• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মিঞাগিৰি সহ্য কৰিব পৰা অসমীয়াই পুলিচগিৰি সহ্য কৰিব নোৱাৰে’, কোনে ক’লে?

‘মিঞাগিৰি সহ্য কৰিব পৰা অসমীয়াই পুলিচগিৰি সহ্য কৰিব নোৱাৰে’, কোনে ক’লে?

4 years ago
টোপনিৰ পৰা উঠিয়েই আইনাত মুখ চোৱাটো অভ্যাস নেকি? নকৰিব জীৱন বৰ্বাদ!

টোপনিৰ পৰা উঠিয়েই আইনাত মুখ চোৱাটো অভ্যাস নেকি? নকৰিব জীৱন বৰ্বাদ!

36 minutes ago
ছালৰ সমস্যাত ভুগিছে নেকি? হ’ব পাৰে কুণ্ডলীৰ কোনো গ্ৰহৰ দোষ!

ছালৰ সমস্যাত ভুগিছে নেকি? হ’ব পাৰে কুণ্ডলীৰ কোনো গ্ৰহৰ দোষ!

54 minutes ago
গাখীৰ চাহ প্ৰিয় নেকি? এদিনত কিমান কাপ খোৱা উচিত জানক

গাখীৰ চাহ প্ৰিয় নেকি? এদিনত কিমান কাপ খোৱা উচিত জানক

2 hours ago
ফেটি লিভাৰত শৰীৰৰ কোনবোৰ অংগ প্ৰভাৱিত হ’ব পাৰে? বিশেষজ্ঞৰ পৰা জানক

ফেটি লিভাৰত শৰীৰৰ কোনবোৰ অংগ প্ৰভাৱিত হ’ব পাৰে? বিশেষজ্ঞৰ পৰা জানক

2 hours ago
আপোনাৰ Ovarian cyst আছে নেকি? অস্ত্ৰোপচাৰ কৰাৰ পূৰ্বে সাৱধান!

আপোনাৰ Ovarian cyst আছে নেকি? অস্ত্ৰোপচাৰ কৰাৰ পূৰ্বে সাৱধান!

3 hours ago
যান-বাহন চলাচলক লৈ আহিছে নতুন নিৰ্দেশনা, ১২ মে’ত কোনফালেৰে যাব আপুনি?

যান-বাহন চলাচলক লৈ আহিছে নতুন নিৰ্দেশনা, ১২ মে’ত কোনফালেৰে যাব আপুনি?

3 hours ago
কষ্টাৰিকাৰ নতুন ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত ভাৰতক প্ৰতিনিধিত্ব পবিত্ৰ মাৰ্ঘেৰিটাৰ

কষ্টাৰিকাৰ নতুন ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত ভাৰতক প্ৰতিনিধিত্ব পবিত্ৰ মাৰ্ঘেৰিটাৰ

4 hours ago
মুখ্যমন্ত্ৰী হোৱাৰ পথ মুকলি বিজয় থালাপতিৰ, শক্তিশালী ৰূপত চৰকাৰ গঠন কৰিবলৈ সাজু

মুখ্যমন্ত্ৰী হোৱাৰ পথ মুকলি বিজয় থালাপতিৰ, শক্তিশালী ৰূপত চৰকাৰ গঠন কৰিবলৈ সাজু

6 hours ago
কেদাৰনাথৰ শিৱলিংগ কিয় ত্ৰিকোণ? ৰহস্য জানি হ’ব আচৰিত!

কেদাৰনাথৰ শিৱলিংগ কিয় ত্ৰিকোণ? ৰহস্য জানি হ’ব আচৰিত!

6 hours ago
শনি দেৱৰ পূজাত ভুলতো ব্যৱহাৰ নকৰিব তামৰ বাচন-বৰ্তন, ৰোষত পৰিব আপুনি!

শনি দেৱৰ পূজাত ভুলতো ব্যৱহাৰ নকৰিব তামৰ বাচন-বৰ্তন, ৰোষত পৰিব আপুনি!

7 hours ago
8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, দৰমহা ৩ গুণতকৈ অধিক পাব বৃদ্ধি!

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, দৰমহা ৩ গুণতকৈ অধিক পাব বৃদ্ধি!

7 hours ago
এইমাহৰ পৰা ATM ৰ পৰা উলিয়াব পাৰিব PF ৰ ধন, এইদৰে কাম কৰিব EPFO ​​3.0

এইমাহৰ পৰা ATM ৰ পৰা উলিয়াব পাৰিব PF ৰ ধন, এইদৰে কাম কৰিব EPFO ​​3.0

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

‘মিঞাগিৰি সহ্য কৰিব পৰা অসমীয়াই পুলিচগিৰি সহ্য কৰিব নোৱাৰে’, কোনে ক’লে?

editor by editor
February 10, 2022
in অসম, ৰাজনীতি
0
‘মিঞাগিৰি সহ্য কৰিব পৰা অসমীয়াই পুলিচগিৰি সহ্য কৰিব নোৱাৰে’, কোনে ক’লে?
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নগাঁও ভুৱা এনকাউণ্টাৰৰ পিছতে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক গুৱাহাটীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰা হৈছে৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ আনন্দ মিশ্ৰক বদলি কৰাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

একাংশই আনন্দ মিশ্ৰৰ পাখি কাটি বদলি কৰাৰ বুলি সন্তুষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হোৱাৰ বিপৰীতে আন একাংশই আনন্দ মিশ্ৰৰ বদলতি অসন্তুষ্টি প্ৰকাশ কৰিছে৷ ইফালে অন্য একাংশই আনন্দ মিশ্ৰক নিলম্বন নকৰাৰ বাবেহে অসন্তুষ্টি প্ৰকাশ কৰা দেখা গৈছে৷

ইয়াৰ মাজতে আনন্দ মিশ্ৰৰ সমৰ্থনত নিজৰ টুইটাৰ হেণ্ডলত টুইট কৰিছে খুমটাইৰ বিজেপি বিধায়ক মৃণাল শইকীয়াই৷ বিধায়ক শইকীয়াই টুইট কৰি অসমীয়া মানুহে মিঞাৰ দাদাগিৰি সহ্য কৰিব পাৰে, কিন্তু পুলিচগিৰি  সহ্য কৰিব নোৱাৰে বুলি এক বিতৰ্কিত মন্তব্য প্ৰকাশ কৰিছে৷

আনন্দ মিশ্ৰৰ সপক্ষে দুটাকৈ টুইট কৰি বিধায়ক শইকীয়াই লগতে কয় যে এটা ভুলৰ বাবে এজন আৰক্ষী বিষয়াক নিন্দা কৰাটো উচিত হোৱা নাই৷ নগাঁৱক ড্ৰাগছমুক্ত কৰা বুলি আনন্দ মিশ্ৰক প্ৰশংসা কৰি আৰু এটা বছৰৰ নগাঁৱত তেওঁ আৰক্ষী অধীক্ষক হৈ থকাটো প্ৰয়োজন বুলি উল্লেখ কৰিছে বিধায়ক মৃণাল শইকীয়াই৷

‘‘কি যে দুৰ্ভাগ্য…! অসমৰ মানুহে মিঞাৰ দাদাগিৰি সহ্য কৰিব পাৰে, কিন্তু সামান্য পুলিচগিৰি সহ্য কৰিব নোৱাৰে৷  ধিং, মৰিগাঁও, বৰপেটা, ধুবুৰী আদিৰ ভিতৰৰ অঞ্চললৈ গৈ চাওক, তেতিয়াহে অসমৰ পৰিস্থিতি অনুভৱ কৰিব পাৰিব৷’’ বিধায়ক মৃণাল শইকীয়াই এটা টুইটত এইদৰে কয়৷

বিজেপি বিধায়ক মৃণাল শইকীয়াৰ এই বিতৰ্কিত টুইটৰ পিছতে বিষয়টো সংবাদ মাধ্যমতো বিশেষ চৰ্চা লাভ কৰিছে৷

ইফালে আনন্দ মিশ্ৰৰ বদলিত গুলীবিদ্ধ কীৰ্তিকমল বৰাৰ লগতে তেওঁৰ পৰিয়ালেও আনন্দ প্ৰকাশ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalnagaon encounter
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যান-বাহন চলাচলক লৈ আহিছে নতুন নিৰ্দেশনা, ১২ মে’ত কোনফালেৰে যাব আপুনি?
অসম

যান-বাহন চলাচলক লৈ আহিছে নতুন নিৰ্দেশনা, ১২ মে’ত কোনফালেৰে যাব আপুনি?

May 9, 2026
কষ্টাৰিকাৰ নতুন ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত ভাৰতক প্ৰতিনিধিত্ব পবিত্ৰ মাৰ্ঘেৰিটাৰ
বিশ্ব

কষ্টাৰিকাৰ নতুন ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত ভাৰতক প্ৰতিনিধিত্ব পবিত্ৰ মাৰ্ঘেৰিটাৰ

May 9, 2026
পশ্চিমবংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, তেওঁৰ সৈতে শপত লোৱা বিশেষ ৫মন্ত্ৰী কোন কোন?
জীৱনশৈলী

পশ্চিমবংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, তেওঁৰ সৈতে শপত লোৱা বিশেষ ৫মন্ত্ৰী কোন কোন?

May 9, 2026
কিয় ৫৭ বছৰ বয়সতো অবিবাহিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী? চৰ্চাত তেওঁৰ এটা সাক্ষাৎকাৰ, বিবাহ নকৰোৱাৰ বাখ্যা কি দিছিল শুভেন্দুৱে?
জীৱনশৈলী

কিয় ৫৭ বছৰ বয়সতো অবিবাহিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী? চৰ্চাত তেওঁৰ এটা সাক্ষাৎকাৰ, বিবাহ নকৰোৱাৰ বাখ্যা কি দিছিল শুভেন্দুৱে?

May 9, 2026
Next Post
ৰাষ্ট্ৰীয় ঘাইপথৰ গতিবেগ নিৰ্ধাৰণ কৰিব চৰকাৰে, কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ৰাষ্ট্ৰীয় ঘাইপথৰ গতিবেগ নিৰ্ধাৰণ কৰিব চৰকাৰে, কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

উত্তৰাখণ্ডত নিৰ্বাচনী প্ৰচাৰ অভিযানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

উত্তৰাখণ্ডত নিৰ্বাচনী প্ৰচাৰ অভিযানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.