• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোদীৰ দাবী অসাৰ! দেশৰ বিভিন্ন প্ৰান্তত ১৭ হাজাৰৰো অধিক কৃষকৰ আত্মহত্যা

মোদীৰ দাবী অসাৰ! দেশৰ বিভিন্ন প্ৰান্তত ১৭ হাজাৰৰো অধিক কৃষকৰ আত্মহত্যা

5 years ago
অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

38 seconds ago
উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

29 minutes ago
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

2 hours ago
ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

2 hours ago
পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

3 hours ago
ঘোঁৰামাৰীৰ বাতাবাৰী গাঁৱৰ ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল

ঘোঁৰামাৰীৰ বাতাবাৰী গাঁৱৰ ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল

4 hours ago
চন্দ্ৰ-বুধৰ সংযোগ, কোন কোন ৰাশিৰ মুকলি হ’ব ভাগ্যৰ দুৱাৰ?

চন্দ্ৰ-বুধৰ সংযোগ, কোন কোন ৰাশিৰ মুকলি হ’ব ভাগ্যৰ দুৱাৰ?

5 hours ago
ফোনৰ নকল চাৰ্জাৰ ব্যৱহাৰৰ পূৰ্বে সাৱধান, এটা ভুলে মাতিব বিপদ!

ফোনৰ নকল চাৰ্জাৰ ব্যৱহাৰৰ পূৰ্বে সাৱধান, এটা ভুলে মাতিব বিপদ!

13 hours ago
এখিলা পাতে নিৰোগী কৰিব আপোনাক, নাম জানি হ’ব আচৰিত!

এখিলা পাতে নিৰোগী কৰিব আপোনাক, নাম জানি হ’ব আচৰিত!

13 hours ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

13 hours ago
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

আমি দৈ কিয় খোৱা উচিত? মুখৰ উজ্জ্বলতা বৃদ্ধিতো সহায়ক দৈ

13 hours ago
বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

৫ ৰাশিৰ জীৱনত আহিব শুভ পৰিৱৰ্তন, কিন্তু বাকীবোৰৰ বাবে হ’ব চিন্তনীয়!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

মোদীৰ দাবী অসাৰ! দেশৰ বিভিন্ন প্ৰান্তত ১৭ হাজাৰৰো অধিক কৃষকৰ আত্মহত্যা

editor by editor
February 8, 2022
in অসম, ভাৰত, ৰাজনীতি
0
মোদীৰ দাবী অসাৰ! দেশৰ বিভিন্ন প্ৰান্তত ১৭ হাজাৰৰো অধিক কৃষকৰ আত্মহত্যা
0
SHARES
73
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ কৃষকৰ অৱস্থাত পূৰ্বতকৈ যথেষ্ট উন্নত হোৱা বুলি দাবী কৰি আহিলেও দেশৰ কৃষকৰ আত্মহত্যাৰ হাৰ হ্ৰাস পোৱা নাই৷ দেশত বৰং উদ্বেগজনকভাৱে এই হাৰ বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে৷

কেন্দ্ৰীয় চৰকাৰৰ তথ্যৰ মতে যোৱা মাত্ৰ তিনিটা বছৰতে দেশৰ বিভিন্ন প্ৰান্তত ১৭ হাজাৰৰো অধিক কৃষকে আত্মহত্যা কৰিছে৷

মংগলবাৰে সংসদৰ শীতকালীন অধিবেশনত লোকসভাত কেন্দ্ৰীয় চৰকাৰে এই তথ্য প্ৰকাশ কৰিছে৷

নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’(NCRB)ৰ তথ্যৰে উদ্ধৃতি দি আজি লোকসভাত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় কুমাৰ মিশ্ৰই কয় যে দেশৰ ৰাজ্যসমূহৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিভিন্ন প্ৰান্তত মুঠ ১৭,২৯৯ গৰাকী কৃষকে আত্মহত্যা কৰিছে৷

এক্সিডেণ্টাল ডেথছ এণ্ড চুইচাইড ইন ইণ্ডিয়াৰ ৰিপ’ৰ্ট অনুসৰি ২০১৮ বৰ্ষত ৫,৭৬৩ গৰাকী, ২০১৯ বৰ্ষত ৫,৯৫৭ গৰাকী আৰু ২০২০ বৰ্ষত ৫,৫৭৯ গৰাকী কৃষকে আত্মহত্যা কৰিছে৷

চৰকাৰী এই তথ্যই প্ৰমাণ কৰিছে যে প্ৰধানমন্ত্ৰীয়ে দেশৰ কৃষকৰ অৱস্থা পূৰ্বতকৈ উন্নত হোৱা বুলি দাবী কৰিলেও প্ৰকৃতপক্ষে কৃষকৰ অৱস্থা উন্নত হোৱা নাই৷ যাৰফলত কৃষকৰ আত্মহত্যা ৰোধ কৰিবলৈ চৰকাৰে সক্ষম হোৱা নাই৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalfarmers diedfarmers suicide
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!
অসম

উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

September 12, 2026
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?
ভাৰত

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

September 12, 2026
ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক
ভাৰত

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

September 12, 2026
পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…
ভাৰত

পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

September 12, 2026
Next Post
অৰুণাচলৰ কামেং ছেক্টৰত উদ্ধাৰ ৭ সেনা জোৱানৰ মৃতদেহ

অৰুণাচলৰ কামেং ছেক্টৰত উদ্ধাৰ ৭ সেনা জোৱানৰ মৃতদেহ

বৰপেটা ৰোড চহৰৰ উন্নয়নৰ বাবে ১০ খনকৈ আঁচনি, লক্ষ্য পৌৰসভা নিৰ্বাচন!

বৰপেটা ৰোড চহৰৰ উন্নয়নৰ বাবে ১০ খনকৈ আঁচনি, লক্ষ্য পৌৰসভা নিৰ্বাচন!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.