• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চৰকাৰক তুষ্টি কৰি ফল ভুগিছে কংগণাই! চুপাৰ-চুপাৰ ফ্ল’প কংগণাৰ ছবি

চৰকাৰক তুষ্টি কৰি ফল ভুগিছে কংগণাই! চুপাৰ-চুপাৰ ফ্ল’প কংগণাৰ ছবি

4 years ago
অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

47 minutes ago
ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

1 hour ago
নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

2 hours ago
দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

3 hours ago
২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

5 hours ago
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

6 hours ago
অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ

অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ

6 hours ago
‘ভাৰতত থাকিব খুজিলে কথা মানি চলিব’! Meta ৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰে

‘ভাৰতত থাকিব খুজিলে কথা মানি চলিব’! Meta ৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰে

7 hours ago
ঝাৰখণ্ড বন্ধৰ মাজতে উত্তাল প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল বিজেপি!

ঝাৰখণ্ড বন্ধৰ মাজতে উত্তাল প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল বিজেপি!

8 hours ago
২১ বছৰত ২৫ বাৰ বদলি! টুকাৰাম মুণ্ডে লগাইছে তোলপাৰ, কঠোৰ উচ্চ ন্যায়ালয়

২১ বছৰত ২৫ বাৰ বদলি! টুকাৰাম মুণ্ডে লগাইছে তোলপাৰ, কঠোৰ উচ্চ ন্যায়ালয়

8 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

১৫ দিনত যমজ সূৰ্যগ্ৰহণে দেখুৱাব প্ৰকোপ! ৩টা ৰাশিৰ আহিব ডাঙৰ বিপদ

9 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

কৰ্মচাৰীসকলে পাব সকাহ! পেঞ্চনাৰ ছ’চাইটিয়ে উত্থাপন কৰিছে এই দাবী

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

চৰকাৰক তুষ্টি কৰি ফল ভুগিছে কংগণাই! চুপাৰ-চুপাৰ ফ্ল’প কংগণাৰ ছবি

editor by editor
May 24, 2022
in চিনেমা, বিনোদন
0
চৰকাৰক তুষ্টি কৰি ফল ভুগিছে কংগণাই! চুপাৰ-চুপাৰ ফ্ল’প কংগণাৰ ছবি
0
SHARES
193
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সততে চৰকাৰক তুষ্টি কৰি বিতৰ্কৰ সৃষ্টি কৰি ফুৰা বলিউদৰ অভিনেত্ৰী কংগণা ৰাণাৱটৰ ছবিয়ে বক্স অফিচত এইবাৰ ভালকৈয়ে মুখথেকেচা খাইছে৷

যোৱা ২০ মে’ত মুক্তিলাভ কৰা কংগণাৰ অভিনীত ছবি ধাকড়-এ বক্স অফিচত চূড়ান্তভাৱে উপেক্ষিত হৈছে৷ নৱাগত ৰজনীশ ঘাইৰ পৰিচালিত ১০০ কোটি টকীয়া বাজেটৰ ছবিখনে প্ৰথম দিনা মাত্ৰ ১.২ কোটি, দ্বিতীয় দিনা ১.০৫ কোটি, তৃতীয় দিনা ৯৮ লাখ আৰু চতুৰ্থ তথা সোমবাৰে মাত্ৰ ৩০ লাখ টকাহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে৷

১০০ কোটি বাজেটৰ এই ছবিখনে চতুৰ্থটো দিনৰ মাত্ৰ ৩০ লাখ টকাৰ সংগ্ৰহ পিছতে বহুতো ছবিগৃহই প্ৰদৰ্শন বন্ধ কৰি অন্য ছবি প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰা বুলিও প্ৰকাশ পাইছে৷

লগতে পঢ়ক সঁচাকৈ বিষ্ণু পুৰাণৰ ভৱিষ্যদ্বাণী সত্য প্ৰমাণিত হৈছে নেকি? কিয় হৈছে মহাপ্ৰলয়?

ইফালে কংগণাৰ এই ছবিখনে ছবিগৃহত মুখথেকেচা খোৱাত উল্লসিত হৈ পৰা দেখা গৈছে বিগত সময়ত কংগণাই চোকা ভাষাৰে আক্ৰমণ কৰা লোকসকলে৷

আনহাতে সদায়ে সৰৱ হৈ থকা কংগণাই নিজৰ ছবিখন চুপাৰ-ডুপাৰ ফ্ল’প হোৱাত নিশ্চুপ হৈ থকা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে কংগণাই ছবিখনৰ জোৰদাৰ প্ৰচাৰৰ কৰিছিল৷

লগতে পঢ়ক যৌনতা আৰু টোপনি : যৌনতাৰ লগত টোপনিৰ সম্পৰ্ক কি? গৱেষণাই কি কয়?

সততে চৰকাৰ আৰু চৰকাৰী নীতি বিৰোধীসকলক দেশদ্ৰোহী বুলি আক্ৰমণ কৰি অহা কংগণাৰ ছবিখনে তেওঁৰ তথাকথিত দেশভক্ত অনুৰাগীসকলেও উপেক্ষা কৰাৰ পিছতে সামাজিক মাধ্যমত বিভিন্নজনে ট্ৰল কৰা দেখা গৈছে৷ বলিউদৰ কিছুসংখ্যক চেলিব্ৰেটিয়েও কংগণাক ট্ৰল কৰি পৰিলক্ষিত হৈছে৷

একাংশই কংগণাই চৰকাৰক তুষ্টি কৰি ফিল্মফেয়াৰ বঁটা, পদ্মশ্ৰী সন্মান, ৱাই কেটেগৰীৰ নিৰাপত্তা আদি লাভ কৰা কথাবোৰো কংগণাক পুনৰ উলিয়াই আক্ৰমণ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBollywooddhaakadkangana ranaut
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?
বিনোদন

অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

August 11, 2026
ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ
বিনোদন

ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

August 11, 2026
২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?
বিনোদন

২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

August 11, 2026
দুৰ্ঘটনাত পতিত এ আৰ ৰহমানৰ পুত্ৰ
বিনোদন

দুৰ্ঘটনাত পতিত এ আৰ ৰহমানৰ পুত্ৰ

August 10, 2026
Next Post
১ শতাংশ কমিছন বিচাৰি গ্ৰেপ্তাৰ হ’ল পঞ্জাৱৰ স্বাস্থ্যমন্ত্ৰী! শেনৰ এজাত ভগৱন্ত মান

১ শতাংশ কমিছন বিচাৰি গ্ৰেপ্তাৰ হ’ল পঞ্জাৱৰ স্বাস্থ্যমন্ত্ৰী! শেনৰ এজাত ভগৱন্ত মান

সফলতা লাভ কৰিও কিয় মুকলিকৈ আক্ষেপ কৰিলে ছানী লিয়নে?

সফলতা লাভ কৰিও কিয় মুকলিকৈ আক্ষেপ কৰিলে ছানী লিয়নে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.