদ্ধ থাকিব লগা হয় মহিলাগৰাকী৷ কিন্তু ফ্লাইট কৰ্তৃপক্ষই আৱদ্ধ কৰা নাই মহিলাগৰাকীক, মহিলাগৰাকীয়ে নিজেই গ্ৰহণ কৰিছে এই পদক্ষেপ৷ কাৰণ ফ্লাইটেৰে গৈ থকা অৱস্থাতেই মহিলাগৰাকীয়ে লাভ কৰিছিল কোভিড পজিটিভ ৰিপ’ৰ্ট৷ এনে পৰিস্থিতিত মহিলগৰাকীয়ে নিজকে আইচ’লেট কৰি ৰাখিছিল ফ্লাইটৰ টয়লেটত৷ মহিলাগৰাকী হৈছে আমেৰিকাৰ মাৰিচা ফোটিঅ’৷  চিকাগ’ৰ পৰা আইচলেণ্ড অভিমুখে যাত্ৰা কৰিছিল মাৰিচা৷ ফ্লাইটতেই তেওঁ কাহৰ উপৰি জ্বৰৰ উমান পায়৷ সেই কথা ফ্লাইট কৰ্তৃপক্ষক অৱগত কৰাত মহিলাগৰাকীক ততাতৈয়াকৈ কোভিড টেষ্ট কৰোৱায়৷ টেষ্টত পজিটিভ ৰিপ’ৰ্ট অহাত অন্য যাত্ৰীৰ যাতে কোনো অসুবিধা নহয় সেই বাবেই নিজকে ৫ ঘণ্টা ধৰি টয়লেটত আৱদ্ধ কৰি ৰাখে মাৰিচাই৷ এই ঘটনাৰ ভিডিঅ’ তেওঁ ছ’চিয়েল মিডিয়াত আপলোড কৰিছে৷ দ্ৰুত গতিত ভাইৰেল হৈছে সেই ভিডিঅ’৷ উল্লেখ্য ফ্লাইটখনত আছিল ১৫০গৰাকী যাত্ৰী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelwoman isolate in flight toilet
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা
বাণিজ্য

এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

October 30, 2026
এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!
জীৱনশৈলী

এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

October 30, 2026
ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ
ভাৰত

ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

October 30, 2026
আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল
অসম

আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

October 30, 2026
Next Post
পোৱা-নোপোৱাৰ দুমোজাৰে পাৰ হ’ল ২০২১, সুখ-দুখৰ মাজেৰে পাৰ হ’ল আন এটা বছৰ…

পোৱা-নোপোৱাৰ দুমোজাৰে পাৰ হ’ল ২০২১, সুখ-দুখৰ মাজেৰে পাৰ হ’ল আন এটা বছৰ…

শিশুৰ বাবে অধিক বিপজ্জনক ‘অমিক্ৰণ’, আপোনাৰ শিশুটিক কি দৰে বচাই ৰাখিব সংক্ৰমণৰ পৰা?

শিশুৰ বাবে অধিক বিপজ্জনক ‘অমিক্ৰণ’, আপোনাৰ শিশুটিক কি দৰে বচাই ৰাখিব সংক্ৰমণৰ পৰা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.