• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
RRRএ ধুমুহাৰ সৃষ্টিৰে হিন্দী বলয়তো দ্য কাশ্মীৰ ফাইলছ, গংগোবাইক পেলালে চেৰ

RRRএ ধুমুহাৰ সৃষ্টিৰে হিন্দী বলয়তো দ্য কাশ্মীৰ ফাইলছ, গংগোবাইক পেলালে চেৰ

4 years ago
কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

2 minutes ago
Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

38 minutes ago
‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

56 minutes ago
Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

2 hours ago
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

2 hours ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

3 hours ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

4 hours ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

6 hours ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

7 hours ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

7 hours ago
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

8 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

RRRএ ধুমুহাৰ সৃষ্টিৰে হিন্দী বলয়তো দ্য কাশ্মীৰ ফাইলছ, গংগোবাইক পেলালে চেৰ

editor by editor
March 30, 2022
in চিনেমা, ভাৰত
0
RRRএ ধুমুহাৰ সৃষ্টিৰে হিন্দী বলয়তো দ্য কাশ্মীৰ ফাইলছ, গংগোবাইক পেলালে চেৰ
0
SHARES
301
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এছ এছ ৰাজামৌলীৰ দক্ষিণৰ ছবি RRRৰ হিন্দী সংস্কৰণে হিন্দী বলয়তো দ্য কাশ্মীৰ ফাইলছ আৰু গংগোবাই কাঠিয়াৱাড়ীক চেৰ পেলাইছে৷ হিন্দী বলয়ত মাত্ৰ পাঁচটা দিনতে দক্ষিণৰ ছবিখনৰ হিন্দী সংস্কৰণে ১০০ কোটি টকা সংগ্ৰহ কৰিছে৷

দেশত বিতৰ্কৰ ধুমুহাৰ কৰা সৃষ্টি বিবেক অগ্নিহোত্ৰী দ্য কাশ্মীৰ ফাইলছ আৰু আলিয়া ভাটৰ অভিনীত ছবি গংগোবাই কাঠিয়াৱাড়ীকো চেৰ পেলাই ৰাজামৌলীৰ দক্ষিণৰ ছবিখনে অভিলেখ সৃষ্টি কৰিছে৷ দক্ষিণৰ ছবিখনে অতি কমদিনৰ ভিতৰতে ১০০ কোটি টকা সংগ্ৰহৰ ইতিহাস ৰচিছে৷

লগতে পঢ়ক অসমৰ হাইৱেত ১০ খন নতুন উৰণীয়া সেতু : ক’ত ক’ত নিৰ্মাণ হ’ব এই সেতুসমূহ?

উল্লেখ্য যে হিন্দী বলয়ত  ১০০ কোটি টকা সংগ্ৰহ কৰা এইখন হৈছে পঞ্চমখন দক্ষিণৰ ছবি৷ ইয়াৰ পূৰ্বে ৰাজামৌলীৰ নিজৰে চিকুৱেল ছবি দুয়োখন বাহুৱলী, ২.০ আৰু পুষ্পা : দ্য ৰাইজ-এ  উত্তৰ ভাৰতত ১০০ কোটি টকা সংগ্ৰহ কৰিছিল৷

বিশ্লেষকে দেখুওৱাইছে যে দক্ষিণৰ ছবি RRRএ কেনেকৈ এই মাইলষ্টোন স্পৰ্শ কৰিছে৷ ইয়াৰ পূৰ্বে হিন্দী বলয়ত গংগোবাই কাঠিয়াৱাড়ীয়ে ১৩ দিনত আৰু দ্য কাশ্মীৰ ফাইলছ-এ ৮ টা দিনত ১০০ কোটি সংগ্ৰহ কৰিছিল৷

বাণিজ্যিক বিশ্লেষক ৰমেশ বালাই টুইট কৰি লিখিছে যে, মাত্ৰ পাঁচটা দিনতে RRRৰ হিন্দী সংস্কৰণে ১০০ কোটি টকা সংগ্ৰহ কৰি ইতিহাস ৰচিছে৷

লগতে পঢ়ক গৰু বা গাখীৰ বিক্ৰী কৰি নহয়, গোবৰেৰে তৈয়াৰী সামগ্ৰীৰ পৰা ৩৬ লাখ টকা উপাৰ্জন!

বাণিজ্যিক বিশ্লেষক তৰণ আৰ্দশই টুইটত কয় যে উত্তৰ মহামাৰী কালত RRRৰ হিন্দী সংস্কৰণেও দেশত কালেকশ্যনৰ ক্ষেত্ৰত ধুমুহাৰ সৃষ্টি কৰিছে৷ তেওঁ উল্লেখ কৰা মতে ছবিখনৰ হিন্দী সংস্কৰণে হিন্দী বলয়ত যোৱা শুকুৰবাৰে ১৯ কোটি, শনিবাৰে ২৪ কোটি, দেওবাৰে ৩১.৫০ কোটি, সোমবাৰে ১৭ কোটি টকা সংগ্ৰহ কৰিছে৷

RRR ছবিখন ভাৰতৰ স্বাধীনতা আন্দোলনৰ ১৯২০ চনৰ দুজন মুক্তিযোদ্ধা কুমাৰাম ভীম আৰু আল্লুৰী সীতাৰামাৰাজুৱে হায়দৰাবাদৰ নিজাম আৰু ব্ৰিটিছৰাজৰ বিৰুদ্ধে যুঁজাৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে৷

লগতে পঢ়ক আৰিয়ান খান ড্ৰাগছ কেচ : ছমাহতো ব্যৰ্থ, NCBক লাগে আৰু ৯০ দিন!

দক্ষিণৰ ৰাম চৰণ, জুনিয়ৰ এনটিআৰে আদিয়ে অভিনয় কৰা ছবিখনৰ দৈৰ্ঘ্য ৩ ঘণ্টা ৫৬ মিনিটৰ হ’লেও পিছত ইয়াৰ দৈৰ্ঘ্য ৩ ঘণ্টা ১ মিনিটলৈ হ্ৰাস কৰা হয়৷

বলিউদৰ অজয় দেৱগন আৰু আলিয়া ভাটে অভিনয় কৰা ছবিখন নিৰ্মাণ ব্যয় হৈছে ৩৩৬  কোটি টকা৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamGangubai KathiawadiRRRthe kashmir files
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?
ভাৰত

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

September 14, 2026
১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?
বিনোদন

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

September 12, 2026
কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা
বিনোদন

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

September 12, 2026
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?
ভাৰত

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

September 12, 2026
Next Post
চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ : মহঙা দিনত কৰ্মচাৰী বাবে চৰকাৰৰ বিশেষ পদক্ষেপ

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ : মহঙা দিনত কৰ্মচাৰী বাবে চৰকাৰৰ বিশেষ পদক্ষেপ

আজিয়ে আধাৰ আৰু পান কাৰ্ডৰ সংযোগ কৰক : অন্যথা ভৰিব লাগিব জৰমিনা!

আজিয়ে আধাৰ আৰু পান কাৰ্ডৰ সংযোগ কৰক : অন্যথা ভৰিব লাগিব জৰমিনা!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.