• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৰীক্ষা অনুষ্ঠিত হ’ব নে? GATE পৰীক্ষাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায় সৰ্বোচ্চ ন্যায়ালয়ৰ

পৰীক্ষা অনুষ্ঠিত হ’ব নে? GATE পৰীক্ষাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায় সৰ্বোচ্চ ন্যায়ালয়ৰ

5 years ago
পাহৰি যাওঁক E20 পেট্ৰ’ল, দেশত এইবাৰ ১০০% ইথানলেৰে চলিব বাহন!

পাহৰি যাওঁক E20 পেট্ৰ’ল, দেশত এইবাৰ ১০০% ইথানলেৰে চলিব বাহন!

9 minutes ago
প্ৰেমৰ সম্পৰ্কত বাধা দিয়াৰ বাবেই পিতৃক হ*ত্যা নাবালিকাৰ!

প্ৰেমৰ সম্পৰ্কত বাধা দিয়াৰ বাবেই পিতৃক হ*ত্যা নাবালিকাৰ!

25 minutes ago
২১ বছৰৰ মূৰত পুনৰ একেলগে গান গাব উদিত নাৰায়ণ-কুমাৰ ছানু!

২১ বছৰৰ মূৰত পুনৰ একেলগে গান গাব উদিত নাৰায়ণ-কুমাৰ ছানু!

1 hour ago
আইনৰ ছাত্ৰীৰ মৃ*ত্যুক লৈ উত্তপ্ত গোৱালপাৰা

আইনৰ ছাত্ৰীৰ মৃ*ত্যুক লৈ উত্তপ্ত গোৱালপাৰা

1 hour ago
বংগোপসাগৰৰ পৰা আহি আছে ভয়ংকৰ বিপদ!

বংগোপসাগৰৰ পৰা আহি আছে ভয়ংকৰ বিপদ!

2 hours ago
২৭ লাখ ভাৰতীয়ৰ বাবে ডাঙৰ খবৰ!

২৭ লাখ ভাৰতীয়ৰ বাবে ডাঙৰ খবৰ!

2 hours ago
কলৰ সৈতে গাখীৰ একেলগে খালে কি হয়? জানি হ’ব আচৰিত

কলৰ সৈতে গাখীৰ একেলগে খালে কি হয়? জানি হ’ব আচৰিত

4 hours ago
টাইগাৰ নহয়, বিষ্ণোই গেঙৰ টাৰ্গেট আমিৰ খান! আৰক্ষীৰ হাতত কি নতুন তথ্য?

টাইগাৰ নহয়, বিষ্ণোই গেঙৰ টাৰ্গেট আমিৰ খান! আৰক্ষীৰ হাতত কি নতুন তথ্য?

4 hours ago
চতুৰ্থবাৰৰ বাবে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা ছিলভা, ভাৰতে পালে সুখৰ বতৰা!

চতুৰ্থবাৰৰ বাবে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা ছিলভা, ভাৰতে পালে সুখৰ বতৰা!

5 hours ago
শান্তিৰ নিশ্বাস ল’লে ৰাহুল গান্ধী! অমিত শ্বাহক লৈ কৰা মন্তব্য সন্দৰ্ভত দোষমুক্ত ঘোষণা আদালতৰ

শান্তিৰ নিশ্বাস ল’লে ৰাহুল গান্ধী! অমিত শ্বাহক লৈ কৰা মন্তব্য সন্দৰ্ভত দোষমুক্ত ঘোষণা আদালতৰ

5 hours ago
হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?

Gold-Silver Price : উৎসৱৰ বতৰত সোণ-ৰূপৰ মূল্যই দেখাইছে যাদু, মূল্য জানি লওক

5 hours ago
পৃথিৱীৰ ভিতৰতে অন্য এখন জগত, ‘এলিয়েন গ্ৰহ’ত আবদ্ধ ৩৮ জন ভাৰতীয়!

পৃথিৱীৰ ভিতৰতে অন্য এখন জগত, ‘এলিয়েন গ্ৰহ’ত আবদ্ধ ৩৮ জন ভাৰতীয়!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home শিক্ষা

পৰীক্ষা অনুষ্ঠিত হ’ব নে? GATE পৰীক্ষাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায় সৰ্বোচ্চ ন্যায়ালয়ৰ

editor by editor
February 3, 2022
in অসম, ভাৰত, শিক্ষা
0
পৰীক্ষা অনুষ্ঠিত হ’ব নে? GATE পৰীক্ষাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায় সৰ্বোচ্চ ন্যায়ালয়ৰ
0
SHARES
179
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গ্ৰেজুৱেট এপ্টিটিউড টেষ্ট ইন ইঞ্জিনিয়াৰিং এক্সাম চমুকৈ GATE পৰীক্ষাৰ সূচী পিছুৱাব নোৱাৰিব ৷ এই নিৰ্দেশ দিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে৷

 

বুধবাৰে উচ্চতম ন্যায়ালয়ে GATE পৰীক্ষাৰ সূচী স্থগিত ৰখাৰ সন্দৰ্ভত এক শুনানি গ্ৰহণ কৰি এই নিৰ্দেশনা দিয়ে৷ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ বিক্ৰম নাথৰ এক বিচাৰপীঠে পৰীক্ষালৈ মাত্ৰ ৪৮ ঘণ্টা সময় থকাৰ আগতে এই গুৰুত্বপূৰ্ণ নিৰ্দেশ দিছে৷

 

বিচাৰপীঠখনে কয় যে হঠাতে পৰীক্ষা পিছুৱাই দি প্ৰস্তুতি চলাই থকা পৰীক্ষাৰ্থীসকলৰ কেৰিয়াৰ সৈতে কোনোধৰণৰ খেলা কৰিব নোৱাৰি৷

 

‘‘যিসকল পৰীক্ষাৰ্থীয়ে পৰীক্ষাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে তেওঁলোকৰ কেৰিয়াৰ সৈতে ন্যায়ালয়ে খেলা কৰিব নোৱাৰে৷’’ সৰ্বোচ্চ ন্যায়ালয়ে কয়৷

 

বিচাৰপীঠখনে লগতে কয় যে একাডেমিক নীতি অনুসৰি পৰীক্ষা সঠিক সময়সূচীৰ মতেই হ’ব আৰু ন্যায়ালয়ে ইয়াত কোনো হস্তক্ষেপ নকৰে৷

 

উল্লেখ্য যে প্ৰায় ৯ লাখ পৰীক্ষাৰ্থীৰ মাজৰ ২০ হাজাৰ পৰীক্ষাৰ্থীয়ে স্বাক্ষৰ কৰি পৰীক্ষা পিছুৱাই দিয়াৰ দাবীৰে উচ্চতম ন্যায়ালয়ত এখন অনলাইন আবেদন দাখিল কৰিছিল৷ সমগ্ৰ দেশজুৰি ২০০ টা পৰীক্ষা কেন্দ্ৰত প্ৰায় ৯ লাখ পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হ’ব লগীয়া পৰীক্ষাৰ বাবে কৰ্তৃপক্ষই এতিয়াও কোনো কোভিড বিধি প্ৰস্তুত কৰা নাই বুলি আবেদনখনত দাবী কৰা হৈছিল৷

 

উক্ত আবেদনৰ শুনানি গ্ৰহণ কৰি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এই পৰীক্ষা পূৰ্বৰ সূচীৰ মতেই অনুষ্ঠিত হ’ব বুলি নিৰ্দেশ দিছে৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24GATEGATE Exam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাহৰি যাওঁক E20 পেট্ৰ’ল, দেশত এইবাৰ ১০০% ইথানলেৰে চলিব বাহন!
প্ৰযুক্তি

পাহৰি যাওঁক E20 পেট্ৰ’ল, দেশত এইবাৰ ১০০% ইথানলেৰে চলিব বাহন!

October 26, 2026
প্ৰেমৰ সম্পৰ্কত বাধা দিয়াৰ বাবেই পিতৃক হ*ত্যা নাবালিকাৰ!
অপৰাধ

প্ৰেমৰ সম্পৰ্কত বাধা দিয়াৰ বাবেই পিতৃক হ*ত্যা নাবালিকাৰ!

October 26, 2026
২১ বছৰৰ মূৰত পুনৰ একেলগে গান গাব উদিত নাৰায়ণ-কুমাৰ ছানু!
বিনোদন

২১ বছৰৰ মূৰত পুনৰ একেলগে গান গাব উদিত নাৰায়ণ-কুমাৰ ছানু!

October 26, 2026
আইনৰ ছাত্ৰীৰ মৃ*ত্যুক লৈ উত্তপ্ত গোৱালপাৰা
অসম

আইনৰ ছাত্ৰীৰ মৃ*ত্যুক লৈ উত্তপ্ত গোৱালপাৰা

October 26, 2026
Next Post
গালৱান উপত্যকাৰ ভাৰত-চীন সৈন্যৰ সংঘৰ্ষ : ৩৮ চীনা সৈন্য উটি গৈছিল নদীত!

গালৱান উপত্যকাৰ ভাৰত-চীন সৈন্যৰ সংঘৰ্ষ : ৩৮ চীনা সৈন্য উটি গৈছিল নদীত!

ভালুকৰ গঁৰাললৈ নিজৰ ৩ বছৰীয়া কন্যাক নিক্ষেপ মাতৃৰ; কিয় কৰিলে এই কাণ্ড?

ভালুকৰ গঁৰাললৈ নিজৰ ৩ বছৰীয়া কন্যাক নিক্ষেপ মাতৃৰ; কিয় কৰিলে এই কাণ্ড?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.