• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সমলিংগ বিবাহৰ অনুমতি প্ৰদান : উৎফুল্লিত সমকামীসকল!

সমলিংগ বিবাহৰ অনুমতি প্ৰদান : উৎফুল্লিত সমকামীসকল!

4 years ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

11 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

11 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

12 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

13 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

13 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

14 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

15 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

16 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

17 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

17 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

18 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সমলিংগ বিবাহৰ অনুমতি প্ৰদান : উৎফুল্লিত সমকামীসকল!

editor by editor
May 24, 2022
in জীৱনশৈলী, বিশ্ব
0
সমলিংগ বিবাহৰ অনুমতি প্ৰদান : উৎফুল্লিত সমকামীসকল!
0
SHARES
182
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সমকামী বিবাহৰ অনুমতি দিব পাৰি নে নহয় সেই সন্দৰ্ভত বহুদিনৰ পৰা বিশ্বজুৰি চৰ্চা চলি আহিছে। ইয়াৰ মাজতে এখন দেশৰ ধৰ্মীয় উপাসনাৰ স্থলী গীৰ্জাইও সমকামী বিবাহক স্বীকৃতি প্ৰদান কৰিছে৷ এতিয়াৰে পাৰ সংশ্লিষ্ট দেশখনৰ গীৰ্জাত সমকামী যুগলে বৈধভাৱে বিবাহপাশত আৱদ্ধ হ’ব পাৰিব৷

গীৰ্জাই সমলিংগ বিবাহক স্বীকৃতি প্ৰদান কৰা দেশখন হৈছে ইউৰোপৰ স্কটলেণ্ড৷ স্কটলেণ্ডৰ চাৰ্চ অৱ স্কটলেণ্ডৰ সদস্যসকলে সমলিংগ বিবাহৰ সপক্ষে ভোট কৰি এই ঐতিহাসিক স্বীকৃতি প্ৰদান কৰিছে৷

লগতে পঢ়ক ভাৰতলৈ আহি আছে চালকবিহীন বাহন, কেতিয়া উপলব্ধ হ’ব এই বাহন?

সোমবাৰৰ এই সিদ্ধান্ত ঘোষণা কৰাৰ পিছৰে পৰা এই বিতৰ্কৰ সৃষ্টি হৈছে। এটা দলে এই সিদ্ধান্তক শলাগ লৈছে৷ স্কটিছ কনজাৰ্ভেটিভ পাৰ্টিৰ প্ৰাক্তন নেতা ৰুথ ডেভিডছন আৰু স্কটিছ লেবাৰ পাৰ্টিৰ প্ৰাক্তন নেতা কেজিয়া ডাগডেল যি পূৰ্বে সমকামী আছিল তেওঁলোকে এই সিদ্ধান্তক আদৰণি জনাইছে।

অৱশ্যে আন একাংশই গীৰ্জাৰ এই সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰা দেখা গৈছে৷ কভেনেণ্ট ফেল’শ্বিপ স্কটলেণ্ডে এক বিবৃতিত কয় যে তেওঁলোকে গীৰ্জাৰ সিদ্ধান্তক “গুৰুতৰ ভুল” বুলি গণ্য কৰিছে। তেওঁলোকৰ মতে সমকামী বিবাহ অপৰাধৰ শ্ৰেণীত পৰে।

সোমবাৰে গীৰ্জাত সমলিংগ বিবাহৰ সপক্ষে মুঠ ২৬৪ টা ভোট প্ৰদান কৰাৰ বিপৰীতে ইয়াৰ বিৰুদ্ধে ১৩৮ জন লোকে ভোটদান কৰে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamsame sex relationshipsame-sex marriage
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ
বিবিধ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

August 16, 2026
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন
অপৰাধ

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

August 16, 2026
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ
বিনোদন

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

August 16, 2026
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত
জীৱনশৈলী

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

August 16, 2026
Next Post
‘গুটখা’ই হ’ল কাল! পিক পেলাবলৈ গৈ ড্ৰাইভাৰে কৰিলে দুৰ্ঘটনা

‘গুটখা’ই হ’ল কাল! পিক পেলাবলৈ গৈ ড্ৰাইভাৰে কৰিলে দুৰ্ঘটনা

২৬% শতাংশ ৰেহাই, তাৰ পিছতো এটা প্লাষ্টিকৰ বাল্টিৰ দাম ২৬ হাজাৰ টকা! ক’ত?

২৬% শতাংশ ৰেহাই, তাৰ পিছতো এটা প্লাষ্টিকৰ বাল্টিৰ দাম ২৬ হাজাৰ টকা! ক’ত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.