• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সফলতা লাভ কৰিও কিয় মুকলিকৈ আক্ষেপ কৰিলে ছানী লিয়নে?

সফলতা লাভ কৰিও কিয় মুকলিকৈ আক্ষেপ কৰিলে ছানী লিয়নে?

4 years ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

24 minutes ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

56 minutes ago
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

1 hour ago
কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

2 hours ago
Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

3 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th Pay Commission: Level 8 ৰ কৰ্মচাৰীয়ে ১৭.৯৪ লাখ বকেয়া লাভ কৰিব

3 hours ago
অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

4 hours ago
বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?

বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?

6 hours ago
ম’হে গিলিলে ডেৰ লাখটকীয়া সোণৰ মংগলসূত্ৰ

ম’হে গিলিলে ডেৰ লাখটকীয়া সোণৰ মংগলসূত্ৰ

6 hours ago
শ্বাহৰুখ-ছলমান নহয়, কোন তাৰকাক দেখি Star-struck হৈছিল প্ৰীতি জিণ্টা?

শ্বাহৰুখ-ছলমান নহয়, কোন তাৰকাক দেখি Star-struck হৈছিল প্ৰীতি জিণ্টা?

6 hours ago
বেংক কৰ্মচাৰীৰ দাবীক লৈ ডাঙৰ UPDATE

বেংক কৰ্মচাৰীৰ দাবীক লৈ ডাঙৰ UPDATE

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

সফলতা লাভ কৰিও কিয় মুকলিকৈ আক্ষেপ কৰিলে ছানী লিয়নে?

editor by editor
May 24, 2022
in চিনেমা, বিনোদন, বিবিধ
0
সফলতা লাভ কৰিও কিয় মুকলিকৈ আক্ষেপ কৰিলে ছানী লিয়নে?
0
SHARES
288
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছানী লিয়ন এতিয়া বলিউদৰ এগৰাকী অতি তথা জনপ্ৰিয় ব্যস্ত তাৰকা৷ ইয়াৰ পূৰ্বে প’ৰ্ণ তাৰকা হিচাপে খ্যাতি আৰু কুখ্যাতি দুয়োটাই অৰ্জিলেও বলিউদত ভৰি থৈ যথেষ্ট সফলতা লাভ কৰিছে ছানী লিয়নে৷

কিন্তু বলিউদত সফলতা লাভ কৰিও মুকলিকৈ আক্ষেপ প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে৷ সফলতাৰ শিখৰত উঠিলেও ছানী লিয়নে আক্ষেপ প্ৰকাশ কৰিছে যে ভাৰতীয় কিছুমান বিশেষ প্ৰতিষ্ঠানে তেওঁক বিজ্ঞাপন দিব নিবিচাৰে৷

ছানীক পূৰ্তে গৰ্ভনিৰোধক বিজ্ঞাপন দেখা গৈছিল৷ কিন্তু ইয়াৰ বাহিৰেও বিউটি মাৰ্কেটিঙৰ এখন পৰিচিত মুখ হ’ব খোজা ছানী লিয়নে এক সাক্ষাৎকাৰত কয় যে ভাৰতীয় বিশেষ কিছুমান প্ৰতিষ্ঠানে তেওঁক বিজ্ঞাপনৰ অংশীদাৰ কৰিব বিচৰা নাই৷

লগতে পঢ়ক চৰকাৰক তুষ্টি কৰি ফল ভুগিছে কংগণাই! চুপাৰ-চুপাৰ ফ্ল’প কংগণাৰ ছবি

ভাৰতত লাখ লাখ অনুৰাগী থকা ছানীয়ে লগতে কয় যে বিউটি মাৰ্কেটিঙৰ কোনো নামী দামী প্ৰতিষ্ঠানে এতিয়ালৈকে তেওঁৰ সৈতে যোগাযোগ কৰা নাই৷ ছানীৰ মতে ইয়াৰ বাবে প্ৰতিষ্ঠানসমূহৰহে ক্ষতি হ’ব, কিয়নো তেওঁৰ লাখ লাখ অনুৰাগীয়ে তেওঁক উক্ত প্ৰতিষ্ঠানসমূহৰ বিজ্ঞাপনত দেখা নাপালে প্ৰডাক্টসমূহ প্ৰতি অনাগ্ৰহ প্ৰকাশ কৰিব৷

ভাৰতীয় প্ৰতিষ্ঠানসমূহে ছানী লিয়নৰ প্ৰতি অনাগ্ৰহ হ’লেও অৱশ্যে তেওঁ আত্মবিশ্বাস হেৰুওৱা নাই৷ ‘‘মই নিজকে ব্ৰেণ্ড কৰিলো, কাৰণ মোক কোনেও লৈ যোৱা নাছিল। এতিয়া মোৰ নিজা ব্ৰেণ্ডৰ মেকআপ আৰু কাপোৰ আছে। সেইটোৱেই মই বিশ্বক দেখুৱাব বিচাৰো।’’ অতি আত্মবিশ্বাসেৰে ছানীয়ে কয়৷

উল্লেখ্য যে বলিউদত প্ৰৱেশ কৰিয়েই ছানীয়ে ইখনৰ পিছত সিখনকৈ বহু ছবিত অভিনয় কৰিছে৷ শেহতীয়াকৈ ‘অনামিকা’ নামৰ ৱেব ছিৰিজতো তেওঁক দেখা গৈছিল।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamsunny leone
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা
জীৱনশৈলী

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

September 25, 2026
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য
অসম

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

September 25, 2026
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক
জীৱনশৈলী

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

September 25, 2026
কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?
প্ৰযুক্তি

কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

September 25, 2026
Next Post
ভাৰতলৈ আহি আছে চালকবিহীন বাহন, কেতিয়া উপলব্ধ হ’ব এই বাহন?

ভাৰতলৈ আহি আছে চালকবিহীন বাহন, কেতিয়া উপলব্ধ হ’ব এই বাহন?

কেৰেলাত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্মহত্যা : স্বামীক জৰিমনাসহ ১০ বছৰৰ কাৰাদণ্ড

কেৰেলাত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্মহত্যা : স্বামীক জৰিমনাসহ ১০ বছৰৰ কাৰাদণ্ড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.