• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহানগৰীৰ ৰাজপথত আৰক্ষীৰ তাণ্ডৱ : প্ৰতিবাদকাৰীৰ ওপৰত পৰিল জঁপিয়াই আৰক্ষী

মহানগৰীৰ ৰাজপথত আৰক্ষীৰ তাণ্ডৱ : প্ৰতিবাদকাৰীৰ ওপৰত পৰিল জঁপিয়াই আৰক্ষী

4 years ago
অৱসৰৰ পিছতো NPS ৰ ধন পোৱা নাই নেকি? কিদৰে উলিয়াব জানক

অৱসৰৰ পিছতো NPS ৰ ধন পোৱা নাই নেকি? কিদৰে উলিয়াব জানক

3 minutes ago
ফুলশস্যাৰ নিশা স্বামীক কিয় এগিলাচ গাখীৰ খাবলৈ দিয়ে? নিয়ম নে বৈজ্ঞানিক কাৰণ জড়িত জানক

ফুলশস্যাৰ নিশা স্বামীক কিয় এগিলাচ গাখীৰ খাবলৈ দিয়ে? নিয়ম নে বৈজ্ঞানিক কাৰণ জড়িত জানক

48 minutes ago
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

1 hour ago
কাণ বিন্ধনীয়ে সলনি কৰে সন্তানৰ ভাগ্য! জানেনে কোনটো গ্ৰহ প্ৰসন্ন হয়?

কাণ বিন্ধনীয়ে সলনি কৰে সন্তানৰ ভাগ্য! জানেনে কোনটো গ্ৰহ প্ৰসন্ন হয়?

2 hours ago
ব্লু মুন কি? ৩১ মে’ৰ পূৰ্ণিমাৰ নিশা আকাশত দেখিব আচৰিত ঘটনা

ব্লু মুন কি? ৩১ মে’ৰ পূৰ্ণিমাৰ নিশা আকাশত দেখিব আচৰিত ঘটনা

2 hours ago
প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!

প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!

3 hours ago
NEET re examৰ কেনেকৈ কৰিব প্ৰস্তুতি? সলনি হ’ব নেকি পাঠ্যক্ৰম জানক

NEET re examৰ কেনেকৈ কৰিব প্ৰস্তুতি? সলনি হ’ব নেকি পাঠ্যক্ৰম জানক

3 hours ago
হোটেলত কিয় বগা আৰু কোমল টাৱেল দিয়ে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ!

হোটেলত কিয় বগা আৰু কোমল টাৱেল দিয়ে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ!

5 hours ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

5 hours ago
নতুন সংগী বিচাৰিছে নেকি মৌনি ৰয়ে? বিবাহ বিচ্ছেদৰ পিছত পোহৰলৈ আহিছে ডাঙৰ সত্য!

নতুন সংগী বিচাৰিছে নেকি মৌনি ৰয়ে? বিবাহ বিচ্ছেদৰ পিছত পোহৰলৈ আহিছে ডাঙৰ সত্য!

6 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

6 hours ago
মূল্যবৃদ্ধিয়ে কৰিছে নিদ্ৰা হৰণ, পেট্ৰ’ল-ডিজেলৰ পিছত বৃদ্ধি CNG ৰ মূল্য!

মূল্যবৃদ্ধিয়ে কৰিছে নিদ্ৰা হৰণ, পেট্ৰ’ল-ডিজেলৰ পিছত বৃদ্ধি CNG ৰ মূল্য!

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

মহানগৰীৰ ৰাজপথত আৰক্ষীৰ তাণ্ডৱ : প্ৰতিবাদকাৰীৰ ওপৰত পৰিল জঁপিয়াই আৰক্ষী

editor by editor
January 27, 2022
in অসম, ৰাজনীতি
0
মহানগৰীৰ ৰাজপথত আৰক্ষীৰ তাণ্ডৱ : প্ৰতিবাদকাৰীৰ ওপৰত পৰিল জঁপিয়াই আৰক্ষী
0
SHARES
35
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৃহস্পতিবাৰে পুনৰ এবাৰ অসম আৰক্ষীৰ বৰ্বৰতাৰ সাক্ষী হৈ ৰ’ল গুৱাহাটী মহানগৰী৷ মহানগৰীৰ মাজমিয়াৰ ৰাজীৱ ভৱনৰ সন্মুখতে অসম আৰক্ষীয়ে চলালে তাণ্ডৱ৷

ঘটনাৰ বিৱৰণী অনুসৰি আৰক্ষীয়ে নগাঁৱৰ ছাত্ৰ নেতা কীৰ্তিকমল বৰাক গুলীয়াই আহত কৰাৰ বিৰুদ্ধে মহানগাৰীৰ ৰাজীৱ ভৱনৰ সন্মুখত প্ৰতিবাদ সাৱ্যস্ত কৰিছিল যুৱ কংগ্ৰেছে৷

যৱ কংগ্ৰেছৰ বিষয়ববীয়াসকলে অংশ লোৱা এই প্ৰতিবাদৰ নেতৃত্ব লৈছিল যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই৷

প্ৰতিবাদকাৰীক দমনৰ বাবে আৰক্ষী, অৰ্ধ সামৰিক বাহিনীয়ে গঢ়ি তোলে নিৰাপত্তা বেষ্টনীৰ৷ প্ৰতিবাদী কাৰ্যসূচী চলি থকাৰ সময়তে হঠাকে হঠাতে পৰিস্থিতি উত্তপ্ত হৈ পৰে আৰু যুৱ কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীয়ে জঁপিয়াই পৰে৷

আনকি যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তৰ ওপৰতো আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ জোৱানে জঁপিয়াই পৰা দেখা গ’ল৷ আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে যুৱনেত্ৰীগৰাকীক টানি চোঁচৰাই গাড়ীত উঠাই বশিষ্ঠ আৰক্ষী থানালৈ লৈ যায়৷

এক শান্তিপূৰ্ণ প্ৰতিবাদৰ ওপৰত অসম আৰক্ষীয়ে জঁপিয়াই পৰাৰ পিছতে ৰাজ্যৰ লগতে দেশৰ গণতন্ত্ৰকলৈ প্ৰশ্ন উত্থাপন হৈছে৷ এখন গণতান্ত্ৰিক দেশত কিয় শান্তিপূৰ্ণ প্ৰতিবাদক নিষিদ্ধ কৰি তোলা হৈছে নেকি এই প্ৰশ্নটোও পুনৰ উত্থাপন হৈছএ৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24assam policeaxom live 24juva congress protestyuva congress
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?
জীৱনশৈলী

অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

May 14, 2026
জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক
জীৱনশৈলী

জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক

May 13, 2026
আধালৈ কমাই অনা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাহন! প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ত কেইখন বাহন থাকে?
জীৱনশৈলী

আধালৈ কমাই অনা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাহন! প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ত কেইখন বাহন থাকে?

May 13, 2026
ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?
অসম

ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?

May 13, 2026
Next Post
ভেকচিন ল’বলৈ ভয় কৰে নেকি? এতিয়া আৰু শংকা নাই, বজাৰত উপলব্ধ ফাইজাৰৰ কোভিড বড়ি

ভেকচিন ল’বলৈ ভয় কৰে নেকি? এতিয়া আৰু শংকা নাই, বজাৰত উপলব্ধ ফাইজাৰৰ কোভিড বড়ি

বৰ্তমানেও হাস্পতালৰ ICUত লতা মংগেশকাৰ, কেনে আছে লতাজী?

বৰ্তমানেও হাস্পতালৰ ICUত লতা মংগেশকাৰ, কেনে আছে লতাজী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.