• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঋতুস্ৰাৱৰ সময়ত বিষ হ’লে কি কৰিব? এই বস্তুবিধ খালেই নিমিষতে উপশম পাব!

ঋতুস্ৰাৱৰ সময়ত বিষ হ’লে কি কৰিব? এই বস্তুবিধ খালেই নিমিষতে উপশম পাব!

5 years ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

18 minutes ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

37 minutes ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

1 hour ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

1 hour ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

2 hours ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

2 hours ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

3 hours ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

4 hours ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

5 hours ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

5 hours ago
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

18 hours ago
কেনে যাব কাইলৈ আপোনাৰ দিনটো?

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

ঋতুস্ৰাৱৰ সময়ত বিষ হ’লে কি কৰিব? এই বস্তুবিধ খালেই নিমিষতে উপশম পাব!

editor by editor
February 15, 2022
in অসম, জীৱনশৈলী, স্বাস্থ্য
0
ঋতুস্ৰাৱৰ সময়ত বিষ হ’লে কি কৰিব? এই বস্তুবিধ খালেই নিমিষতে উপশম পাব!
0
SHARES
551
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঋতুস্ৰাৱৰ সময়ত বহু মহিলাই প্ৰচণ্ড পেটৰ বিষত আক্ৰান্ত হয়৷ বিষে তেওঁলোকক কাবু কৰাই নহয়, নৰক যন্ত্ৰণাও ভোগে৷

বিষৰ বাবে মহিলাই শুব, বহিব, খাব আদি নোৱাৰাৰ দৰে অৱস্থাও হয়৷ বিষৰ পৰা উপশম পাবলৈ বহু মহিলাই গৰম হেক দিয়ে যদিও বিষৰ পৰা তিলমানো সকাহ লাভ নকৰে৷

প্ৰতিবাৰে পেইন কীলাৰ টেবলেটো খাবলৈ ভয় কৰে মহিলাসকল; কাৰণ বাৰে বাৰে পেইন কীলাৰ ঔষধ খালে শৰীৰত পাশ্বপ্ৰতিক্ৰিয়াৰ হোৱাৰ আশংকা থাকে৷

তেনে অৱস্থাত এই প্ৰচণ্ড বিষৰ পৰা উপশম পাবলৈ কি কৰিব পাৰে? এবিধ বস্তুৱে মহিলাক এই সমস্যাৰ পৰা  উদ্ধাৰ কৰিব পাৰে৷

সেই বস্তু কি? সেয়া হৈছে আদা৷ হয় আদাই ঋতুস্ৰাৱৰ সময়ত প্ৰচণ্ড বিষত ভুগি থকা মহিলাই বিষৰ পৰা উপশম লাভ কৰোৱাব পাৰে!

আমাৰ শৰীৰত প্ৰোষ্টাগ্লাণ্ডিন নামৰ এবিধ পদাৰ্থ তৈয়াৰ হয়৷ ঋতুস্ৰাৱৰ সময়ত সেই পদাৰ্থবিধ তল পেটলৈ নামি যায় আৰু তাৰ ফলতে প্ৰচণ্ড বিষৰ উৎপত্তি হয়৷

আদা খালে ইয়াৰ পৰা কিছু উপশম লাভ কৰিব পাৰি৷ আদাৰ ৰসে প্ৰোষ্টাগ্লাণ্ডিনৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়৷ আৰু ইয়ে বিষৰ পৰিমাণ হ্ৰাস কৰে৷

এই বিষয়ে বিভিন্ন বিশ্ববিদ্যালয়ত গৱেষণাও হৈছে৷ ২০১৪ চনত প্ৰকাশিত এক গৱেষণাত কোৱা হৈছিল যে যিকোনো বিষৰ সময়ত শৰীৰ পেশীক আদাৰ ৰসে শিথিল কৰে৷ ঋতুস্ৰাৱৰ সময়তো আদাই একেই ভূমিকা গ্ৰহণ কৰে বুলি দাবী কৰিছে বিজ্ঞানীৰ দলে৷

সেয়ে ঋতুস্ৰাৱৰ সময়ত অথবা তাৰ পূৰ্বে নিয়মীয়াভাৱে আদা খালে ঋতুস্ৰাৱৰ সময়ত বিষত ভোগা মহিলাই কিছু হ’লে বিষৰ পৰা উপশম লাভ কৰিব বুলি গৱেষকসকলে দাবী কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digital
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?
বাণিজ্য

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

August 25, 2026
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম
জীৱনশৈলী

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

August 25, 2026
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?
অসম

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

August 25, 2026
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ
ভাৰত

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

August 25, 2026
Next Post
১ লাখ টকাত বিক্ৰীৰে অসমৰ গ’ল্ডেন পাৰ্ল চাহে গঢ়িলে অভিলেখ

১ লাখ টকাত বিক্ৰীৰে অসমৰ গ’ল্ডেন পাৰ্ল চাহে গঢ়িলে অভিলেখ

অবিশ্বাস্য হ’লেও সত্য! ডাইনোচৰ ভক্ষণ কৰা ঘঁৰিয়াল উদ্ধাৰ

অবিশ্বাস্য হ’লেও সত্য! ডাইনোচৰ ভক্ষণ কৰা ঘঁৰিয়াল উদ্ধাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.