• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

5 years ago
‘ৰাজীৱ গান্ধীৰ কোলাত ছোনিয়া গান্ধী…’ ৰাহুল গান্ধীৰ মন্তব্যক লৈ বিতৰ্ক!

‘ৰাজীৱ গান্ধীৰ কোলাত ছোনিয়া গান্ধী…’ ৰাহুল গান্ধীৰ মন্তব্যক লৈ বিতৰ্ক!

8 minutes ago
ফিলিপাইনছত মোদীৰ প্ৰশংসাত পঞ্চমুখ ডোনাল্ড ট্ৰাম্প

ফিলিপাইনছত মোদীৰ প্ৰশংসাত পঞ্চমুখ ডোনাল্ড ট্ৰাম্প

59 minutes ago
১৮ মাহৰ পিছত আহিছে এই ৪ ৰাশিৰ বাবে বিশেষ সময়!

১৮ মাহৰ পিছত আহিছে এই ৪ ৰাশিৰ বাবে বিশেষ সময়!

1 hour ago
কাজিৰঙাৰ ভয়ংকৰ দুৰ্ঘটনাক লৈ বিস্ফোৰক মন্তব্য নিলম্বিত DTOৰ?

কাজিৰঙাৰ ভয়ংকৰ দুৰ্ঘটনাক লৈ বিস্ফোৰক মন্তব্য নিলম্বিত DTOৰ?

2 hours ago
সফলতাৰ ৪০ বছৰীয়া যাত্ৰা অব্যাহত, Guns N’ Rosesৰ সফলতাৰ কাহিনী

সফলতাৰ ৪০ বছৰীয়া যাত্ৰা অব্যাহত, Guns N’ Rosesৰ সফলতাৰ কাহিনী

3 hours ago
কেনেকৈ ইউটিউবাৰে চুৰি কৰিছিল ১২ কেজি সোণ?

কেনেকৈ ইউটিউবাৰে চুৰি কৰিছিল ১২ কেজি সোণ?

3 hours ago
৫০০ টকীয়া লটাৰীত চালকে লাভ কৰিলে ১২ কোটি টকা

৫০০ টকীয়া লটাৰীত চালকে লাভ কৰিলে ১২ কোটি টকা

4 hours ago
অনলাইন জুৱাৰ বাবেই দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰ!

অনলাইন জুৱাৰ বাবেই দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰ!

5 hours ago
৩ দিনলৈ বন্ধ থাকিব যাত্ৰীবাহী বাহনৰ চলাচল!

৩ দিনলৈ বন্ধ থাকিব যাত্ৰীবাহী বাহনৰ চলাচল!

5 hours ago
‘ধোনীবিহীন CSK কল্পনাই কৰিব নোৱাৰি’

‘ধোনীবিহীন CSK কল্পনাই কৰিব নোৱাৰি’

6 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

মুছলিম ৰাষ্ট্ৰত দুৰ্যোগ, ঘৰ-বাৰী এৰি পলায়ন জনতাৰ

7 hours ago
হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?

হোৰাহোৰে হ্ৰাস পাইছে সোণৰ মূল্য! নৱেম্বৰৰ শেষলৈকে সোণৰ হাৰ ১.২৯ লাখ টকা হ’ব নেকি?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, November 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

আজি আপোনাৰ 25 ফেব্ৰুৱাৰী দিনটো...

editor by editor
February 25, 2022
in জীৱনশৈলী, বিবিধ
0
horoscope

horoscope-for-today-12-03-2022

0
SHARES
87
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেঘ– নিজকে যোগ্য ব্যক্তিৰূপে পৰিগণিত হ’ব; পুৰণি ৰোগৰ কৰা মুক্ত হ’ব; শিল্প কলা; ভাস্কৰ্য আদিত দক্ষতা বৃদ্ধি; শুভ ৰং কমলা, শুভ সংখ্যা ৩

বৃষ– নিজ বুদ্ধি মতে কাম কৰি সফল হ’ব; কোনো কাৰণত ভীতিগ্ৰস্ত নহ’ব; বিলাসিতা কম কৰক, শত্ৰু কমিব; কৰ্মত শুভ; নীলা শুভ ৰং; শুভ সংখ্যা ৫

মিথুন– মন্দিৰ দৰ্শনত শুভ ফল পাব; ব্যক্তিত্ব প্ৰকাশ পাব; পুৰণি কেচ মোকৰ্দ্দমাই মনত কষ্ট দিব; কমলা শুভ ৰং; শুভ সংখ্যা ৭

কৰ্কট– কৰ্মক্ষেত্ৰত উৎসাহ বৃদ্ধি পাব; জ্ঞানী লোকৰ দৰ্শনে অধিক আনন্দ দিব; উদ্যোগ, ব্যৱসায়ীৰ লগত জড়িত ব্যক্তিৰ শুভ; বেঙুনীয়া শুভ ৰং; শুভ সংখ্যা ৯

সিংহ– কৰ্মত বলিষ্ঠ চিন্তা বৃদ্ধি; শান্তি, উদাৰ মনোবলে অধিক উৎসাহিত কৰিব; নতুন কৰ্ম সংস্থাপনৰ যোগ, গেৰুৱা শুভ ৰং, শুভ সংখ্যা ২

কন্যা– গুৰুৰ প্ৰভাৱত দাৰ্শনিক, পুৰোহিত, গৱেষকৰ উন্নতিৰ যুগ; মনত দুঃচিন্তা নানিব, অযথা ক্ষতি হ’ব পাৰে; ব্যয় বৃদ্ধি; গোলপীয়া শুভ ৰং; শুভ সংখ্যা ৪

তুলা– যিকোনো কামতেই পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব; সোণৰ বস্তু ব্যৱহাৰ কৰিলে অধিক সুফল পাব; মেৰুণ শুভ ৰং; শুভ সংখ্যা ৬

বৃশ্চিক– কৰ্মস্থানত মধ্যম; দূৰদৰ্শী চিন্তাত ব্ৰতী হ’ব; কাকো সমালোচনা নকৰিব; আৰ্থিক দিশত অযথা ব্যয় নকৰিব; সেউজীয়া শুভ ৰং; শুভ সংখ্যা ৩

ধনু– অৰ্থ লাভৰ যুগ; প্ৰভাৱ বিস্তাৰ কৰাৰ সুযোগ পাব; ভ্ৰমণত শুভ; বন্ধুৰ প্ৰভাৱে অধিক আনন্দিত কৰিব; হালধীয়া শুভ ৰং; শুভ সংখ্যা ৯

মকৰ– আদৰ্শবাদী স্নেহ পৰায়ণ হ’ব পাৰিব; ব্যৱসায়ত প্ৰচূৰ লাভদায়ক হ’ব পাৰিব; যান-বাহনৰ অধিপতি হ’ব পাৰিব; শুভ ৰং সোণালী; শুভ সংখ্যা ৮

কুম্ভ– সামাজিক স্থিতি উন্নত হ’ব; পুৰণি বিষে কষ্ট দিব পাৰে; হনুমান চালিচা পাঠ কৰক, সংকটমুক্ত হ’ব; শুভ ৰং আকাশী; শুভ সংখ্যা ২

মীন– হতাশা আঁতৰিব; যশস্বী গুণৰ অধিকাৰী হ’ব; কৰ্ম্মত ব্যস্ততা বাঢ়িব; সময় অপচয় নকৰিব; বন্ধু বৰ্গৰ পৰা আঁতৰত থাকক; সোণালী ৰং শুভ; শুভ সংখ্যা ৩

ৰত্ন কুবেৰ, মণিপুৰীবস্তি, গুৱাহাটী-৭, ফোনঃ 99571 11171

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24astrologyastronomyaxom live 24Best Assamese News Channeldaily horoscopedaily horoscope for today in assamesehoroscopehoroscope for todayhoroscope in assameseRATNA KUBER HOROSCOPE ADVICE
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৮ মাহৰ পিছত আহিছে এই ৪ ৰাশিৰ বাবে বিশেষ সময়!
জীৱনশৈলী

১৮ মাহৰ পিছত আহিছে এই ৪ ৰাশিৰ বাবে বিশেষ সময়!

November 17, 2026
কাজিৰঙাৰ ভয়ংকৰ দুৰ্ঘটনাক লৈ বিস্ফোৰক মন্তব্য নিলম্বিত DTOৰ?
অসম

কাজিৰঙাৰ ভয়ংকৰ দুৰ্ঘটনাক লৈ বিস্ফোৰক মন্তব্য নিলম্বিত DTOৰ?

November 17, 2026
কেনেকৈ ইউটিউবাৰে চুৰি কৰিছিল ১২ কেজি সোণ?
অপৰাধ

কেনেকৈ ইউটিউবাৰে চুৰি কৰিছিল ১২ কেজি সোণ?

November 17, 2026
৫০০ টকীয়া লটাৰীত চালকে লাভ কৰিলে ১২ কোটি টকা
ভাৰত

৫০০ টকীয়া লটাৰীত চালকে লাভ কৰিলে ১২ কোটি টকা

November 17, 2026
Next Post
ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়ক উদ্ধাৰৰ বাবে কি কি বিশেষ পদক্ষেপ লৈছে ভাৰতে?

ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়ক উদ্ধাৰৰ বাবে কি কি বিশেষ পদক্ষেপ লৈছে ভাৰতে?

কিয় ব্যৰ্থ হৈছি ল অমিতাভ আৰু ৰেখাৰ প্ৰেম? কিয় অমিতাভৰ পৰা আঁতৰি গৈছিল ৰেখা?

কিয় ব্যৰ্থ হৈছি ল অমিতাভ আৰু ৰেখাৰ প্ৰেম? কিয় অমিতাভৰ পৰা আঁতৰি গৈছিল ৰেখা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.