• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১২৯ টা সন্তানৰ পিতৃ কোন এই জ’নছ? কেনেকৈ হ’ল ১২৯ টা সন্তানৰ পিতৃ তেওঁ?

১২৯ টা সন্তানৰ পিতৃ কোন এই জ’নছ? কেনেকৈ হ’ল ১২৯ টা সন্তানৰ পিতৃ তেওঁ?

4 years ago
চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

5 minutes ago
বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

24 minutes ago
২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

52 minutes ago
অষ্টম দৰমহা আয়োগত কি ভিত্তিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ৫টা ডাঙৰ আপডেট! দৰমহা আৰু পেঞ্চন কেতিয়া বৃদ্ধি পাব জানক 

1 hour ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

2 hours ago
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

3 hours ago
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

4 hours ago
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

5 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

6 hours ago
আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

6 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

7 hours ago
১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

১২৯ টা সন্তানৰ পিতৃ কোন এই জ’নছ? কেনেকৈ হ’ল ১২৯ টা সন্তানৰ পিতৃ তেওঁ?

editor by editor
January 27, 2022
in অসম, বিশ্ব, ভাৰত
0
১২৯ টা সন্তানৰ পিতৃ কোন এই জ’নছ? কেনেকৈ হ’ল ১২৯ টা সন্তানৰ পিতৃ তেওঁ?
0
SHARES
118
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম  লাইভ ২৪ঃ ৬৬ বছৰীয়া এজন বৃদ্ধই কৰা দাবীয়ে বিশ্ব সংবাদ মাধ্যমত বিশেষ চৰ্চা লাভ কৰা দেখা গৈছে৷ পেচাত অংকৰ মাষ্টৰ লোকজনে দাবী কৰিছে যে তেওঁ ১২৯ গৰাকী সন্তানৰ পিতৃ৷ ইয়াৰ পিছতে বিশ্ব সংবাদ মাধ্যমৰ চৰ্চাত আছে ব্যক্তিগৰাকী৷

ব্যক্তিগৰাকীৰ নাম হৈছে ক্লাইভ জ’নছ৷ এই জ’নছ পেচাত অংক মাষ্টৰ আছিল যদিও তেওঁ নিয়মিতভাৱে বীৰ্যদান কৰি সংবাদ মাধ্যমৰ চৰ্চালৈ আহিছে ৷

নিজকে বিশ্বৰ আটাইতকৈ শক্তিশালী বীৰ্যদাতা বুলি দাবী কৰা লোকজনে এতিয়ালৈক ১২৯ গৰাকী সন্তানৰ পিতৃত্ব অৰ্জন কৰা বিপৰীতে অতি শীঘ্ৰেই আৰু ৯ টা সন্তানৰো পিতৃ হ’ব৷  ইংলেণ্ডৰ আগশাৰীৰ সংবাদপত্ৰ ডেইলী মেইলত জ’নছে কৰা এই দাবীৰ পাছতে খলকনি লাগিছে।

জ’নছে বীৰ্যদানহে কৰি আহিছে, ধনৰ বিনিময়ত বীৰ্য বিক্ৰী কৰা নাই বুলিও দাবী কৰিছে জ’নছে৷

ডেইলী মেইলত প্ৰকাশ পোৱা মতে, জ’নছে ফেচবুক যোগে যোগাযোগ কৰি বিনামূলীয়াকৈ এই বীৰ্য দান কৰি আহিছে। যোৱা এক দশক ধৰি এই সেৱাত জড়িত হৈ আছে জ’নছ। তেওঁ এই সেৱা আৰু কেইবাবছৰলৈও কৰি যাবলৈ ইচ্ছুক বুলিও জনাইছে।

জন’ছে মুঠ ১৫০ টাকৈ সন্তানৰ পিতৃ হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰি লোৱা বুলি প্ৰকাশ কৰিছে৷ প্ৰতি মাহে তেওঁলৈ বিশ্বৰ কেইবাটাও পৰিয়ালে যোগাযোগ কৰে বুলি তেওঁ সাংবাদিকক জনোৱা জ’নছে যোৱা ৯ বছৰ ধৰি মানুহৰ সুখৰ বাবেই এই কাম কৰি যাবলৈ উদ্গনি লাভ কৰিছে।

আনহাতে, বীৰ্য দানেৰে ১২৯ টা সন্তানৰ পিতৃ হোৱা জ’নছৰ নিজৰ পত্নীৰ ফালৰো তিনিটা সন্তান আছে৷

ইফালে বীৰ্য দানেৰে নিজকে সন্তানহীন দম্পতিসকলক সহায় কৰি অহা বুলি দাবী কৰি আহিলেও ইংলেণ্ডৰ চিকিৎসা সংস্থাসমূহৰ ৰোষত পৰিছে জ’নছে। দেশখনৰ Human Fertilisation and Embryology Authorityএ ক্লাইভ জ’নছলৈ এক জাননী জাৰি কৰিছে।

জাননীখনত কোৱা হৈছে যে বীৰ্যদান কৰাৰ সময়ত যাতে তেওঁ এখন অনুজ্ঞাপ্ৰাপ্ত ক্লিনিকত ভালদৰে পৰীক্ষা কৰি লয়। অন্যথা বীৰ্যদান সম্পৰ্কীয় আইনসমূহ ভংগ কৰাৰ সম্ভাৱনাই দেখা দিব পাৰে। আৰু তেনে হ’লে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থাও লোৱা হ’ব পাৰে!

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!
ভাৰত

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

July 27, 2026
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?
বাণিজ্য

সপ্তাহত কিমান পৰিৱৰ্তন হৈছে সোণ-ৰূপৰ মূল্য? আজিয়েই আপোনাৰ চহৰৰ শেহতীয়া মূল্য জানক

July 26, 2026
আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ
ভাৰত

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

July 26, 2026
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?
বিশ্ব

হাইঠা মাটিত পৰিল! হঠাৎ কিয় ভাৰতৰ প্ৰতি নৰম হ’ল ড’নাল্ড ট্ৰাম্প?

July 25, 2026
Next Post
কবি প্ৰণৱ কুমাৰ বৰ্মনে নিৰ্মাণ কৰিব অসমীয়া ছবি : ১৪ ফেব্ৰুৱাৰিত শুভ মহূৰত

কবি প্ৰণৱ কুমাৰ বৰ্মনে নিৰ্মাণ কৰিব অসমীয়া ছবি : ১৪ ফেব্ৰুৱাৰিত শুভ মহূৰত

টোপনিহীনতাত ভুগিছে নেকি? মাত্ৰ ৬০ ছেকেণ্ডতে কেনেকৈ টোপনিত ঢলি পৰিব?

টোপনিহীনতাত ভুগিছে নেকি? মাত্ৰ ৬০ ছেকেণ্ডতে কেনেকৈ টোপনিত ঢলি পৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.