• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেলেংকাৰিত অভিযুক্তক পুৰস্কৃত শিক্ষা সংসদৰ

কেলেংকাৰিত অভিযুক্তক পুৰস্কৃত শিক্ষা সংসদৰ

4 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

1 week ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

1 week ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

1 week ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

1 week ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

1 week ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

1 week ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 week ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

1 week ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

1 week ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

1 week ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 week ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

1 week ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কেলেংকাৰিত অভিযুক্তক পুৰস্কৃত শিক্ষা সংসদৰ

editor by editor
February 9, 2022
in অসম, গুৱাহাটী
0
কেলেংকাৰিত অভিযুক্তক পুৰস্কৃত শিক্ষা সংসদৰ
0
SHARES
185
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা পৰিচালিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত খেলিমেলি, প্ৰশ্ন কাকত ফাদিল সাধাৰণ ঘটনা৷ এই ঘটনাত অভিযুক্ত শিক্ষা সংসদৰ বিষয়া-কৰ্মচাৰীক পুৰস্কৃত কৰে শিক্ষা সংসদৰ অধ্যক্ষ আৰু সচিবে৷ ২০১৬ চনৰ পৰা ২০১৮ চনলৈ সংঘটিত ধাৰাবাহিক প্ৰশ্নকাকত ফাদিলত তথা পৰীক্ষাৰ আন খেলিমেলিত অভিযুক্তক পুৰস্কৃত কৰিলে সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই আৰু সচিব পুলক পাটগিৰিয়ে৷ ঘটনাক্ৰম এনেধৰণৰ- ২০১৬ চনৰ পৰা ২০১৮ চনলৈ ধাৰাবাহিকভাৱে উচ্চতৰ মাধ্যমিক পৰীক্ষাত সংঘটিত হৈছিল ব্যাপক খেলিমেলি, প্ৰশ্নকাকত ফাদিলৰ দৰে ঘটনা৷ উল্লেখযোগ্য যে গোৱালপাৰা ছাইন্স একাডেমীৰ কাণ্ডও সংঘটিত হৈছিল সেই সময়তে৷

সেই সময়ত ভাৰপ্ৰাপ্ত পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্বত আছিল জ্যোতি কলিতা৷ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপিন দাসৰ নেতৃত্বত ৮ মাৰ্চ, ২০১৮ত গঠন হৈছিল তদন্ত কমিটী৷ এই কমিটীয়ে পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল তথা অন্যান্য খেলিমেলিত জ্যোতি কলিতাৰ প্ৰতি সন্দেহৰ আঙুলি তুলিছিল৷ ইয়াৰ পাছত ২০১৮ চনৰে ২১ মাৰ্চত সংসদৰ পৰীক্ষা কমিটীৰ এক বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকে জ্যোতি কলিতাক ভাৰপ্ৰাপ্ত পৰীক্ষা সচিবৰ দায়িত্বৰ পৰা অপসাৰণ কৰে৷ উল্লেখ্য, জ্যোতি কলিতা আছিল উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ প্ৰশাসন শাখাৰ উপ সচবি৷ আনহাতে, একেখন বৈঠকতে কমলজ্যোতি গগৈক পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্ব অৰ্পণ কৰে৷ তদুপৰি ২০১৮ চনৰ ২১ মাৰ্চৰ পৰীক্ষা কমিটীৰ বৈঠকে প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ তদন্ত cid বা ভিজিলেন্সক দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল৷

ইয়াৰ পাছত ২০১৮ চনৰে ২৯ মাৰ্চত শিক্ষা সংসদৰ কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হয়৷ পৰীক্ষা কমিটীয়ে গ্ৰহণ কৰা প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ তদন্তৰ দায়িত্ব cid বা ভিজিলেন্সক অৰ্পণৰ প্ৰস্তাৱক অনুমোদন জনায় এই কাৰ্যনিৰ্বাহকে আৰু তদন্ত সম্পূৰ্ণ নোহোৱালৈকে জ্যোতি কলিতাকে ধৰি আন সন্দেহজনক অভিযুক্তক বাধ্যতামূলক ছুটী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ কিন্তু এই বৈঠকৰ সিদ্ধান্ত আজিলৈকে সিদ্ধান্ত হৈয়ে ৰ’ল৷ কাৰ্যত ৰূপায়ণ নহ’ল৷ ৰহস্যজনকভাৱে সিদ্ধান্ত গ্ৰহণৰ এই ফাইলটোৱে নোহোৱা হৈ পৰিল৷ ক’লৈ গ’ল ফাইলটো? সন্দেহৰ আঙুলি উঠিল জ্যোতি কলিতাৰ প্ৰতি৷ কিন্তু তদানীনন্তন অধ্যক্ষ ড০ দয়ানন্দ বৰগোহাঁই আৰু সচিব কমলজ্যোতি গগৈ এইক্ষেত্ৰত সম্পূৰ্ণ নীৰৱ হৈ ৰ’ল৷

ফাইলটো কি হ’ল, ক’লৈ গ’ল কোনো খোজ-খবৰ নকৰিলে এই দুগৰাকী দায়িত্বশীল বিষয়াই৷ পৰিণতিত প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ তদন্ত কি হ’ল সেয়া সকলোৰে জ্ঞাত৷ তদন্তৰ নামত কাগজ এখিলাৰো বিচাৰ-খোঁচাৰ নহ’ল৷ ইপিনে, নতুন অধ্যক্ষৰূপে ৰুক্ম গোহাঁয় আৰু সচিবৰূপে পুলক পাটগিৰিয়ে দায়িত্ব লৈ শৰাই-গামোচাহে আগবঢ়ালে প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ অন্যতম অভিযুক্ত জ্যোতি কলিতালৈ৷ তেওঁক যুটীয়া সচিবৰ পদবীলৈ পদোন্নতি দিলে ৰুক্ম গোহাঁই আৰু পুলক পাটগিৰিয়ে৷ কিয় ৰুক্ম গোহাঁয়ে তৎকালীন প্ৰশ্নকাকত খেলিমেলি কেলেংকাৰীৰ তদন্তৰ সিদ্ধান্তৰ ফাইল বিচাৰিবলৈ সাহস কৰা নাই? জ্যোতি কলিতাৰ আঙুলিৰ ঠাৰত উঠা-বহা কৰে নেকি সংসদৰ অধ্যক্ষ, সচিবে?

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ahsecasom live 24assam live 24axom live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

December 22, 2025
অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল
অসম

অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল

December 20, 2025
‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?
অসম

‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

December 16, 2025
Next Post
শীক্ষাৰ্থীয়ে নাপালে সকাহ! উচ্চ বিচাৰপীঠলৈ প্ৰেৰণ ‘হিজাব পৰিধান’ৰ বিচাৰ

শীক্ষাৰ্থীয়ে নাপালে সকাহ! উচ্চ বিচাৰপীঠলৈ প্ৰেৰণ ‘হিজাব পৰিধান’ৰ বিচাৰ

ঘৰত ৰাখক এই কেইটা সামগ্ৰী… নিশ্চিতভাৱে দূৰ হ’ব মা লক্ষ্মীৰ কোপদৃষ্টি

ঘৰত ৰাখক এই কেইটা সামগ্ৰী… নিশ্চিতভাৱে দূৰ হ’ব মা লক্ষ্মীৰ কোপদৃষ্টি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.