• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰক্ষকেই ভক্ষক! কিশোৰীক দলৱদ্ধ ধৰ্ষণ বন্ধুসহ আৰক্ষী কনিষ্টবলৰ

ৰক্ষকেই ভক্ষক! কিশোৰীক দলৱদ্ধ ধৰ্ষণ বন্ধুসহ আৰক্ষী কনিষ্টবলৰ

4 years ago
১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

36 minutes ago
কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

1 hour ago
সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

2 hours ago
চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

2 hours ago
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

5 hours ago
চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

Relationship Tips: সংগী হ’ব চিৰদিনলৈ দূৰ! যদি আজিয়েই সলনি নকৰে এইকেইটা অভ্যাস

5 hours ago
শীঘ্ৰে আহিব পৰিৱৰ্তন, সলনি হ’ব ভাগ্য, আজিয়েই মজবুত কৰক চন্দ্ৰ!

শীঘ্ৰে আহিব পৰিৱৰ্তন, সলনি হ’ব ভাগ্য, আজিয়েই মজবুত কৰক চন্দ্ৰ!

6 hours ago
মাতৃ হোৱাৰ হাবিয়াস! বলীউডৰ অভিনেত্ৰী কৃতি চেননে সংৰক্ষণ কৰিলে ডিম্বানু

মাতৃ হোৱাৰ হাবিয়াস! বলীউডৰ অভিনেত্ৰী কৃতি চেননে সংৰক্ষণ কৰিলে ডিম্বানু

7 hours ago
মুখৰ অত্যন্ত দুৰ্গন্ধ, এয়া কোনো ভিটামিনৰ অভাৱ নেকি?

মুখৰ অত্যন্ত দুৰ্গন্ধ, এয়া কোনো ভিটামিনৰ অভাৱ নেকি?

7 hours ago
কালসৰ্প যোগ আৰম্ভ, বৃষকে ধৰি এই ৪ ৰাশিৰ আহিব বিপদ!

আপোনাৰো কালসৰ্প যোগ আছে নেকি? ১৮ জুলাইলৈকে ৩ ৰাশিয়ে থাকক সাৱধান!

8 hours ago
“মোৰ উৰুত Ex Boyfriend-এ চিগাৰেটেৰে পুৰিছিল!” সকলো মুকলিকৈ ক’লে এইগৰাকী অভিনেত্ৰীয়ে

“মোৰ উৰুত Ex Boyfriend-এ চিগাৰেটেৰে পুৰিছিল!” সকলো মুকলিকৈ ক’লে এইগৰাকী অভিনেত্ৰীয়ে

8 hours ago
বিশ্বকাপত মেছিৰ যাদু! আৰ্জেণ্টিনাৰ পৰৱৰ্তী মেচ কেতিয়া আৰু কাৰ বিৰুদ্ধে হ’ব জানক

বিশ্বকাপত মেছিৰ যাদু! আৰ্জেণ্টিনাৰ পৰৱৰ্তী মেচ কেতিয়া আৰু কাৰ বিৰুদ্ধে হ’ব জানক

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ৰক্ষকেই ভক্ষক! কিশোৰীক দলৱদ্ধ ধৰ্ষণ বন্ধুসহ আৰক্ষী কনিষ্টবলৰ

editor by editor
May 19, 2022
in অপৰাধ, ভাৰত
0
ৰক্ষকেই ভক্ষক! কিশোৰীক দলৱদ্ধ ধৰ্ষণ বন্ধুসহ আৰক্ষী কনিষ্টবলৰ
0
SHARES
88
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰক্ষকে ভক্ষকেই! এগৰাকী আৰক্ষী কনিষ্টবলে বন্ধুসহ এগৰাকী কিশোৰীক দলৱদ্ধ ধৰ্ষণ কৰাৰ ঘটনা পোহৰলৈ আহিছে৷

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি দুদিন পূৰ্বে কিশোৰীগৰাকীক ধৰ্ষণ কৰাৰ ভিডিঅ’ ফুটেজ ভাইৰেল হৈ পৰাৰ পিছতে আলিগড়ৰ উক্ত জঘন্য কাণ্ডটো পোহৰলৈ আহিছে৷ অভিযুক্ত আৰক্ষী কনিষ্টবল গৰাকী লখেন্দ্ৰ সিং বুলি চিনাক্ত কৰা হৈছে৷

আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনাৰ বিৱৰণী অনুসৰি যোৱা মাহত বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতিৰে লখেন্দ্ৰই ১৭ বছৰীয়া কিশোৰীগৰাকীক গাঁৱৰ বাহিৰলৈ লৈ গৈছিল৷ কিশোৰীগৰাকীয়ে অভিযোগ কৰা মতে তেতিয়াই লখেন্দ্ৰ আৰু তেওঁৰ বন্ধুৱে এই জঘন্য কাণ্ড সংঘটিত কৰি কেমেৰাত ৰেকৰ্ডিং কৰে৷

লগতে পঢ়ক বিবাহৰ উপহাৰ বিস্ফোৰণ, আহত ভতিজাসহ নৱবিবাহিত দৰা

ইয়াৰ পিছতে কিশোৰীগৰাকীৰ পৰিয়ালে লখেন্দ্ৰ সিঙ আৰু তেওঁ বন্ধুৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷ বুধবাৰে উক্ত এজাহাৰৰ ভিত্তিতে ২৪ বছৰীয়া কনিষ্টবল আৰু তেওঁ বন্ধুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ দুই অভিযুক্তৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণ আৰু POCSO আইন আৰু তথ্য প্ৰযুক্তি আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

আৰক্ষীয়ে পিএচিৰ ২৮ বেটেলিয়নৰ কনিষ্টবল লখেন্দ্ৰ সিং আৰু তেওঁৰ বন্ধুক কান্নৌজৰ পৰা গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাই আৰু আদালতে দুই অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷

লগতে পঢ়ক অন্য যুৱকেৰে প্ৰেমিকাৰ বন্ধুত্ব! ব্লেডেৰ কাটি প্ৰেমিকাক হত্যা প্ৰেমিকৰ

আৰক্ষীয়ে সংবাদ মাধ্যমত প্ৰকাশ কৰা অনুসৰি অভিযুক্তদ্বয়ে কিশোৰীগৰাকীক মৃত্যুৰ ভাবুকি দিয়াৰ বাবে ঘটনাটো কাৰো আগত প্ৰকাশ কৰা নাছিল৷ ঘটনাটো মাতৃক অৱগত কৰিলে ৰেকৰ্ডিং কৰা ভিডিঅ’টো ভাইৰেল কৰাৰো ভাবুকি দিছিল৷

কিন্তু ইয়াৰ পিছতে দুই অভিযুক্তই ভিডিঅ’টো ভাইৰেল কৰে আৰু ইয়াৰৰ পিছতে কিশোৰীগৰাকীৰ মাতৃয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে৷ এতিয়া প্ৰশ্ন উদয় হৈছে ৰক্ষকৰ হাততেই যদি নাৰী সুৰক্ষিত নহয় কাৰ ওপৰত সুৰক্ষাৰ বাবে হাত পাতিব?

See more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamGang Rapepolice raped teenager
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি
অপৰাধ

১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

July 8, 2026
চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ
অপৰাধ

চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

July 8, 2026
উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়
অপৰাধ

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

July 7, 2026
৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ
অপৰাধ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

July 7, 2026
Next Post
আৰক্ষীয়ে FIR পঞ্জীয়ন কৰা নাই নেকি? তেনে ক্ষেত্ৰত কি কৰিব আপুনি?   

আৰক্ষীয়ে FIR পঞ্জীয়ন কৰা নাই নেকি? তেনে ক্ষেত্ৰত কি কৰিব আপুনি?  

গুচি, এডিডাছৰ ১.২৭ লাখ ছাতিয়েও বৰষুণক বাধা দিব নোৱাৰে! সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি

গুচি, এডিডাছৰ ১.২৭ লাখ ছাতিয়েও বৰষুণক বাধা দিব নোৱাৰে! সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.