• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৃষকক গাড়ীৰে মহটিয়াই হত্যা : কেন্দ্ৰীয় মন্ত্ৰী পুত্ৰৰ জামিন খাৰিজ সৰ্বোচ্চ ন্যায়ালয়ৰ

কৃষকক গাড়ীৰে মহটিয়াই হত্যা : কেন্দ্ৰীয় মন্ত্ৰী পুত্ৰৰ জামিন খাৰিজ সৰ্বোচ্চ ন্যায়ালয়ৰ

4 years ago
এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!

এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!

16 minutes ago
তুলা, ধনুকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল খবৰ

তুলা, ধনুকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল খবৰ

1 hour ago
ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

9 hours ago
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

9 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

সোণে দেখুৱাইছে যাদু, এমাহত ইমান পৰিৱৰ্তন হোৱাৰ কাৰণ কি?

10 hours ago
SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

10 hours ago
PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

11 hours ago
কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

12 hours ago
আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

12 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

২২ আগষ্ট ২০২৬ৰ দিনটো কেনে যাব আপোনাৰ? জানক শুভ ৰং, শুভ সংখ্যা

14 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

ভুলতো মাহেকীয়াত নাখাব এইবোৰ বস্তু, বাঢ়িব পেটৰ বিষ!

14 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কাইলৈৰ পৰা বুধে সলাব গতি, সলনি হ’ব ৬ ৰাশিৰ ভাগ্য!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

কৃষকক গাড়ীৰে মহটিয়াই হত্যা : কেন্দ্ৰীয় মন্ত্ৰী পুত্ৰৰ জামিন খাৰিজ সৰ্বোচ্চ ন্যায়ালয়ৰ

editor by editor
April 18, 2022
in অপৰাধ, ভাৰত, ৰাজনীতি
0
কৃষকক গাড়ীৰে মহটিয়াই হত্যা : কেন্দ্ৰীয় মন্ত্ৰী পুত্ৰৰ জামিন খাৰিজ সৰ্বোচ্চ ন্যায়ালয়ৰ
0
SHARES
103
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশৰ লখিমপুৰ জিলাৰ খেৰীত কৃষকক গাড়ীৰে মহটিয়াই হত্যা কৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰৰ জামিন খাৰিজ কৰিছে৷

সোমবাৰে গোচৰটোৰ শুনানি গ্ৰহণ কৰি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে আশীষ মিশ্ৰৰ জামিন খাৰিজ কৰাই নহয় এটা সপ্তাহৰ ভিতৰতে আত্মসমৰ্পণ কৰিবলৈকো নিৰ্দেশ দিছে৷

মুখ্য ন্যায়াধীশ এন ভি ৰামানা, ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ হিমা কোহলীৰ তিনিজনীয়া বিচাৰপীঠে সোমবাৰে গোচৰটোৰ শুনানি গ্ৰহণ কৰি কয় যে ভুক্তভোগী কৃষকৰ কথা কৰ্ণপাত নকৰি আৰু চকুপানীক উপেক্ষা কৰি উচ্চ ন্যায়ালয়ে অভিযুক্তক জামিন প্ৰদান কৰাতো উচিত হোৱা নাই৷

লগতে পঢ়ক ব্ৰিটিছৰ সোণৰ কণি পৰা হাঁহ কেজিএফৰ অকথিত কাহিনীৰ কিয়দংশ!

উল্লেখ্য যে চাৰি মাহ ন্যায়িক জিম্মাত থকাৰ পিছত যোৱা ১০ ফেব্ৰুৱাৰিত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠে মূল অভিযুক্ত আশীষ মিশ্ৰক জামিন প্ৰদান কৰিছিল৷ ইয়াৰ পিছতে মূল অভিযুক্ত আশীষ মিশ্ৰ মুকলি আকাশৰ তললৈ আহে৷

ইফালে জামিন প্ৰদানৰ ক্ষেত্ৰত এলাহাবাদ উচ্চ ন্যায়ালয়ে অভিযুক্তৰ জামিন আবেদনত একপক্ষীভাৱে গুৰুত্ব প্ৰদান কৰা বুলিও মন্তব্য কৰিছে৷ এলাহবাদ উচ্চ ন্যায়ালয়ে মূল অভিযুক্ত তথা কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰ পুত্ৰই জামিন প্ৰদান কৰাৰ পিছতে কৃষক সংগঠনসমূহে আপত্তি দৰ্শাইছিল৷ মন্ত্ৰী পুত্ৰ হোৱাৰ বাবেই অজয় মিশ্ৰই ৰাজনৈতিক প্ৰভাৱৰ ফলত জামিন লাভ কৰা বুলিও চৰ্চা লাভ কৰিছিল৷

লগতে পঢ়ক হিন্দু যুৱতীক পলুৱাই নিয়া মুছলমান যুৱকৰ ঘৰত গণ আক্ৰমণ, আৰক্ষীৰ গোচৰ ৰুজু

সেয়ে মন্ত্ৰী পুত্ৰ আশীষ মিশ্ৰৰ জামিন খাৰিজ কৰাৰ আবেদনে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত পাইছিল৷ সোমবাৰে উচ্চতম ন্যায়ালয়ে আশীষ মিশ্ৰৰ জামিন খাৰিজ কৰাৰ পিছতে তেওঁ পুনৰ কাৰাৰুদ্ধ হোৱাতো প্ৰায় নিশ্চিত হৈ পৰিল৷

উল্লেখ্য যে বিগত বৰ্ষৰ ৩ অক্টোবৰত উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰই প্ৰতিবাদকী কৃষকৰ ওপৰেদি গাড়ী চলাই নিয়াৰ ফলত কৃষকসহ ৮ গৰাকী লোকৰ মৃত্যু হৈছিল৷

ঘটনাৰ পিছতে দেশজুৰি ব্যাপক প্ৰতিবাদৰ জোৱাৰ উঠে আৰু উত্তৰ প্ৰদেশ আৰক্ষীয়ে আশীষ মিশ্ৰ আৰু তেওঁৰ সহযোগীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Allahabad High CourtAshish Mishraasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamLakhimpur Kherisupreme courtUnion minister Ajay Mishra
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!
ভাৰত

এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!

August 22, 2026
শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ
জীৱনশৈলী

শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ

August 21, 2026
মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়
জীৱনশৈলী

মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়

August 21, 2026
কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!
জীৱনশৈলী

কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!

August 21, 2026
Next Post
‘লাইফ অৱ পাই’, নাওৰ পৰাই জঁপিয়ালে ঢেকীয়াপতীয়া বাঘে, চাওক ভিডিঅ’

‘লাইফ অৱ পাই’, নাওৰ পৰাই জঁপিয়ালে ঢেকীয়াপতীয়া বাঘে, চাওক ভিডিঅ’

৫০ টকীয়া পুৰণি নোটেৰে কেনেকৈ লাখপতি হ’ব পাৰি? চাওক এই প্ৰতিবেদন…

৫০ টকীয়া পুৰণি নোটেৰে কেনেকৈ লাখপতি হ’ব পাৰি? চাওক এই প্ৰতিবেদন...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.