• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অভিনেত্ৰী হ’ল অন্তঃসত্বা, খং উঠিল তছলিমা নাছৰিনৰ

অভিনেত্ৰী হ’ল অন্তঃসত্বা, খং উঠিল তছলিমা নাছৰিনৰ

5 years ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

18 minutes ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

51 minutes ago
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

1 hour ago
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

2 hours ago
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

2 hours ago
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

3 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

4 hours ago
বিপদত ৰাহুল গান্ধী!

বিপদত ৰাহুল গান্ধী!

4 hours ago
কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

5 hours ago
অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

5 hours ago
‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

6 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য বৃদ্ধি নে হ্ৰাস পালে? আজিয়েই পৰীক্ষা কৰক মূল্য

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

অভিনেত্ৰী হ’ল অন্তঃসত্বা, খং উঠিল তছলিমা নাছৰিনৰ

editor by editor
January 13, 2022
in গুৱাহাটী, বিনোদন, বিবিধ, ভাৰত
0
অভিনেত্ৰী হ’ল অন্তঃসত্বা, খং উঠিল তছলিমা নাছৰিনৰ
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ‘সন্তান জন্ম দিবলৈ কি দৰকাৰ? ছোৱালীজনী প্ৰতিষ্ঠিত৷ সমাজৰ নিয়ম ভঙাৰ সাহস আছে তাইৰ৷ ৩০ পাৰ হোৱাৰ পাছতেই সন্তান জন্ম দিবলৈ ব্যাকুল হৈ উঠিছে৷’ তছলিমা নাছৰিনৰ ফেচবুকৰ এই পোষ্টটোৱে আকৌ এবাৰ চৰ্চা লাভ কৰিছে৷ স্বাভাৱিকতে সামাজিক মাধ্যমত ইছলামিক মৌলবাদী ধ্যান-ধাৰণাৰ সততে বিৰোধ কৰাৰ লগতে মহিলাৰ স্বাধীনতাক লৈয়ো সৰৱ হোৱা দেখা যায়৷ মঙলবাৰৰ এই পোষ্টটোৰ জৰিয়তে বাংলাদেশৰ লেখিকাগৰাকীয়ে কাক লক্ষ্য কৰি লৈছে তাক লৈ বিশেষ তৎপৰ হোৱা দেখা গৈছে সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলক৷ সোমবাৰে এগৰাকী মোহময়ী অভিনেত্ৰীয়ে বিবাহত নবহাকৈয়ে হঠাৎ ঘোষণা কৰিছিল— M Pregnant অৰ্থাৎ মই গৰ্ভৱতী৷ খুব কম দিনৰ ভিতৰত জন্ম হ’ব…৷ এই অভিনেত্ৰীগৰাকীকেই লক্ষ্য কৰি নাছৰিনে ফেচবুক পোষ্টটো কৰা বুলি বিভিন্ন মহলে সন্দেহ কৰিছে৷ কিয়নো দীঘলীয়া পোষ্টটোত ‘সন্তান জন্ম দিয়াৰ বাবে এই খৰখেদাৰ আঁৰত পুৰুষতান্ত্ৰিক ৰীতি-নীতিৰ প্ৰতি ভয় নহয় জানো? মই ভাবো নিজৰ কাৰণে নহয়৷ ছোৱালীসকলে সন্তান জন্ম দিব বিচাৰে সমাজৰ দহটা লোকৰ কাৰণেহে৷ সৰুকালৰে পৰা শুনি আহিছো, শিকি আহিছো— মাতৃত্বই নাৰী জন্মৰ সাৰ্থকতা৷ এই জাতীয় মূল্যহীন কথাবোৰে মস্তিষ্কত কিলবিলাই থাকে বাবে মাতৃ হোৱাৰ ইচ্ছাটো বেছি হয়৷’ বহুতে ভাবিছে অভিনেত্ৰী পৰীমণিক এই কটাক্ষ কৰিছে নাছৰিনে৷ কিয়নো বাংলাদেশৰ বিৰ্তকিত অভিনেত্ৰী পৰীমণিক বিভিন্ন প্ৰসংগত সমৰ্থন কৰি আহিছে লেখিকাগৰাকীয়ে৷ আনকি পৰীমণিৰ বিভিন্ন পুৰুষৰ লগত থকা অবৈধ সম্বন্ধৰ বাবে যেতিয়া পৰীমণিক বাংলাদেশৰ সমাজে ঘৃণিত শাৰীলৈ পৰ্যবসিত কৰিছিল তেতিয়াও নাছৰিনে থিয় দিছিল অভিনেত্ৰীগৰাকীৰ পক্ষত৷ কাৰাবাস খটাৰ সময়তো পৰিমণিৰ হৈ টুইটাৰৰ পৰা ফে’চবুক-ইনষ্টাগ্ৰামলৈ মন্তব্য আগবঢ়াইছিল তছলিমা নাছৰিনে৷ পৰীমণিক দুৰ্দান্ত যুৱতী,  সাহসী অভিনেত্ৰী আদি অলংকাৰেৰে ভূয়সী প্ৰশংসা কৰিছিল একমাত্ৰ নাছৰিনে৷ উল্লেখ্য যে সোমবাৰে পৰীমণিয়ে ফে’চবুকেৰেই জনাইছিল তেওঁ অন্তঃসত্বা হোৱাৰ খবৰটি৷ বিয়া নোহোৱাকৈয়ে সুন্দৰী অভিনেত্ৰীগৰাকী অন্তঃসত্বা হোৱাৰ ঘোষণা কৰাৰ পাছতে দুয়োখন বাংলা যেন তল-ওপৰ হৈ উঠে৷ পৰীমণি অন্তঃসত্বা খবৰটো বাংলাদেশৰ লগতে পশ্চিম বংগতো বতাহৰ আগত বিয়পি পৰাৰ দৰেই হ’ল৷ পৰীৰ গৰ্ভত কাৰ সন্তান? ইয়াক জানিবলৈ গুণমুগ্ধসকলৰ উৎসুকতাৰ মাজতেই পৰীমণিয়ে আৰু ক’লে যে তেওঁ অভিনেতা ছৰিফুল ৰাজৰ সন্তান গৰ্ভধাৰণ কৰিছে৷ ৰাজ-পৰীৰ গোপন বিবাহৰ খবৰো ইতিমধ্যে ভাইৰেল হৈছে৷ এনেসময়তে নাছৰিনৰ এই পোষ্টটোৱে পৰীমণিকেই কটাক্ষ কৰিছে তাক নিশ্চয়কৈ ভাবি ল’ব পাৰি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka newsassam live 24axom live 24pori monitaslima nasrin
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি
ভাৰত

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

September 8, 2026
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা
বিনোদন

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

September 8, 2026
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি
জীৱনশৈলী

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

September 8, 2026
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা
অপৰাধ

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

September 8, 2026
Next Post
আকৌ দেশত লকডাউন হ’ব নেকি? আজি বিয়লি হ’ব পাৰে ইয়াৰ সিদ্ধান্ত…

আকৌ দেশত লকডাউন হ’ব নেকি? আজি বিয়লি হ’ব পাৰে ইয়াৰ সিদ্ধান্ত...

সূৰ্য নমস্কাৰ কৰি প্ৰতিৰোধ কৰক মহামাৰী কৰ’নাক… 

সূৰ্য নমস্কাৰ কৰি প্ৰতিৰোধ কৰক মহামাৰী কৰ’নাক... 

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.