• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আকৌ বিতৰ্কত লেডী সিংঘম জোনমণি ৰাভা, ধন সংগ্ৰহৰ অভিযোগ ৰাভাৰ বিৰুদ্ধে

আকৌ বিতৰ্কত লেডী সিংঘম জোনমণি ৰাভা, ধন সংগ্ৰহৰ অভিযোগ ৰাভাৰ বিৰুদ্ধে

4 years ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

6 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

6 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

7 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

7 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

8 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

9 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

10 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

10 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

11 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

12 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

13 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আকৌ বিতৰ্কত লেডী সিংঘম জোনমণি ৰাভা, ধন সংগ্ৰহৰ অভিযোগ ৰাভাৰ বিৰুদ্ধে

editor by editor
May 11, 2022
in অসম
0
আকৌ বিতৰ্কত লেডী সিংঘম জোনমণি ৰাভা, ধন সংগ্ৰহৰ অভিযোগ ৰাভাৰ বিৰুদ্ধে
0
SHARES
254
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৱী স্বামীক গ্ৰেপ্তাৰেৰে কাৰাগাৰলৈ প্ৰেৰণ কৰি পুনৰ সংবাদ মাধ্যমৰ চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰা লেডী সিংঘমখ্যাত জোনমণি ৰাভা এইবাৰ নিজেই বিতৰ্কৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে৷

নগাঁও সদৰ থানাৰ উপ পৰিদৰ্শক জোনমণি ৰাভাৰ বিৰুদ্ধে এইবাৰ ধন সংগ্ৰৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী লোকে৷

আৰক্ষী বিষয়াগৰাকীয়ে ভাৱী স্বামীৰ সৈতে ধন সংগ্ৰহৰ অভিযোগ উত্থাপন কৰিছে অজিত বৰা নামৰ এজন লোকে৷

লগতে পঢ়ক উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়, স্থগিত ৰখা হওঁক দেশদ্ৰোহ আইন

অজিত বৰাই অভিযোগ কৰা মতে উপ পৰিদৰ্শক জোনমণি ৰাভাই ৰাণা প’গাগৰ সৈতে তেওঁৰ পৰা বিপুল পৰিমাণৰ ধন সংগ্ৰহৰ বিষয়ে অৱগত আছিল৷

ইমানেই নহয়, ৰাণা প’গাগ জালিয়াতি আৰু প্ৰৱঞ্চনাৰ বিষয়ে পূৰ্বৰে পৰা জোনমণি ৰাভা অৱগত আছিল বুলি বিস্ফোৰক অভিযোগ কৰিছে ভুক্তভোগী বুলি দাবী কৰা লোকগৰাকীয়ে৷

ভুক্তভোগী লোকগৰাকীয়ে উপ পৰিদৰ্শক জোনমণি ৰাভাৰ উপস্থিতিতে ৰাণা প’গাগে কমিছন লোৱাৰো বিস্ফোৰক অভিযোগ কৰিছে৷

লগতে পঢ়ক সোঁত অব্যাহত, এইবাৰ উদীয়মান কণ্ঠশিল্পীৰ আলফা(স্বাঃ)লৈ গমন

যোৱা বৰ্ষৰ ১৮ ত জোনমণি ৰাভাৰ উপস্থিতিতে ঘনকান্ত শইকীয়াৰ পৰা ৰাণা প’গাগে ৩ লাখ ৯৬ হাজাৰ টকা লোৱাৰ অভিযোগ কৰিছে অজিত বৰাই৷

ইপিনে ৬ জুনৰ পৰা ১২ ডিচেম্বৰলৈ ৮ টা কিস্তিত অজিত বৰাই ৰাণা প’গাগক ১৩ লাখ ৭২ হাজাৰ টকা দিয়া বুলি দাবী কৰিছে৷

ইতিমধ্য অভিযুক্ত অজিত বৰাই জোনমণি ৰাভাৰ বিৰুদ্ধেও আৰক্ষীয়ে ব্যৱস্থা ল’ব লাগে বুলি দাবী জনাই গড়মূৰ আৰক্ষী থানাত এক অভিযোগ দাখিল কৰিছে৷

গড়মূৰ আৰক্ষী থানাত মঙলবাৰে এজাহাৰ দাখিল কৰি ভুক্তভোগী অজিত বৰাই কয়ে যে জোনমণি ৰাভাক বিশ্বাস কৰিয়েই তেওঁ ৰাণা প’গাগৰ টকা দিছিল।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamSI Junmoni Rabha
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’
অসম

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

August 14, 2026
long distance relationshipত ৰিয়ান পৰাগ!
বিনোদন

long distance relationshipত ৰিয়ান পৰাগ!

August 13, 2026
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ
অসম

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

August 12, 2026
বিনোদন

গুৱাহাটীত অপেনাৰ ৰোহিতৰ ছিক্সাৰৰ বৰষুণ, ৫টাকৈ মাইলষ্টোন স্পৰ্শ

August 11, 2026
Next Post
পুৰুষৰ শীঘ্ৰ পতন কেনেৰৈ ৰোধ কৰিব? গৱেষণাই কি কয় চাওক…

পুৰুষৰ শীঘ্ৰ পতন কেনেৰৈ ৰোধ কৰিব? গৱেষণাই কি কয় চাওক…

নাৰীৰ সুৰাপানৰ ক্ষেত্ৰত আগুৱালে অসম, প্ৰতিবেশী অৰুণাচল প্ৰদেশ শীৰ্ষত

নাৰীৰ সুৰাপানৰ ক্ষেত্ৰত আগুৱালে অসম, প্ৰতিবেশী অৰুণাচল প্ৰদেশ শীৰ্ষত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.