• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাছিয়াই তৃতীয় বিশ্ব যুদ্ধৰ সূচনাৰে শত্ৰুৰ বিপক্ষে পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগ কৰি কৰিব!

ৰাছিয়াই তৃতীয় বিশ্ব যুদ্ধৰ সূচনাৰে শত্ৰুৰ বিপক্ষে পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগ কৰি কৰিব!

4 years ago
গৰমে বৃদ্ধি কৰে হাৰ্ট এটেকৰ সম্ভাৱনা! বিশেষজ্ঞসকলে ক’লে এইদৰে…

গৰমে বৃদ্ধি কৰে হাৰ্ট এটেকৰ সম্ভাৱনা! বিশেষজ্ঞসকলে ক’লে এইদৰে…

1 minute ago
8th Pay Commission: প্ৰতিৰক্ষা কৰ্মচাৰীয়ে পালে ডাঙৰ নিশ্চয়তা, অৱসৰৰ সময়লৈকে পাব নেকি কেন্দ্ৰীয় কৰ্মচাৰীৰ মৰ্যাদা?

8th Pay Commission: প্ৰতিৰক্ষা কৰ্মচাৰীয়ে পালে ডাঙৰ নিশ্চয়তা, অৱসৰৰ সময়লৈকে পাব নেকি কেন্দ্ৰীয় কৰ্মচাৰীৰ মৰ্যাদা?

33 minutes ago
মহাদেৱৰ ১২ ট জ্যোতিৰ্লিংগ! কোন শিৱক্ষেত্ৰ দৰ্শন কৰিলে কি বিশেষ ফল পাব ভক্তই?

মহাদেৱৰ ১২ ট জ্যোতিৰ্লিংগ! কোন শিৱক্ষেত্ৰ দৰ্শন কৰিলে কি বিশেষ ফল পাব ভক্তই?

2 hours ago
কথা দিছিল, কথা ৰাখিলে অক্ষয় কুমাৰে! কাশ্মীৰৰ চৰকাৰী বিদ্যালয়লৈ ১ কোটিৰ অনুদান অভিনেতা অক্ষয়ৰ

কথা দিছিল, কথা ৰাখিলে অক্ষয় কুমাৰে! কাশ্মীৰৰ চৰকাৰী বিদ্যালয়লৈ ১ কোটিৰ অনুদান অভিনেতা অক্ষয়ৰ

3 hours ago
প্ৰতি ঘণ্টাত আয় ৭৪০০ টকা! মহিলাৰ পেছা শুনিলে চমকি উঠিব আপুনি

প্ৰতি ঘণ্টাত আয় ৭৪০০ টকা! মহিলাৰ পেছা শুনিলে চমকি উঠিব আপুনি

4 hours ago
কেদাৰনাথ ধাম কোনে কেতিয়া নিৰ্মাণ কৰিছিল? কেদাৰনাথক ভোলানাথৰ বাসস্থান বুলি কিয় কোৱা হয়?

কেদাৰনাথ ধাম কোনে কেতিয়া নিৰ্মাণ কৰিছিল? কেদাৰনাথক ভোলানাথৰ বাসস্থান বুলি কিয় কোৱা হয়?

4 hours ago
ডাইন’ছৰতকৈ পুৰণি, জীয়াই থকাৰ অদ্ভুত ক্ষমতা, পঁইতাচোৰা সম্পৰ্কে জানি থওক ১০টা নজনা তথ্য

ডাইন’ছৰতকৈ পুৰণি, জীয়াই থকাৰ অদ্ভুত ক্ষমতা, পঁইতাচোৰা সম্পৰ্কে জানি থওক ১০টা নজনা তথ্য

4 hours ago
বকেয়া কাম দ্ৰুত শেষ কৰক, মন্ত্ৰিপৰিষদৰ বৈঠকত দেশৰ ভৱিষ্যতক লৈ কি কি সিদ্ধান্ত? মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতি, কি হ’ব পাৰে দেশৰ ভৱিষ্যত?

বকেয়া কাম দ্ৰুত শেষ কৰক, মন্ত্ৰিপৰিষদৰ বৈঠকত দেশৰ ভৱিষ্যতক লৈ কি কি সিদ্ধান্ত? মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতি, কি হ’ব পাৰে দেশৰ ভৱিষ্যত?

6 hours ago
বিবাহ বিচ্ছেদৰ পাছত স্বামীৰ কি কি সম্পত্তিৰ দাবী কৰিব নোৱাৰে মহিলাই? কি আছে আইনত?

বিবাহ বিচ্ছেদৰ পাছত স্বামীৰ কি কি সম্পত্তিৰ দাবী কৰিব নোৱাৰে মহিলাই? কি আছে আইনত?

6 hours ago
মাত্ৰ ৫০ বছৰ বয়সৰ ভিতৰতেই ২ কোটি টকাৰ মালিক হোৱাৰ সপোন দেখিছে? যদি ৩০ বছৰ বয়স হয় তেন্তে কিমান টকাৰ SIP কৰিব?

মাত্ৰ ৫০ বছৰ বয়সৰ ভিতৰতেই ২ কোটি টকাৰ মালিক হোৱাৰ সপোন দেখিছে? যদি ৩০ বছৰ বয়স হয় তেন্তে কিমান টকাৰ SIP কৰিব?

6 hours ago
গজকেশৰী আৰু বুধাদিত্য যোগৰ ডাবল ধামাকা, আজিৰ পৰাই ৫ৰাশিৰ কেৰিয়াৰত উন্নতি, অৰ্থকষ্ট শেষ হ’ব কাৰ কাৰ?

গজকেশৰী আৰু বুধাদিত্য যোগৰ ডাবল ধামাকা, আজিৰ পৰাই ৫ৰাশিৰ কেৰিয়াৰত উন্নতি, অৰ্থকষ্ট শেষ হ’ব কাৰ কাৰ?

7 hours ago
জুন মাহত ৫গ্ৰহৰ অৱস্থান সলনিত গঠিত হ’ব ৩টাকৈ ৰাজযোগ, সলনি হ’ব এই ৪ৰাশিৰ জীৱন

জুন মাহত ৫গ্ৰহৰ অৱস্থান সলনিত গঠিত হ’ব ৩টাকৈ ৰাজযোগ, সলনি হ’ব এই ৪ৰাশিৰ জীৱন

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ৰাছিয়াই তৃতীয় বিশ্ব যুদ্ধৰ সূচনাৰে শত্ৰুৰ বিপক্ষে পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগ কৰি কৰিব!

editor by editor
March 2, 2022
in বিশ্ব, ৰাজনীতি
0
ৰাছিয়াই তৃতীয় বিশ্ব যুদ্ধৰ সূচনাৰে শত্ৰুৰ বিপক্ষে পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগ কৰি কৰিব!
0
SHARES
157
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বুধবাৰে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভ’ৰ’ভে তৃতীয় বিশ্ব যুদ্ধ আশংকাক অন্য এক মাত্ৰা প্ৰদান কৰা পৰিলক্ষিত হৈছে৷ ৰাছিয়ান বৈদেশিক মন্ত্ৰীগৰাকীয়ে সংবাদ সংস্থা আৰআইএ-ক জনায় যে তৃতীয় বিশ্ব যুদ্ধ সংঘটিত হ’লে পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগ কৰা হ’ব আৰু ই অধিক ধ্বংসাত্মক হ’ব৷

মন্ত্ৰী ছেৰ্গেই লগতে কয়ে যে যোৱা সপ্তাহত ইউক্ৰেইনৰ বিৰুদ্ধে এক বিশেষ সামৰিক অভিযান আৰম্ভ কৰা ৰাছিয়াই যদি কীয়েভত পাৰমাণৱিক অস্ত্ৰ আহৰণ কৰে তেতিয়াহে ‘প্ৰকৃত বিপদ’ৰ সন্মুখীন হ’ব। ইয়াৰ দ্বাৰা ৰাছিয়ান বৈদেশিক মন্ত্ৰী গৰাকীয়ে তৃতীয় বিশ্ব যুদ্ধৰ সূচনাৰে পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগৰ ইংগিত দিয়া বুলিও ধাৰণা কৰা হৈছে৷

লগতে পঢ়ক যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত আৰু এগৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ মৃ্ত্যু

আমেৰিকা, কানাডাসহ পশ্চিমীয়া ৰাষ্ট্ৰসমূহে ৰাছিয়াৰ বিৰুদ্ধে অৰ্থনৈতিক আৰু বিভিন্ন প্ৰতিবন্ধকতা আৰোপ কৰাৰ পিছতো ইউক্ৰেইন আক্ৰমণ আৰম্ভ কৰাৰ সাতটা দিনৰ পিছত ৰাছিয়াই বুধবাৰে ইউক্ৰেইনৰ দক্ষিণাঞ্চলৰ প্ৰধান বৃহৎ খেৰচন দখল কৰা বুলি দাবী কৰিছে৷

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বিডেনে তেওঁৰ ষ্টেট অৱ দ্য ইউনিয়নত দিয়া ভাষণত ৰাছিয়াৰ আক্ৰমণ সন্দৰ্ভত ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক উদ্দেশ্য কৰি কয় যে, ‘‘যদিও তেওঁ যুদ্ধক্ষেত্ৰত সফলতা লাভ কৰিব পাৰে, তেওঁ ভৱিষ্যতে ইয়াৰ উচিত মূল্য পৰিশোধ কৰিবলৈ সাজু থাকিব লাগিব।’’ মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে, ‘‘ভৱিষ্যতে কি হ’ব সেই বিষয়ে কোনো ধাৰণা নাই।’

লগতে পঢ়ক যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত পাকিস্তানী আৰু তুৰ্কী শিক্ষাৰ্থীৰ হাতত ভাৰতৰ জাতীয় পতাকা কিয়?

ইফালে ইউক্ৰেইনৰ দ্বাৰা তীব্ৰ প্ৰতিৰোধৰ সন্মুখীন হৈছে ৰাছিয়াৰ আক্ৰমণকাৰী সৈন্য৷ কীয়েভৰ উত্তৰে এক মাইল দীঘল ৰাছিয়াৰ সামৰিক কনভয় ৰাজধানীৰ ফালে সামান্য অগ্ৰগতি লাভ কৰিছে বুলিও বাতৰি আহিছে।

আনহাতে, বুধবাৰে এক ভিডিঅ’যোগে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’দিমিৰ জেলেনস্কিয়ে কয় যে মস্কোৱে আক্ৰমণ কৰা প্ৰথম ছয়টা দিনত ইউক্ৰেইনৰ সেনাই প্ৰায় ৬,০০০ ৰাছিয়ান সৈন্যক হত্যা কৰিছে৷ তেওঁ লগতে দৃঢ়তাৰে কয় ক্ৰেমলিনে তেওঁৰ দেশক বোমা আৰু বিমান আক্ৰমণ কৰিলেও পৰাভূত কৰিব নোৱাৰে।

লগতে পঢ়ক ইউক্ৰেইনলৈ আমেৰিকাসহ কোন কোন ৰাষ্ট্ৰই কিমান, কি কি সামৰিক সাহায্য আগবঢ়াইছে?

ইফালে আমেৰিকা, কানাডাসহ পশ্চিমীয়া দেশবোৰে অৰ্থাৎ ইউৰোপীয় ইউনিয়নে তেওঁলোকৰ আকাশ ৰাছিয়ান বিমানৰ বাবে নিষিদ্ধ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalnuclear weaponsRussia Ukraine invasionthird world war
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহাদেৱৰ ১২ ট জ্যোতিৰ্লিংগ! কোন শিৱক্ষেত্ৰ দৰ্শন কৰিলে কি বিশেষ ফল পাব ভক্তই?
জীৱনশৈলী

মহাদেৱৰ ১২ ট জ্যোতিৰ্লিংগ! কোন শিৱক্ষেত্ৰ দৰ্শন কৰিলে কি বিশেষ ফল পাব ভক্তই?

May 22, 2026
বকেয়া কাম দ্ৰুত শেষ কৰক, মন্ত্ৰিপৰিষদৰ বৈঠকত দেশৰ ভৱিষ্যতক লৈ কি কি সিদ্ধান্ত? মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতি, কি হ’ব পাৰে দেশৰ ভৱিষ্যত?
জীৱনশৈলী

বকেয়া কাম দ্ৰুত শেষ কৰক, মন্ত্ৰিপৰিষদৰ বৈঠকত দেশৰ ভৱিষ্যতক লৈ কি কি সিদ্ধান্ত? মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতি, কি হ’ব পাৰে দেশৰ ভৱিষ্যত?

May 22, 2026
বিবাহ বিচ্ছেদৰ পাছত স্বামীৰ কি কি সম্পত্তিৰ দাবী কৰিব নোৱাৰে মহিলাই? কি আছে আইনত?
জীৱনশৈলী

বিবাহ বিচ্ছেদৰ পাছত স্বামীৰ কি কি সম্পত্তিৰ দাবী কৰিব নোৱাৰে মহিলাই? কি আছে আইনত?

May 22, 2026
চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল
জীৱনশৈলী

চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

May 22, 2026
Next Post
প্ৰেমিকাৰ দাবীত অতিষ্ঠ হৈ জন্মদিনতে হত্যা কৰিলে প্ৰেমিকে

প্ৰেমিকাৰ দাবীত অতিষ্ঠ হৈ জন্মদিনতে হত্যা কৰিলে প্ৰেমিকে

horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.