• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অৱশেষত স্বীকাৰ ৰাছিয়াৰ : ইউক্ৰেইনত মৃত্যু হৈছে প্ৰায় ২০ হাজাৰ সেনাৰ!

অৱশেষত স্বীকাৰ ৰাছিয়াৰ : ইউক্ৰেইনত মৃত্যু হৈছে প্ৰায় ২০ হাজাৰ সেনাৰ!

5 years ago
২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

13 hours ago
LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

13 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৩ ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হ’ব ভাগ্য উদয় জানক

14 hours ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

দশম-দ্বাদশ পাছৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

15 hours ago
দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

16 hours ago
Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

16 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

বুধৰ পশ্চাদগামী গতিয়ে ধনী কৰিব আপোনাক, ৪ ৰাশিৰ ধন্য হ’ব জীৱন!

17 hours ago
কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

18 hours ago
Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

18 hours ago
উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

20 hours ago
টাইগাৰ শ্ৰফক গুলী কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ, আক্ৰমণকাৰীসকলৰ এজন নাবালক

টাইগাৰ শ্ৰফক গুলী কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ, আক্ৰমণকাৰীসকলৰ এজন নাবালক

21 hours ago
EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

অৱশেষত স্বীকাৰ ৰাছিয়াৰ : ইউক্ৰেইনত মৃত্যু হৈছে প্ৰায় ২০ হাজাৰ সেনাৰ!

editor by editor
April 9, 2022
in বিশ্ব, ৰাজনীতি
0
অৱশেষত স্বীকাৰ ৰাছিয়াৰ : ইউক্ৰেইনত মৃত্যু হৈছে প্ৰায় ২০ হাজাৰ সেনাৰ!
0
SHARES
256
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইউক্ৰেইন আক্ৰমণ কৰি যুদ্ধবাজ ৰাছিয়াই যেন নিজৰেই বিপদ মাতি আনিছে৷ আক্ৰমণ আৰম্ভ কৰি ৰাছিয়া বিশ্ব সম্প্ৰদায়ৰ পৰা বাণিজ্যিক আৰু অৰ্থনৈতিক নিষেধাজ্ঞাৰ সন্মুখীন হোৱাই নহয় ভবামতে নিৰ্দিষ্ট সময়ত ইউক্ৰেইনৰ ৰাজধানী কীয়েভো দখল কৰিবলৈ সক্ষম হোৱা নাই৷

ইউক্ৰেইনৰ প্ৰৱল প্ৰত্যাক্ৰমণ তথা প্ৰতিৰোধৰ সন্মুখীন হোৱা ৰাছিয়াই মাজে সময়ে যেন উৱাদিহ হেৰুওৱাই পেলাইছে৷ যাৰফলত ইউক্ৰেইনৰ বহু চহৰক ধ্বংসস্তূপত পৰিণত কৰিলেও ৪০ টাৰো অধিক দিন আতিক্ৰম কৰিও যুদ্ধ সমাপ্ত কৰিব পৰা নাই ৰাছিয়াই৷

ইফালে ইয়াৰ মাজতে ইউক্ৰেইনে দাবী কৰিছে যে তেওঁলোকৰ প্ৰত্যাক্ৰমণত আক্ৰমণকাৰী ৰাছিয়াৰ অতি কমেও ১৯ হাজাৰ সেনাৰ মৃত্যু হৈছে৷

 

লগতে পঢ়ক ভাৰতৰ প্ৰশংসাত গদগদ হৈ কি ক’লে পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে?

‘যুদ্ধত কাৰো বিজয় নহয়, কেৱল মানুহৰ মৃত্যু’ হয় বুলি যুদ্ধৰ আৰম্ভণিৰে পৰা কৈ অহা ইউক্ৰেইনে শনিবাৰে ঘোষণা কৰিছে যে এই পৰ্যন্ত ৰাছিয়াৰ ১৯ হাজাৰ সৈন্যৰ মৃত্যু হৈছে৷ ইউক্ৰেইনৰ মতে প্ৰায় ৭ হাজাৰো অধিক ৰুছ সেনাৰ মৃতদেহ ইউক্ৰেইনৰ মৰ্গতে আছে৷

ইফালে ক্ৰেমলিনেই এই যুদ্ধত ৰাছিয়াৰ বিস্তৰ ক্ষতি হোৱা বুলি স্বীকাৰো কৰিছে৷ শনিবাৰে ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্ৰি পেছক’ভে ইউক্ৰেইনৰ দাবী অস্বীকাৰ নকৰি কয় যে এই যুদ্ধত তেওঁৰ দেশৰ সেনাৰ বিপুল ক্ষতি হৈছে৷

ইফালে এই যুদ্ধত কিমান ইউক্ৰেইনৰ সাধাৰণ লোকে মৃত্যু মুখত পৰিছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা মতে ৰাছিয়াৰ আক্ৰমণৰ ফলত ইউক্ৰেইনত অতি কমেও ২ হাজাৰ সাধাৰণ লোকৰ মৃত্যু হৈছে৷ ইয়াৰ মাজত বহু শিশুও আছে৷

 

লগতে পঢ়ক গুৱাহাটীৰ ‘ৰঙালী’ত প্ৰাক-বিহু উদযাপন কৰিব বলিউদৰ অভিনেত্ৰী শ্ৰুতি হাছানে

ইফালে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’দিমিৰ জেলেনস্কিয়ে ৰাষ্ট্ৰসংঘৰ এই তথ্যতকৈও অধিক ইউক্ৰেইনৰ সাধাৰণ লোক ৰাছিয়াৰ আক্ৰমণত নিহত হোৱা বুলি দাবী কৰিছে৷

ইফালে বুচাৰত ৰাছিয়াই গণহত্যা সংঘটিত কৰা বুলিও বিশ্ব সংবাদ মাধ্যমত প্ৰকাশ পাইছে৷ ইয়াৰ পিছতে যোৱা শুকুৰবাৰে ৰাষ্ট্ৰসংঘই ৰাছিয়াক ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ পৰা নিলম্বন কৰিছে৷

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি দপ্তৰৰ উপদেষ্টা অ’লেক্সি আৰিষ্টোভিচেও শনিবাৰে প্ৰকাশ কৰিছে যে ৰাছিয়াৰ ১৯ হাজাৰ সেনাৰ মৃত্যু হৈছে আৰু তিনি হাজাৰ সেনাৰ মৃতদেহ ৰাছিয়ালৈ প্ৰেৰণ কৰাৰ বাবে চেষ্টা কৰি থকা হৈছে৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamRussia Ukraine invasionRussia Ukraine War
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’
অসম

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

October 18, 2026
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স
বিশ্ব

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

October 18, 2026
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু
বিশ্ব

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

October 18, 2026
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!
প্ৰযুক্তি

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

October 18, 2026
Next Post
খুঁটি লৰিছে ভাৰতৰ! ৰাছিয়াৰ সপক্ষে ভোটদান নকৰি ফল ভুগিব নেকি ভাৰতে?

খুঁটি লৰিছে ভাৰতৰ! ৰাছিয়াৰ সপক্ষে ভোটদান নকৰি ফল ভুগিব নেকি ভাৰতে?

হনিমুনত গৈ গম পালে স্বামী সমকামী! ইয়াৰ পিছত কি কৰিলে নৱবিবাহিতা পত্নীয়ে?

হনিমুনত গৈ গম পালে স্বামী সমকামী! ইয়াৰ পিছত কি কৰিলে নৱবিবাহিতা পত্নীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.