• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিয় চলন্ত গাড়ীৰ পিছে পিছে দৌৰিলে নৱবিবাহিত দৰা–কইনাই? চাওক ভাইৰেল ভিডিঅ’

কিয় চলন্ত গাড়ীৰ পিছে পিছে দৌৰিলে নৱবিবাহিত দৰা–কইনাই? চাওক ভাইৰেল ভিডিঅ’

4 years ago
হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?

Gold-Silver Price : উৎসৱৰ বতৰত সোণ-ৰূপৰ মূল্যই দেখাইছে যাদু, মূল্য জানি লওক

4 minutes ago
পৃথিৱীৰ ভিতৰতে অন্য এখন জগত, ‘এলিয়েন গ্ৰহ’ত আবদ্ধ ৩৮ জন ভাৰতীয়!

পৃথিৱীৰ ভিতৰতে অন্য এখন জগত, ‘এলিয়েন গ্ৰহ’ত আবদ্ধ ৩৮ জন ভাৰতীয়!

1 hour ago
দেৱালীৰ পূৰ্বে বৃহস্পতিয়ে কৰিব ভাগ্য উজ্জ্বল! প্ৰচেষ্টাৰ ফল পাব ৪ ৰাশিৰ লোকে

দেৱালীৰ পূৰ্বে বৃহস্পতিয়ে কৰিব ভাগ্য উজ্জ্বল! প্ৰচেষ্টাৰ ফল পাব ৪ ৰাশিৰ লোকে

4 hours ago
ভক্তিৰসত বিলীন বিৰাট-অনুষ্কা! কৃষ্ণ দাসৰ কনচাৰ্টত হৰি নামৰ জপ

ভক্তিৰসত বিলীন বিৰাট-অনুষ্কা! কৃষ্ণ দাসৰ কনচাৰ্টত হৰি নামৰ জপ

4 hours ago
উশাহ চুটি আৰু অত্যধিক ঘাম ওলোৱা… এয়া গেছৰ নে হাৰ্ট এটেকৰ সংকেত?

উশাহ চুটি আৰু অত্যধিক ঘাম ওলোৱা… এয়া গেছৰ নে হাৰ্ট এটেকৰ সংকেত?

5 hours ago
৫ ৰাশিৰ ভাগ্যই ল’ব নতুন ৰূপ! ধন-সম্পত্তি আৰু কেৰিয়াৰত আহিব নতুন সুযোগ?

৫ ৰাশিৰ ভাগ্যই ল’ব নতুন ৰূপ! ধন-সম্পত্তি আৰু কেৰিয়াৰত আহিব নতুন সুযোগ?

6 hours ago
দৈনিক ৰাশিফল- আজি বজৰংবলীৰ কৃপা বৃষ আৰু তুলা ৰাশিৰ ওপৰত, কি আছে অন্য ৰাশিৰ ভাগ্যত

ভাগ্যই দেখুৱাব যাদু! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

6 hours ago
ভৰি ফুলা আৰু ছালত খজুৱতি, হ’ব পাৰে বৃক্কৰ ৰোগৰ লক্ষণ

ভৰি ফুলা আৰু ছালত খজুৱতি, হ’ব পাৰে বৃক্কৰ ৰোগৰ লক্ষণ

14 hours ago
গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!

গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!

14 hours ago
PM Kisan ৰ ২৪ তম কিস্তিৰ ধন কেতিয়া আহিব? দিন ঘোষণা কৰিছে চৰকাৰে

PM Kisan ৰ ২৪ তম কিস্তিৰ ধন কেতিয়া আহিব? দিন ঘোষণা কৰিছে চৰকাৰে

15 hours ago
নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?

নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?

15 hours ago
নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কিয় চলন্ত গাড়ীৰ পিছে পিছে দৌৰিলে নৱবিবাহিত দৰা–কইনাই? চাওক ভাইৰেল ভিডিঅ’

editor by editor
May 2, 2022
in বিনোদন, বিবিধ
0
কিয় চলন্ত গাড়ীৰ পিছে পিছে দৌৰিলে নৱবিবাহিত দৰা–কইনাই? চাওক ভাইৰেল ভিডিঅ’
0
SHARES
102
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতত এতিয়া বিয়াৰ বতৰ৷ প্ৰতিদিনেই সামাজিক মাধ্যমত বিভিন্ন বিয়াৰ বিভিন্ন ভিডিঅ’ ভাইৰেল হোৱা দেখা যায়৷

তাৰে কিছুমান ভিডিঅ’ৱে তড়িৎ গতিত ভাইৰেল হোৱা পৰিলক্ষিত হয়৷ ইয়াৰ মাজৰে একাংশ ভিডিঅ’ৱে নেটিজেনসকলৰ মাজত বিশেষ প্ৰভাৱ বিস্তাৰ কৰাও দেখা যায়৷ আন একাংশ ভিডিঅ’ দেখি নেটিজেনসকলে আচৰিত হোৱা পৰিলক্ষিত হয়৷

ইয়াৰ মাজতে সামাজিক মাধ্যমত বিবাহ অনুষ্ঠানৰ অন্য এক ভিডিঅ’ ভাইৰেল হৈছে, যিটো ভিডিঅ’ৱে সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হোৱাৰ লগতে বিভিন্ন লোকক হচকিত কৰি তুলিছে৷

 

লগতে পঢ়ক স্পাইজেটৰ উৰন্ত বিমানত তীব্ৰ জোকাৰণি, ১৫ গৰাকী যাত্ৰী আহত : চাওক ভিডিঅ’

ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে বিবাহ সম্পন্ন হোৱাৰ পিছতে দৰা আৰু কইনাই তীব্ৰ গতিৰে দৌৰিছে৷ দৰাৰ এখন হাতত কইনাই ধৰি তীব্ৰ গতিৰি দৌৰি যোৱা পিছতে এখন গাড়ীৰ পিছফালটো দেখা যায়৷ ভিডিঅ’টো এইদৰে প্ৰত্যক্ষ কৰাৰ পিছতে ধাৰণা কৰা হৈছে যে দৰা-কইনাই গাড়ীখনক ধৰিবলৈহে দৌৰিছে!

 

 

View this post on Instagram

 

A post shared by RK Khan RK Khan (@rkkhan6549)

অৱশ্যে ভিডিঅ’টোত দৰা-কইনাৰ পিছে পিছে অন্য কিছু লোকেও দৌৰি থকা দেখা গৈছে৷ কিছুলোকৰ মতে এয়া বিবাহ অনুষ্ঠানৰ পিছত কইনাই মাতৃ গৃহৰ পৰা ওলাই অহাৰ পিছত পালন কৰা এক নিয়মহে৷ অৰ্থাৎ মাতৃ গৃহৰ পৰা স্বামী অৰ্থাৎ দৰাৰ হাতত ধৰি কইনাই চলন্ত গাড়ীত উঠিবলৈ দৌৰাটো এক নিয়মেই৷

 

লগতে পঢ়ক ৰাছিয়াক ত্ৰিভূৱন দেখুওৱা কোন এই ‘Ghost of Kyiv’? কেনেকৈ মৃত্যু হ’ল তেওঁৰ?

এই ভিডিঅ’টো rkkhana6549ৰ নামৰ এক ইনষ্টাগ্ৰাম একাউন্টৰ পৰা শ্বেয়াৰ কৰা হৈছে৷ এতিয়ালৈকে ভিডিঅ’টো প্ৰায় ৮০ লাখ লোকে প্ৰত্যক্ষ কৰিছে৷ ৩ লাখ ১১ হাজাৰো অধিক লোকে লাভ ৰিয়েক্ট কৰা ভিডিঅ’টোত ২৩ শৰো অধিক লোকে কমেণ্ট কৰিছে৷

উল্লেখ্য যে সামাজিক মাধ্যমত ভাইৰেল হোৱা ইচ্ছাৰে আজিকালি বিভিন্ন ধৰণৰ কাণ্ড সংঘটিত কৰা হয়৷ বিবাহৰ পিছত দৰা-কইনাই গাড়ীৰ পিছে পিছে তীব্ৰ গতিৰে দৌৰাটোও এনে কাণ্ডৰে অংশ নে সঁচাই বিবাহৰ মাংগলিক কাৰ্য সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?
বাণিজ্য

Gold-Silver Price : উৎসৱৰ বতৰত সোণ-ৰূপৰ মূল্যই দেখাইছে যাদু, মূল্য জানি লওক

October 26, 2026
পৃথিৱীৰ ভিতৰতে অন্য এখন জগত, ‘এলিয়েন গ্ৰহ’ত আবদ্ধ ৩৮ জন ভাৰতীয়!
বিশ্ব

পৃথিৱীৰ ভিতৰতে অন্য এখন জগত, ‘এলিয়েন গ্ৰহ’ত আবদ্ধ ৩৮ জন ভাৰতীয়!

October 26, 2026
দেৱালীৰ পূৰ্বে বৃহস্পতিয়ে কৰিব ভাগ্য উজ্জ্বল! প্ৰচেষ্টাৰ ফল পাব ৪ ৰাশিৰ লোকে
জীৱনশৈলী

দেৱালীৰ পূৰ্বে বৃহস্পতিয়ে কৰিব ভাগ্য উজ্জ্বল! প্ৰচেষ্টাৰ ফল পাব ৪ ৰাশিৰ লোকে

October 26, 2026
ভক্তিৰসত বিলীন বিৰাট-অনুষ্কা! কৃষ্ণ দাসৰ কনচাৰ্টত হৰি নামৰ জপ
বিনোদন

ভক্তিৰসত বিলীন বিৰাট-অনুষ্কা! কৃষ্ণ দাসৰ কনচাৰ্টত হৰি নামৰ জপ

October 26, 2026
Next Post
পুনৰ চৰকাৰৰ স্বৰূপ উদঙালে ন্যায়ালয়ে! কোভিড ভেকচিন বাধ্যতামূলক নহয়

পুনৰ চৰকাৰৰ স্বৰূপ উদঙালে ন্যায়ালয়ে! কোভিড ভেকচিন বাধ্যতামূলক নহয়

মাজুলী-যোৰহাট সংযোগী দলঙৰ খুঁটা নিৰ্মাণতে বিসংগতি : কাম বন্ধ কৰোৱালে স্থানীয় লোকে!

মাজুলী-যোৰহাট সংযোগী দলঙৰ খুঁটা নিৰ্মাণতে বিসংগতি : কাম বন্ধ কৰোৱালে স্থানীয় লোকে!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.