• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়াৱহ অগ্নিকাণ্ড : অগ্নিদগ্ধ হৈ মৃত্যু এটা পৰিয়ালৰে ৭ গৰাকী লোকৰ

ভয়াৱহ অগ্নিকাণ্ড : অগ্নিদগ্ধ হৈ মৃত্যু এটা পৰিয়ালৰে ৭ গৰাকী লোকৰ

5 years ago
সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

23 minutes ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

46 minutes ago
দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

59 minutes ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

2 hours ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

ধনেৰাচৰ পূৰ্বে হ্ৰাস সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব আপুনি?

2 hours ago
বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

3 hours ago
Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

4 hours ago
SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

5 hours ago
জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

6 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

বিজয়া দশমীৰ দিনাই ৰাজ্যবাসীৰ বাবে দুঃখবৰ! পৃথক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জনৰ

6 hours ago
বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

7 hours ago
বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ভয়াৱহ অগ্নিকাণ্ড : অগ্নিদগ্ধ হৈ মৃত্যু এটা পৰিয়ালৰে ৭ গৰাকী লোকৰ

editor by editor
April 20, 2022
in ভাৰত
0
ভয়াৱহ অগ্নিকাণ্ড : অগ্নিদগ্ধ হৈ মৃত্যু এটা পৰিয়ালৰে ৭ গৰাকী লোকৰ
0
SHARES
196
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এক ভয়াৱহ অগ্নিকাণ্ডই একেটা পৰিয়ালৰ ৭ গৰাকীকৈ লোকৰ প্ৰাণ কাঢ়ি নিছে৷

এই শোকাৱহ তথা কৰুণ ঘটনাটো সংঘটিত হৈছে পাঞ্জাৱৰ লুধিয়ানাৰ টিব্বা ৰোডত৷

ঘটনাৰ বিৱৰণীৰ মতে যোৱা মংগলবাৰে টিব্বা ৰোডস্থিত এটা জুপুৰীত আগ্নিকাণ্ড সংঘটিত হয়৷ ৰাতি শুই থকাৰ সময়তে সূত্ৰপাত হোৱা অগ্নিকাণ্ডৰ ফলতে পৰিয়ালটোৰ সাতগৰাকীকৈ লোকৰ কৰুণ মৃত্যু ঘটে৷

 

লগতে পঢ়ক গ্ৰীষ্মকালত নিজৰ স্বাস্থ্য ভালে ৰখাবলৈ কেনে ধৰণৰ খাদ্য গ্ৰহণ কৰা উচিত?

প্ৰকাশিত খবৰ মতে পৰিয়ালটোৰ মাত্ৰ এজন সদস্যৰে জীৱন ৰক্ষা পৰে৷ বন্ধুৰ ঘৰত শুবলৈ যোৱাৰ ফলতে পৰিয়ালটোৰ জ্যেষ্ঠ সন্তানজনৰ প্ৰাণৰক্ষা পৰে৷ বিহাৰৰ সমষ্টিপুৰ জিলাৰ দৰিদ্ৰ পৰিয়ালটো টিব্বা ৰোডৰ আৱৰ্জনা পেলোৱা স্থানৰ সমীপতে জুপুৰী সাজি বাস কৰিছিল৷

অগ্নিকাণ্ডত নিহত লোকসকল হৈছে ক্ৰমে পিতৃ সুৰেশ চাহানী (৫২), তেওঁৰ পত্নী অৰুণা দেৱী (৫২), কন্যা ৰাখী (১৫), মনীষা (১০), গীতা (৮) আৰু কণিষ্ঠ পুত্ৰ চানী(২)৷

পৰিয়ালটোৱে যোৱা ১৫ বছৰ ধৰি উক্ত স্থানতে এটা জুপুৰী সাজি বাস কৰি আহিছিল৷ মংগলবাৰে নিশা পৰিয়ালটোৱে নৈশ আহাৰ গ্ৰহণ কৰি শুই যোৱাৰ পিছতে নিশা প্ৰায় ১০ বজাত অগ্নিকাণ্ডটোৰ সূত্ৰপাত হয়৷

 

লগতে পঢ়ক পত্নীক গৰ্ভৱতী কৰিবলৈ ১৫ দিনৰ পেৰ’ল লাভ কয়েদীৰ

স্থানীয় লোকে অগ্নিকাণ্ডত আৱদ্ধ পৰিয়ালটোৰ সদস্যসকলক উদ্ধাৰ চেষ্টা কৰিছিল যদিও সমগ্ৰ জুপুৰীটোক জুইয়ে আগুৰি ধৰাত জীৱন্তে উদ্ধাৰ কৰিব পৰা নগ’ল৷

অগ্নিকাণ্ডটোৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 7 deathasom live 24assam live 24asssam ka tazza khabaraxom live 24axom live 24 digitalBest News Channel in AsssamBest news channel of assamBest News Portal in AssamMassive fire
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক
ভাৰত

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

October 18, 2026
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই
বিনোদন

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

October 18, 2026
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ
অসম

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

October 18, 2026
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম
বিনোদন

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

October 18, 2026
Next Post
ভাৰতীয় সেনাৰ ব্ৰাম’ছ সফল পৰীক্ষণ : লক্ষ্যবস্তুত আঘাতেৰে কৰিলে ছিদ্ৰ

ভাৰতীয় সেনাৰ ব্ৰাম’ছ সফল পৰীক্ষণ : লক্ষ্যবস্তুত আঘাতেৰে কৰিলে ছিদ্ৰ

অসম আৰক্ষীয়ে কিয় গ্ৰেপ্তাৰ কৰিলে গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীক?

অসম আৰক্ষীয়ে কিয় গ্ৰেপ্তাৰ কৰিলে গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.