• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘সংকটত ভাৰতৰ মুছলমান সমাজ’, ঈদৰ দিনাই বিধায়ক অখিল গগৈৰ মন্তব্য

‘সংকটত ভাৰতৰ মুছলমান সমাজ’, ঈদৰ দিনাই বিধায়ক অখিল গগৈৰ মন্তব্য

4 years ago
মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

4 minutes ago
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

24 minutes ago
আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

36 minutes ago
টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

1 hour ago
আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

2 hours ago
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

2 hours ago
আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

3 hours ago
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

4 hours ago
FIFA World Cup 2026: ছাকিৰাক চাব নে নোৰাক? ফুটবল বিশ্বকাপত দেখিব দুয়োৰে যাদু!

FIFA World Cup 2026: ছাকিৰাক চাব নে নোৰাক? ফুটবল বিশ্বকাপত দেখিব দুয়োৰে যাদু!

4 hours ago
১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১.৩ কোটি টকাতকৈও অধিক

১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১.৩ কোটি টকাতকৈও অধিক

5 hours ago
অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

5 hours ago
দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

‘সংকটত ভাৰতৰ মুছলমান সমাজ’, ঈদৰ দিনাই বিধায়ক অখিল গগৈৰ মন্তব্য

editor by editor
May 3, 2022
in অসম, ৰাজনীতি
0
‘সংকটত ভাৰতৰ মুছলমান সমাজ’, ঈদৰ দিনাই বিধায়ক অখিল গগৈৰ মন্তব্য
0
SHARES
98
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি পবিত্ৰ ঈদ-উল-ফিতৰ। ৰাজ্যৰ লগতে বিশ্ব ইছলাম ধৰ্মাৱলম্বী লোকসকলে এই পৱিত্ৰ ঈদ পালন কৰিছে৷

ইছলাম ধৰ্মাৱলম্বীৰ পৱিত্ৰ দিনটোত ভাৰতবৰ্ষত সম্প্ৰীতি আৰু ভাতৃত্ববোধে প্ৰাণ পাই উঠে বুলিও কথিত আছে।

ধৰ্ম নিৰপেক্ষ ভাৰতত ইছলাম ধৰ্মালৱম্বী লোকক হিন্দু লোকেও শুভেচ্ছা জ্ঞাপন কৰি ভাতৃত্ববোধৰ পৰিচয় দি আহিছে৷

লগতে পঢ়ক কেঞ্চাৰ হাস্পতালৰ পিছত এইবাৰ অসমত পলিটেকনিক আৰু ITI স্থাপন কৰিব TATAএ

এই পবিত্ৰ ঈদ উল-ফিতৰ উপলক্ষ্যে আজি শিৱসাগৰৰ জেঙনিকটীয়া চাৰিআলিৰ জুম্মা মছজিদত উপস্থিত হয় বিধায়ক অখিল গগৈ।

জুম্মা মছজিদত উপস্থিত হৈ বিধায়ক গগৈয়ে মুছলাম ৰাইজক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে বিশ্ব ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ কামনা কৰে।

লগতে পঢ়ক তিনি প্ৰেমিকাৰে ১৫ বছৰীয়া লিভ-ইন, একেটা মণ্ডপতে বিয়া তিনি প্ৰেমিকাক

ঈদৰ শুভেচ্ছা জ্ঞাপন কৰি সংবাদমাধ্যমৰ আগত বিধায়ক অখিল গগৈয়ে কয় যে আজি ভাৰতত মুছলমানসকল সংকটৰ সন্মুখীন হৈছে।

ইফালে শিৱসাগৰৰ বিধায়কগৰাকীয়ে গণতন্ত্ৰত বিশ্বাসী সকলো লোক সংখ্যালঘু ৰাইজৰ লগত আছে বুলি মন্তব্য কৰাৰ লগতে সংখ্যালঘু জনতাৰ ওপৰত থকা সংকট সকলোৱে মিলি আঁতৰাব লাগিব বুলিও দোহাৰে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: akhil gogoiasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamMLA Akhil Gogoi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?
অসম

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

June 6, 2026
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত
বিনোদন

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

June 6, 2026
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?
বিশ্ব

‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

June 6, 2026
ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী
অসম

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

June 5, 2026
Next Post
কুকুৰেৰে এবাৰ যৌন সম্ভোগত ১৭ লাখ টকা! ১৪ বছৰ কাৰাবাস ঘোষণা আৰক্ষীৰ 

কুকুৰেৰে এবাৰ যৌন সম্ভোগত ১৭ লাখ টকা! ১৪ বছৰ কাৰাবাস ঘোষণা আৰক্ষীৰ 

কেন্দ্ৰীয় মন্ত্ৰী তেলীৰ ভাষণৰ মাজতে চলিল প’ৰ্ণ ক্লীপ! কোনে সংঘটিত কৰিলে এই কাণ্ড?

কেন্দ্ৰীয় মন্ত্ৰী তেলীৰ ভাষণৰ মাজতে চলিল প’ৰ্ণ ক্লীপ! কোনে সংঘটিত কৰিলে এই কাণ্ড?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.