• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰাথমিক বিদ্যালয়ত ভয়ংকৰ গুলীচালনা, ১৯ শিশুসহ ২ জন লোক নিহত

প্ৰাথমিক বিদ্যালয়ত ভয়ংকৰ গুলীচালনা, ১৯ শিশুসহ ২ জন লোক নিহত

4 years ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

3 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

ভাগ্যই সলাব ৰূপ! কাইলৈ কেনে যাব আপোনাৰ দিনটো?

3 hours ago
PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

3 hours ago
‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

4 hours ago
“মৰম কৰাটো বিচাৰো, কিন্তু সীমা চেৰালে ভাল নালাগে”, বিকৃত ফটো আপলোডকলৈ মন্তব্য কণ্ঠশিল্পী দীপান্বিতাৰ

“মৰম কৰাটো বিচাৰো, কিন্তু সীমা চেৰালে ভাল নালাগে”, বিকৃত ফটো আপলোডকলৈ মন্তব্য কণ্ঠশিল্পী দীপান্বিতাৰ

4 hours ago
জুলাই মাহত সাৱধানে থাকক ৪ ৰাশিৰ লোক, হ’ব আৰ্থিক ক্ষতি!

৭ ছেপ্টেম্বৰৰ পৰা শনি-বুধৰ সমসপ্তক যোগ, কোন ৩টা ৰাশি হ’ব মালামাল?

5 hours ago
Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

5 hours ago
জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

6 hours ago
হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

7 hours ago
৮ম দৰমহা আয়োগত সলনি হ’ব পেঞ্চনৰ নিয়ম, ১০০% পৰ্যন্ত পেঞ্চনৰ পৰিকল্পনা

8th Pay Commission: কোনবোৰ কৰ্মচাৰীৰ নতুন দৰমহা কাৰ্যকৰী হোৱাৰ লগে লগে গৃহ ভাট্টা দুগুণ হ’ব!

8 hours ago
ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

9 hours ago
Post Office SCSS: প্ৰতিমাহে  পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

Post Office SCSS: প্ৰতিমাহে পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

প্ৰাথমিক বিদ্যালয়ত ভয়ংকৰ গুলীচালনা, ১৯ শিশুসহ ২ জন লোক নিহত

editor by editor
May 25, 2022
in অপৰাধ, বিশ্ব
0
প্ৰাথমিক বিদ্যালয়ত ভয়ংকৰ গুলীচালনা, ১৯ শিশুসহ ২ জন লোক নিহত
0
SHARES
183
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ইতিহাসত অন্যতম ভয়াৱহ ঘটনা সংঘটিত হৈছে৷ দেশখনৰ টেক্সাছ ৰাজ্যৰ এখন প্ৰাথমিক বিদ্যালয়ত গুলীচালনা কৰি ১৯ টি শিশুসহ ২ জন লোকক হত্যা কৰা হৈছে৷

সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি বডি আৰ্মাৰ পিন্ধা এজন ১৮ বছৰীয়া বন্দুকধাৰীয়ে ১৯ টি শিশু আৰু দুজন প্ৰাপ্তবয়স্ককে ধৰি অতি কমেও ২১ জন লোকক হত্যা কৰে৷

এই ভয়াৱহ ঘটনাটো যোৱা মংগলবাৰে পুৱা ১১.৩০ বজাত ছান এণ্টনিঅ’ৰ পৰা ১৩৪ কিলোমিটাৰ নিলগত অৱস্থিত টেক্সাছৰ উভাল্ডে চহৰৰ ৰব প্ৰাথমিক বিদ্যালয়ত সংঘটিত হয়৷

 

লগতে পঢ়ক ‘গুটখা’ই হ’ল কাল! পিক পেলাবলৈ গৈ ড্ৰাইভাৰে কৰিলে দুৰ্ঘটনা

গুলীচালনাৰে এই ভয়ংকৰ হত্যালীলা চলোৱা যুৱকজনক ল’ এনফৰ্ছমেণ্টে গুলীয়াই হত্যা কৰে৷ তদন্তকাৰী সংস্থাটোৱে জনোৱা অনুসৰি সন্দেহযুক্ত লোকজনে হাতত হেণ্ডগান, এ আৰ-১৫ ছেমি অ’টোমেটিক ৰাইফল আৰু উচ্চ ক্ষমতাসপন্ন মেগজিনেৰে আক্ৰমণ সংঘটিত কৰিছিল৷

টেক্সাছৰ গৱৰ্ণৰ গ্ৰেগ এবটে হত্যাকাৰীজনক বিদ্যালয়খন থকা অঞ্চলটোৰ বাসিন্দা ছালভাডৰ ৰামোছ বুলি চিনাক্ত কৰিছে। কি কাৰণে যুৱকজনে এই হত্যা লীলা চলালে সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷

আমেৰিকাৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে যুৱকজনে আৰম্ভণিতে নিজৰ আইতাকক গুলীয়াই হত্যা কৰাৰ সন্দেহ কৰা হৈছে।

 

লগতে পঢ়ক সমলিংগ বিবাহৰ অনুমতি প্ৰদান : উৎফুল্লিত সমকামীসকল!

“তেওঁ ভয়ংকৰ আৰু অৱলীলাক্ৰমে গুলীয়াই হত্যা কৰিছিল। তেওঁ থিতাতে চৈধ্যজন ছাত্ৰ আৰু এজন শিক্ষকক গুলীয়াই হত্যা কৰে।’’ সংবাদ মাধ্যমত এবটে কয়। পৰৱৰ্তী সময়ত শিশুৰ মৃত্যু সংখ্যা ১৯ গৰাকীলৈ আৰু প্ৰাপ্তবয়স্ক লোকৰ সংখ্যা ২ গৰাকীলৈ বৃদ্ধি হয়৷

বিদ্যালয়খনৰ ৱেবছাইটত প্ৰকাশ পোৱা অনুসৰি নিহত শিশু শিক্ষাৰ্থীসকলৰ বয়স ৫ বছৰৰ পৰা ১১ বছৰৰ ভিতৰত হ’ব।

আৰক্ষী অধীক্ষক, উভাল্ডে পিট আৰেডণ্ডোৱে কয় “আজি পুৱা প্ৰায় ১১:৩২ বজাত ৰব প্ৰাথমিক বিদ্যালয়ত গণ হত্যাকাণ্ড সংঘটিত হয়”। তেওঁ কয় যে হত্যাকাৰীয়ে এজন অকলশৰীয়া পহুৰ দৰে কাম কৰিছিল – যাক আৰক্ষী গুলীয়াই হত্যা কৰিবলৈ বাধ্য হৈছিল। তেওঁৰ মতেও মৃত শিশুকেইটি দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ শিক্ষাৰ্থী আৰু তেওঁলোকৰ বয়স ৭ বছৰৰ পৰা ১০ বছৰৰ ভিতৰত আছিল।

 

লগতে পঢ়ক কেৰেলাত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্মহত্যা : স্বামীক জৰিমনাসহ ১০ বছৰৰ কাৰাদণ্ড

ইফালে এই ভয়ংকৰ হত্যাকাণ্ডৰ পিছতে জাপানৰ কোৱাড সমাৱেশত অংশগ্ৰহণ কৰি দেশলৈ  উভতি অহাৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ নিহত শিশুসকলৰ পিতৃ-মাতৃক আৱেগিক ভাষণেৰে ৰাষ্ট্ৰপতি জু বাইডেনে সান্ত্বনা দিবলৈ চেষ্টা কৰে৷ “এটা সন্তান হেৰুৱাটো নিজৰ আত্মাৰ এটা টুকুৰা ফালি পেলোৱাৰ দৰেই।” বুলিও অভিহিত কৰিছে ৰাষ্ট্ৰপতি বাইডেনে৷

উল্লেখ্য যে আমেৰিকাত এনেধৰণৰ গুলীচালনা ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ Gun Violence Archive নামৰ এটা NGOৰ সমীক্ষাৰ মতে কেৱল ২০২২ বৰ্ষতে আমেৰিকাত অতি কমেও ২১২ টা এনে গুলীচালনাৰ ঘটনা সংঘটিত হৈছে৷ এই ২১২ টা এনেধৰণৰ গুলীচালনা ঘটনাৰ ভিতৰত যোৱা মংগলবাৰৰ ঘটনাটোৱেই আটাইতকৈ ভয়ংকৰ আছিল৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamexas school shooting
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক
অসম

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

September 5, 2026
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত
ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

September 5, 2026
মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ
জীৱনশৈলী

মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ

September 5, 2026
বিশ্বৰ আটাইতকৈ ধনী ফুটবল প্ৰশিক্ষক ৰুনীৰ সম্পত্তিৰ পৰিমান কিমান জানেনে?
বিনোদন

বিশ্বৰ আটাইতকৈ ধনী ফুটবল প্ৰশিক্ষক ৰুনীৰ সম্পত্তিৰ পৰিমান কিমান জানেনে?

September 5, 2026
Next Post
কাঁনৰ ৰেড কাৰ্পেটত ভৰি দিয়া প্ৰথম অসমীয়া অভিনেত্ৰী কোন? সঁচাই আইমী বৰুৱা নে?

কাঁনৰ ৰেড কাৰ্পেটত ভৰি দিয়া প্ৰথম অসমীয়া অভিনেত্ৰী কোন? সঁচাই আইমী বৰুৱা নে?

খঙত টিঙিৰি-তুলা চীন! চাৰিও পিনৰ পৰা চীনক চেপি ধৰিছে চাৰি ৰাষ্ট্ৰৰ QUADএ!

খঙত টিঙিৰি-তুলা চীন! চাৰিও পিনৰ পৰা চীনক চেপি ধৰিছে চাৰি ৰাষ্ট্ৰৰ QUADএ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.