• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিশুৰ মোবাইলাতাংক! কেনেকৈ শিশুৰ মোবাইল মেনিয়া দূৰ কৰিব?

শিশুৰ মোবাইলাতাংক! কেনেকৈ শিশুৰ মোবাইল মেনিয়া দূৰ কৰিব?

5 years ago
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

3 hours ago
অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

3 hours ago
১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

3 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

মা দুৰ্গাৰ পাব আশীৰ্বাদ, কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

4 hours ago
সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

4 hours ago
ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

5 hours ago
পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

6 hours ago
দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

6 hours ago
আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

8 hours ago
পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

8 hours ago
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

9 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home শিক্ষা

শিশুৰ মোবাইলাতাংক! কেনেকৈ শিশুৰ মোবাইল মেনিয়া দূৰ কৰিব?

editor by editor
April 15, 2022
in অসম, শিক্ষা
0
শিশুৰ মোবাইলাতাংক! কেনেকৈ শিশুৰ মোবাইল মেনিয়া দূৰ কৰিব?
0
SHARES
315
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোভিড অতিমাৰীয়ে সমগ্ৰ বিশ্বৰে শিশুসকলৰ ওপৰতো বিশেষ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে৷ বিশেষকৈ লকডাউনৰ ফলত বিদ্যালয়সমূহ বন্ধ হৈ পৰাৰ ফলত শিশুসকলৰ কেৱল শৈক্ষিক জীৱনতে নহয় তেওঁলোকৰ মানসিক জগতখনতো বিশেষ প্ৰভাৱ পৰা দেখা গ’ল৷

দীৰ্ঘদিন ধৰি বিদ্যালয়সমূহ বন্ধ থকাৰ ফলত শিশুসকলৰ শৈক্ষিক জীৱন একপ্ৰকাৰে মোবাইল নিৰ্ভৰ হৈ পৰে৷ অৰ্থাৎ অনলাইন মাধ্যমেৰে শিক্ষা গ্ৰহণ কৰিবলগীয়া হোৱাত শিশুসকল অধিকভাৱে মোবাইল নিৰ্ভৰ হৈ পৰে৷

ইয়াৰ পিছৰে পৰা অভিভাৱকসকল দুঃচিন্তাত পৰা পৰিলক্ষিত হৈছে৷ অৰ্থাৎ শিশুসকলৰ বৰ্ধিত মোবাইল নিৰ্ভৰ অৱস্থাই শিশুসকলৰ অভিভাৱকসকলৰ চিন্তান্বিত কৰি তুলিছে৷

লগতে পঢ়ক ৰাজপথত মূৰ আৰু ভৰি নোহোৱা মানুহৰ আৰ্বিভাৱ! ভাইৰেল ফ’টোক লৈ চাঞ্চল্যৰ সৃষ্টি

ইফালে ভাৰতত নতুন শিক্ষা নীতি আৰম্ভ হৈছে৷ নতুন শিক্ষা নীতিয়ে শিশুসহ শিক্ষাৰ্থীসকলৰ ইন্টাৰনেট নিৰ্ভৰতাক পূৰ্বতকৈ বৃদ্ধি কৰিব৷ অতিমাৰীৰ পিছতে নতুন শিক্ষা নীতিৰ প্ৰচলন কৰাৰ ফলত শিশুৰ অভিভাৱকসকলৰ দুঃচিন্তাত আৰু বৃদ্ধি কৰিছে৷

এইসমূহৰ কাৰকে শিশুসকলৰ মোবাইল মেনিয়া(Moble Mania) ভয়ংকৰভাৱে বৃদ্ধি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷ শিশুসকলক মোবাইল মেনিয়াৰ পৰা কিদৰে মুক্ত কৰিব পাৰি সেই বিষয়ে আজি আমি অভিভাৱকসকল যৎসামান্য পৰামৰ্শ আগবঢ়াইছো৷

কিতাপৰ সৈতে ঘণিষ্ঠ হ’বলৈ শিকাওক

লকডাউনৰ সময়ৰে পৰা শিশুসকলৰ কিতাপৰ সৈতে থকা সম্পৰ্কত এক বিৰাম আনি দিলে৷ ইফালে ইণ্টাৰনেট নিৰ্ভৰ শিক্ষা অৰ্থাৎ অনলাইন মাধ্যমৰ শ্ৰেণীয়ে কিতাপৰ সৈতে দূৰত্ব বৃদ্ধি কৰিছে৷ সেই দূৰত্ব নাইকিয়া কৰিবলৈ অভিভাৱকে শিশুসকলক কাৰ্টুন, সাধু কথা, পচন্দৰ কাহিনী কিতাপ আদিৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে৷ কণ কণ শিশুসকলক প্ৰথমে অভিভাৱকে পঢ়ি সেই সাধুসমূহ শুনাবও পাৰে৷ তেওঁলোকক তেনে কিতাপ উপহাৰো দিব পাৰে৷

লগতে পঢ়ক বিজেপিৰ সহযোগী দলৰ ভগৱান ৰামক আক্ৰমণ, ‘ৰাম ভগৱান নহয়, এটা কাহিনীৰ চৰিত্ৰহে’

ঘৰুৱা কামত লগাওক

অভিভাৱকে শিশুৱে কৰিব পৰা কামসমূহ শিশুৰ হতুৱাই কৰাব পাৰে৷ অৰ্থাৎ ঘৰুৱা কামত সহায় হোৱাকৈ তেওঁলোকক কিছু কামত লগাব পাৰিলে মোবাইলৰ পৰা দিনটোৰ কিছু সময় আঁতৰাই ৰাখিব পাৰিব৷ তেনে কৰোতে শিশুসকলক ফূৰ্তি পোৱাকৈ পৰিৱেশ এটা সৃষ্টি কৰিব পাৰিলে ই অতি কাৰ্যকৰী হৈ উঠিব পাৰে৷

প্ৰকৃতিৰ প্ৰতি আকৃষ্ট কৰি তোলক

ফোন আৰু টিভি স্ক্ৰীণৰ পৰা দূৰত ৰাখিবলৈ তেওঁলোকক প্ৰকৃতিৰ প্ৰতিও আকৃষ্ট কৰোৱাব পাৰে৷ প্ৰকৃতিক ভাল পাবলৈ শিকোৱাৰ লগতে প্ৰকৃতিক উপভোগ কৰিবলৈ শিকাব পাৰে৷ তাৰবাবে অভিভাৱকে নিজেও প্ৰকৃতিক ভাল পাব লাগিব, লগতে সামান্য হ’লেও প্ৰকৃতি বিষয়ক জ্ঞান থকাতো জৰুৰী৷ শিশুসকলক সময়ে সময়ে গছ, উদ্ভিদ, জন্তু আৰু চৰাইৰ সৈতে সম্পৰ্কিত কিছুমান আকৰ্ষণীয় তথ্য ক’ব লাগে।

লগতে পঢ়ক WhatsAppত পুনৰ চাৰিটা নতুন ফিছাৰ! কি কি নতুন বৈশিষ্ট্যযুক্ত হ’ল হোৱাটছএপ?

শিশুৰ সৈতে বাহিৰত অলপ সময় দিয়ক

শিশুৰ শাৰীৰিক কাৰ্যকলাপ বৃদ্ধি কৰিবলৈ তেওঁলোকক সময় দিয়ক৷ তেওঁলোকক বাহিৰত খেলিবলৈ কোৱাৰ লগতে যিমান সম্ভৱ সিমান সময় তেওঁলোকৰ বন্ধুবৰ্গৰ সৈতে বাহিৰৰ খেল খেলিবলৈ পঠিয়াব পাৰে৷ আজৰিৰ সময়তো অভিভাৱকে নিজেও শিশুসকলক ঘৰৰ পৰা উলিয়াই নিব পাৰে৷

মোবাইল ফোন লক কৰি ৰাখক

আপুনি শিশুসকলক ফোনৰ পৰা আঁতৰাই ৰাখিবলৈ ফোনটো লক কৰিব পাৰে। চৰ্তসাপেক্ষে কেৱল নিৰ্ধাৰিত সময়ৰ বাবে শিশুক মোবাইল চাবলৈ দিব পাৰে৷ অৰ্থাৎ দৈনিক ওপৰত কৈ অহা কামসমূহ কৰিলে শিশুক মোবাইল চুবলৈ দিম বুলি কথা দিয়ক আৰু সেই মতে তেওঁলোকে সেইসমূহ কৰাৰ পিছত কথা দিয়াৰ মতেই নিৰ্দিষ্ট সময়ৰ বাবে মোবাইল ফোন চুবলৈ দিয়ক৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamChild Mobile Mania
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ
অসম

অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

October 15, 2026
দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!
অসম

দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

October 15, 2026
বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে
বিশ্ব

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

October 15, 2026
তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী
অসম

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

October 15, 2026
Next Post
ভাট্ট পৰিয়ালৰ মহিলাই দাবী কৰিছিল ১১.৫ কোটি টকা : ৰণবীৰে দিলে কিমান?

ভাট্ট পৰিয়ালৰ মহিলাই দাবী কৰিছিল ১১.৫ কোটি টকা : ৰণবীৰে দিলে কিমান?

কংগ্ৰেছত যোগ দিব প্ৰশান্ত কিশোৰে! জল্পনা কল্পনাই কি কয়?

কংগ্ৰেছত যোগ দিব প্ৰশান্ত কিশোৰে! জল্পনা কল্পনাই কি কয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.