• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৬% শতাংশ ৰেহাই, তাৰ পিছতো এটা প্লাষ্টিকৰ বাল্টিৰ দাম ২৬ হাজাৰ টকা! ক’ত?

২৬% শতাংশ ৰেহাই, তাৰ পিছতো এটা প্লাষ্টিকৰ বাল্টিৰ দাম ২৬ হাজাৰ টকা! ক’ত?

4 years ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

২৭ ছেপ্তেম্বৰত ৩ ৰাশিৰ সলনি হ’ব ভাগ্য, লাভৰ লগতে আহিব নতুন সুযোগ!

31 minutes ago
অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

1 hour ago
Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

3 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

কাইলৈ ভাগ্যৰ চকা ঘূৰিব, ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ!

4 hours ago
পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

5 hours ago
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

7 hours ago
LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

7 hours ago
নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

7 hours ago
চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

8 hours ago
শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

8 hours ago
শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

9 hours ago
‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

২৬% শতাংশ ৰেহাই, তাৰ পিছতো এটা প্লাষ্টিকৰ বাল্টিৰ দাম ২৬ হাজাৰ টকা! ক’ত?

editor by editor
May 25, 2022
in বাণিজ্য, বিবিধ
0
২৬% শতাংশ ৰেহাই, তাৰ পিছতো এটা প্লাষ্টিকৰ বাল্টিৰ দাম ২৬ হাজাৰ টকা! ক’ত?
0
SHARES
196
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আপোনাৰ মতে প্লাষ্টিকৰ বাল্টি এটাৰ দাম কিমান হ’ব পাৰে? আপুনি হয়তো ক’ব যে ১০০ টকাৰ পৰা ১৫০ টকাৰ ভিতৰত হ’ব! যদি অতি উন্নত মানৰ হয় অতি বেছি ৪০০ বা ৫০০ টকা হ’ব!

আপুনি আচৰিত হ’লেও আজি আমি আপোনাক এনে এটা বাল্টিৰ কথা ক’ম, যিটোৰ দাম শুনিলে আপোনাৰ চকু কপালত উঠিব৷ আপোনাৰ চকু কপালত উঠোৱা এই প্লাষ্টিকৰ বাল্টিটোৰ দাম কিমান জানেনে? ইয়াৰ দাম প্ৰায় ২৬ হাজাৰ টকা!

২৮ শতাংশ ৰেহাই দিয়াৰ পিছতো প্লাষ্টিকৰ বাল্টিটোৰ অনলাইনত খুচুৰা বিক্ৰীৰ দাম নিৰ্ধাৰণ কৰা হৈছে ২৫,৯৯৯ টকা৷ অনলাইন চাইটটোত বাল্টিটোৰ প্ৰকৃত খুচুৰা বিক্ৰীৰ মূল্য ৩৯,৯০০ টকা৷

লগতে পঢ়ক সমলিংগ বিবাহৰ অনুমতি প্ৰদান : উৎফুল্লিত সমকামীসকল!

বাল্টিটো ২৫,৯৯৯ টকাত বিক্ৰীৰ বাবে নিৰ্ধাৰণ কৰা এটা স্ক্ৰীণশ্বট কোনো লোকে লাভ কৰাৰ পিছতে পিছতে সামাজিক মাধ্যমত ই ভাইৰেল হৈ পৰিছে৷ সামাজিক মাধ্যমৰ ট্ৰেণ্ডত থকা এই প্লাষ্টিকৰ বাল্টিটোৰ সম্পৰ্কে নেটিজেনসকলে বিভিন্ন মন্তব্য কৰা দেখা গৈছে৷

অনলাইন কোম্পানীটোৰ বাকেট বিজ্ঞাপনটোত লিখা আছে, ‘‘প্লাষ্টিক বাকেট ফৰ হোম এণ্ড বাথৰুম চেট অৱ ১।’’ মাহেকীয়া কিস্তিৰ সুবিধাও আছে। মাহিলী কিস্তি হ’ব ১২২৪ টকা।

টুইটাৰ চাবস্ক্ৰাইবাৰ বিবেক ৰাজুৱে ফটোখন শ্বেয়াৰ কৰি কয় যে, ‘‘এখন অনলাইন ষ্ট’ৰত দেখিছিলো। কি কৰিম নাজানো! বিজ্ঞাপনটোত লিখা আছে, এই প্ৰডাক্টটো বৰ্তমান উপলব্ধ নহয়।’’

লগতে পঢ়ক কেৰেলাত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্মহত্যা : স্বামীক জৰিমনাসহ ১০ বছৰৰ কাৰাদণ্ড

ইমান বেছি মূল্যৰ কাৰণ কি হ’ব পাৰে? তাকে লৈ এতিয়া সামাজিক মাধ্যমত চৰ্চা চলিছে৷ অৱশ্যে কাৰিকৰী ভুলৰ বাবেই এনে হোৱা বুলিও ধাৰণা কৰা হৈছে।

কেৱল বাল্টি নহয়, আন এটা শ্বপিং অনলাইন কোম্পানীয়ে দুটা প্লাষ্টিকৰ মগৰ দাম ১০ হাজাৰ টকা নিৰ্ধাৰণ কৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamviral news
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

২৭ ছেপ্তেম্বৰত ৩ ৰাশিৰ সলনি হ’ব ভাগ্য, লাভৰ লগতে আহিব নতুন সুযোগ!

September 26, 2026
অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ
সমীক্ষণ (আলোচনী)

অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

September 26, 2026
Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম
বাণিজ্য

Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

September 26, 2026
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ ভাগ্যৰ চকা ঘূৰিব, ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ!

September 26, 2026
Next Post
প্ৰাথমিক বিদ্যালয়ত ভয়ংকৰ গুলীচালনা, ১৯ শিশুসহ ২ জন লোক নিহত

প্ৰাথমিক বিদ্যালয়ত ভয়ংকৰ গুলীচালনা, ১৯ শিশুসহ ২ জন লোক নিহত

কাঁনৰ ৰেড কাৰ্পেটত ভৰি দিয়া প্ৰথম অসমীয়া অভিনেত্ৰী কোন? সঁচাই আইমী বৰুৱা নে?

কাঁনৰ ৰেড কাৰ্পেটত ভৰি দিয়া প্ৰথম অসমীয়া অভিনেত্ৰী কোন? সঁচাই আইমী বৰুৱা নে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.