• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জনপ্ৰিয় শিল্পী জুবিনেৰে নিকিতাৰ বিয়া! কোন এই নিকিতা দত্ত?

4 years ago
মহাদেৱৰ ১২ ট জ্যোতিৰ্লিংগ! কোন শিৱক্ষেত্ৰ দৰ্শন কৰিলে কি বিশেষ ফল পাব ভক্তই?

12 minutes ago
কথা দিছিল, কথা ৰাখিলে অক্ষয় কুমাৰে! কাশ্মীৰৰ চৰকাৰী বিদ্যালয়লৈ ১ কোটিৰ অনুদান অভিনেতা অক্ষয়ৰ

45 minutes ago
প্ৰতি ঘণ্টাত আয় ৭৪০০ টকা! মহিলাৰ পেছা শুনিলে চমকি উঠিব আপুনি

2 hours ago
কেদাৰনাথ ধাম কোনে কেতিয়া নিৰ্মাণ কৰিছিল? কেদাৰনাথক ভোলানাথৰ বাসস্থান বুলি কিয় কোৱা হয়?

ডাইন’ছৰতকৈ পুৰণি, জীয়াই থকাৰ অদ্ভুত ক্ষমতা, পঁইতাচোৰা সম্পৰ্কে জানি থওক ১০টা নজনা তথ্য

বকেয়া কাম দ্ৰুত শেষ কৰক, মন্ত্ৰিপৰিষদৰ বৈঠকত দেশৰ ভৱিষ্যতক লৈ কি কি সিদ্ধান্ত? মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতি, কি হ’ব পাৰে দেশৰ ভৱিষ্যত?

3 hours ago
বিবাহ বিচ্ছেদৰ পাছত স্বামীৰ কি কি সম্পত্তিৰ দাবী কৰিব নোৱাৰে মহিলাই? কি আছে আইনত?

4 hours ago
মাত্ৰ ৫০ বছৰ বয়সৰ ভিতৰতেই ২ কোটি টকাৰ মালিক হোৱাৰ সপোন দেখিছে? যদি ৩০ বছৰ বয়স হয় তেন্তে কিমান টকাৰ SIP কৰিব?

গজকেশৰী আৰু বুধাদিত্য যোগৰ ডাবল ধামাকা, আজিৰ পৰাই ৫ৰাশিৰ কেৰিয়াৰত উন্নতি, অৰ্থকষ্ট শেষ হ’ব কাৰ কাৰ?

জুন মাহত ৫গ্ৰহৰ অৱস্থান সলনিত গঠিত হ’ব ৩টাকৈ ৰাজযোগ, সলনি হ’ব এই ৪ৰাশিৰ জীৱন

5 hours ago
এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে

6 hours ago
চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

জনপ্ৰিয় শিল্পী জুবিনেৰে নিকিতাৰ বিয়া! কোন এই নিকিতা দত্ত?

editor by editor
March 26, 2022
in চিনেমা, বিনোদন, ভাৰত, সংগীত
0
জনপ্ৰিয় শিল্পী জুবিনেৰে নিকিতাৰ বিয়া! কোন এই নিকিতা দত্ত?
0
SHARES
223
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জুবিনেৰ বিবাহপাশত আৱদ্ধ হ’ব এগৰাকী মোহময়ী অভিনেত্ৰী৷ কোন এই মোহময়ী অভিনেত্ৰীগৰাকী? এই মোহময়ী অভিনেত্ৰীগৰাকী হৈছে নিকিতা দত্ত৷

নিকিতা দত্ত হৈছে হিন্দী চলচ্চিত্ৰ আৰু টেলিভিশ্যনৰ এগৰাকী অভিনেত্ৰী৷ ২০১২ চনত ফেমিনা মিছ ইণ্ডিয়াৰ ফাইনেলিষ্ট নিকিতাই লেকৰ হাম দীৱানা দিল ছবিৰে বলিউদত অভিষেক কৰিছিল৷

ইয়াৰ পিছতে নিকিতাই কেবাখনো হিন্দী ছবি আৰু ধাৰাবাহিক অভিনয় কৰে৷ এই নিকিতাৰে এতিয়া জনপ্ৰিয় গায়ক জুবিনৰ সৈতে বিবাহৰ কথা উলাইছে৷

লগতে পঢ়ক ফুটবল বিশ্বকাপত ভাৰতৰো বিশেষ আবিৰ্ভাৱ! কি ৰূপত দেখা যাব ভাৰতৰ প্ৰতিষ্ঠানক?

জুবিন হৈছে বলিউদৰ এগৰাকী জনপ্ৰিয় গায়ক৷ সম্পূৰ্ণ নাম জুবিন নাটিয়াল৷ দীৰ্ঘদিন ধৰি নিকিতাৰে সম্পৰ্কৰ গুঞ্জন চলি থকাৰ পিছতে তেওঁলোকে বিবাহ পাশত আৱদ্ধ হ’বলৈ আগবাঢ়িছে বুলি ইন্টাৰনেট চৰ্চা লাভ কৰিছে৷

দুয়োৱে ইজনে সিজনক আঙুঠি পিন্ধোৱাৰ ফ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ আনকি দুয়োৰে অন্তৰংগ মুহূৰ্তৰ ছবিও সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷

পিছত এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছিল জুবিনে।

লগতে পঢ়ক উদ্ধৱ থাকৰেৰ মাৰাঠী জাতীয়তাবাদ : চলিব কেৱল মাৰাঠী, প্ৰশাসনত নিষিদ্ধ হিন্দী, ইংৰাজী!

শেহতীয়াকৈ জুবিন আৰু নিকিতাই অনুৰাগীৰ বাবে এটা নতুন গানো সাজু কৰি তুলিছে৷ তেওঁলোকে নিজেই ইয়াৰ কিছু আভাস সামাজিক মাধ্যমত শ্বেয়াৰো কৰিছে৷

জুবিনৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰা ফটোত নিকিতাৰ হাতত ধৰি প’জ দি ফ’টো শ্বেয়াৰ কৰি কেপশ্যনত লিখিছে, ‘‘মস্ত নজৰো চে’’ ৩১ মাৰ্চত মুক্তি পাব।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamNikita DuttaZubinZubin Nautyal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহাদেৱৰ ১২ ট জ্যোতিৰ্লিংগ! কোন শিৱক্ষেত্ৰ দৰ্শন কৰিলে কি বিশেষ ফল পাব ভক্তই?
জীৱনশৈলী

May 22, 2026
কথা দিছিল, কথা ৰাখিলে অক্ষয় কুমাৰে! কাশ্মীৰৰ চৰকাৰী বিদ্যালয়লৈ ১ কোটিৰ অনুদান অভিনেতা অক্ষয়ৰ
জীৱনশৈলী

কথা দিছিল, কথা ৰাখিলে অক্ষয় কুমাৰে! কাশ্মীৰৰ চৰকাৰী বিদ্যালয়লৈ ১ কোটিৰ অনুদান অভিনেতা অক্ষয়ৰ

May 22, 2026
প্ৰতি ঘণ্টাত আয় ৭৪০০ টকা! মহিলাৰ পেছা শুনিলে চমকি উঠিব আপুনি
জীৱনশৈলী

প্ৰতি ঘণ্টাত আয় ৭৪০০ টকা! মহিলাৰ পেছা শুনিলে চমকি উঠিব আপুনি

May 22, 2026
বকেয়া কাম দ্ৰুত শেষ কৰক, মন্ত্ৰিপৰিষদৰ বৈঠকত দেশৰ ভৱিষ্যতক লৈ কি কি সিদ্ধান্ত? মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতি, কি হ’ব পাৰে দেশৰ ভৱিষ্যত?
জীৱনশৈলী

বকেয়া কাম দ্ৰুত শেষ কৰক, মন্ত্ৰিপৰিষদৰ বৈঠকত দেশৰ ভৱিষ্যতক লৈ কি কি সিদ্ধান্ত? মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতি, কি হ’ব পাৰে দেশৰ ভৱিষ্যত?

May 22, 2026
Next Post
জনতাৰ মূৰত ৰামটাঙোন! এইবাৰ ঔষধতো মূল্যবৃদ্ধি, ১ এপ্ৰিলৰ পৰা ঔষধৰ মূল্যবৃদ্ধি

প্ৰথম দিনাই অথন্তৰ! আমেৰিকাত ভাৰতীয় ছবি RRRৰ মাত্ৰ প্ৰথম অংশহে প্ৰদৰ্শন, কিন্তু কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন