• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেৰেলাত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্মহত্যা : স্বামীক জৰিমনাসহ ১০ বছৰৰ কাৰাদণ্ড

কেৰেলাত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্মহত্যা : স্বামীক জৰিমনাসহ ১০ বছৰৰ কাৰাদণ্ড

4 years ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

কৰ্মচাৰীসকলে পাব সকাহ! পেঞ্চনাৰ ছ’চাইটিয়ে উত্থাপন কৰিছে এই দাবী

37 minutes ago
লেপটপৰ চাৰ্জাৰেৰে আপোনাৰ ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে সাৱধান!

লেপটপৰ চাৰ্জাৰেৰে আপোনাৰ ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে সাৱধান!

1 hour ago
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

2 hours ago
হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!

সফলতাত বাধা আৰু অৰ্থ ক্ষয়? তেন্তে আজিয়েই এইদৰে কৰক হনুমানৰ পূজা!

2 hours ago
দৈনিক ৰাশিফল- আজি বজৰংবলীৰ কৃপা বৃষ আৰু তুলা ৰাশিৰ ওপৰত, কি আছে অন্য ৰাশিৰ ভাগ্যত

আজি ৩ ৰাশিয়ে পাব নতুন সুযোগ, কিন্তু কাৰ কাৰ জীৱনত আহিব দুৰ্যোগ!

3 hours ago
দুৰ্ঘটনাত পতিত এ আৰ ৰহমানৰ পুত্ৰ

দুৰ্ঘটনাত পতিত এ আৰ ৰহমানৰ পুত্ৰ

10 hours ago
আগন্তুক সপ্তাহত এই ৫ ৰাশিৰ লোকৰ উজলিব ভাগ্য

আগন্তুক সপ্তাহত এই ৫ ৰাশিৰ লোকৰ উজলিব ভাগ্য

11 hours ago
পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!

পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!

11 hours ago
চামগুৰিত কুৰুক্ষেত্ৰ! বিজেপি কৰ্মীক পি*ষ্টল দেখুৱাই প্ৰাণ না*শৰ ভাবুকি!

চামগুৰিত কুৰুক্ষেত্ৰ! বিজেপি কৰ্মীক পি*ষ্টল দেখুৱাই প্ৰাণ না*শৰ ভাবুকি!

12 hours ago
ছ’চিয়েল মিডিয়াত ২৫,০০০ Followers নাথাকিলে এৰিব লাগিব নেকি বিজেপি মণ্ডল সভাপতিৰ পদ?

ছ’চিয়েল মিডিয়াত ২৫,০০০ Followers নাথাকিলে এৰিব লাগিব নেকি বিজেপি মণ্ডল সভাপতিৰ পদ?

13 hours ago
৮ মাহৰ গৰ্ভৱতী হৈও শ্বুটিঙত ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰ অভিনেত্ৰী

৮ মাহৰ গৰ্ভৱতী হৈও শ্বুটিঙত ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰ অভিনেত্ৰী

13 hours ago
চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কেৰেলাত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্মহত্যা : স্বামীক জৰিমনাসহ ১০ বছৰৰ কাৰাদণ্ড

editor by editor
May 24, 2022
in অপৰাধ, ভাৰত
0
কেৰেলাত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্মহত্যা : স্বামীক জৰিমনাসহ ১০ বছৰৰ কাৰাদণ্ড
0
SHARES
259
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মংগলবাৰে বিগত বৰ্ষত কেৰেলাৰ কোল্লাম জিলাৰ নিজ গৃহত চিকিৎসা বিজ্ঞানৰ এগৰাকী  ছাত্ৰীয়ে আত্মহত্যা কৰাৰ গোচৰৰ ৰায় প্ৰদান কৰা হৈছে৷

কোল্লাম আদালতে যৌতুক বিচাৰি পত্নী বিস্ময়াক আত্মহত্যাৰ বাবে পৰোচিত কৰা আৰু যৌতুক গ্ৰহণ কৰাৰ অপৰাধত স্বামী কিৰণ কুমাৰক ৬ বছৰৰ কাৰাদণ্ড বিহিছে৷ যৌতুকৰ বিচাৰি হাৰাশাস্তিৰ বাবে ২ বছৰ আৰু যৌতুক দাবীৰ বাবে ১ বছৰসহ মুঠ ১০ বছৰৰ কাৰাদণ্ড দিয়ে৷ আদালতে কয় যে কিৰণ কুমাৰ বিহা শাস্তিসমূহ সমান্তৰালভাৱে ভোগ কৰিব লাগিব৷

আদালতে কুমাৰক ১২.৫৫ লাখ জৰিমনাও আৰোপ কৰিছে, ইয়াৰে ২ লাখ বিস্ময়াৰ পিতৃ-মাতৃক ক্ষতিপূৰণ হিচাপে প্ৰদান কৰিব লাগিব।

লগতে পঢ়ক সফলতা লাভ কৰিও কিয় মুকলিকৈ আক্ষেপ কৰিলে ছানী লিয়নে?

সোমবাৰে আদালতে কুমাৰক যৌতুক গ্ৰহণ, যৌতুকৰ বাবে অত্যাচাৰ, আত্মহত্যাৰ বাবে পৰোচিত কৰা, যৌতুক সম্পৰ্কীয় হাৰাশাস্তি আদি গোচৰত দোষী সাব্যস্ত কৰিছিল।

উল্লেখ্য যে ২০২১ চনৰ ২১ জুনত কোল্লাম জিলাৰ সাস্তমকোটাত থকা নিজ গৃহত মৃত অৱস্থাত ২২ বছৰীয়া বিস্ময়াক উদ্ধাৰ হৈছিল।

ঘটনাৰ এদিন পূৰ্বে কুমাৰে যৌতুকক লৈ হাৰাশাস্তি কৰা বুলি অভিযোগ উত্থাপন কৰি আত্মীয়লৈ হোৱাটছএপ মেছেজ কৰাৰ লগতে তেওঁৰ শৰীৰত ঘাঁ আৰু প্ৰহাৰৰ চিন থকা ফটোও প্ৰেৰণ কৰিছিল বিস্ময়াই।

লগতে পঢ়ক ১ শতাংশ কমিছন বিচাৰি গ্ৰেপ্তাৰ হ’ল পঞ্জাৱৰ স্বাস্থ্যমন্ত্ৰী! শেনৰ এজাত ভগৱন্ত মান

কেৰেলা আৰক্ষীয়ে ৫০০ পৃষ্ঠাৰো অধিক চাৰ্জ শ্বীটত উল্লেখ কৰিছিল যে যৌতুক বিচাৰি হাৰাশাস্তি কৰাৰ বাবেই বিস্মায়াই আত্মহত্যা কৰিছিল।

কুমাৰৰ বিৰুদ্ধে যৌতুক দাবী কৰা, পত্নীক শাৰীৰিকভাৱে নিৰ্যাতন চলোৱা, আঘাত কৰা আৰু আত্মহত্যাৰ ভাবুকি দিয়া আদি কে’বাটাও অভিযোগ উত্থাপন হৈছিল।

স্মৰ্তব্য২০২০ চনত বিয়াৰ সময়ত কুমাৰক যৌতুক হিচাপে ভূমি, সোণ আদিকে কৰি ১০ লাখ টকাও দিয়া দিয়া হৈছিল বুলি বিস্ময়াৰ পিতৃয়ে অভিযোগ কৰিছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamDowry Death
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুৰ্ঘটনাত পতিত এ আৰ ৰহমানৰ পুত্ৰ
বিনোদন

দুৰ্ঘটনাত পতিত এ আৰ ৰহমানৰ পুত্ৰ

August 10, 2026
ছ’চিয়েল মিডিয়াত ২৫,০০০ Followers নাথাকিলে এৰিব লাগিব নেকি বিজেপি মণ্ডল সভাপতিৰ পদ?
ৰাজনীতি

ছ’চিয়েল মিডিয়াত ২৫,০০০ Followers নাথাকিলে এৰিব লাগিব নেকি বিজেপি মণ্ডল সভাপতিৰ পদ?

August 10, 2026
৮ মাহৰ গৰ্ভৱতী হৈও শ্বুটিঙত ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰ অভিনেত্ৰী
বিনোদন

৮ মাহৰ গৰ্ভৱতী হৈও শ্বুটিঙত ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰ অভিনেত্ৰী

August 10, 2026
চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?
ৰাজনীতি

চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

August 10, 2026
Next Post
সমলিংগ বিবাহৰ অনুমতি প্ৰদান : উৎফুল্লিত সমকামীসকল!

সমলিংগ বিবাহৰ অনুমতি প্ৰদান : উৎফুল্লিত সমকামীসকল!

‘গুটখা’ই হ’ল কাল! পিক পেলাবলৈ গৈ ড্ৰাইভাৰে কৰিলে দুৰ্ঘটনা

‘গুটখা’ই হ’ল কাল! পিক পেলাবলৈ গৈ ড্ৰাইভাৰে কৰিলে দুৰ্ঘটনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.