• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১ শতাংশ কমিছন বিচাৰি গ্ৰেপ্তাৰ হ’ল পঞ্জাৱৰ স্বাস্থ্যমন্ত্ৰী! শেনৰ এজাত ভগৱন্ত মান

১ শতাংশ কমিছন বিচাৰি গ্ৰেপ্তাৰ হ’ল পঞ্জাৱৰ স্বাস্থ্যমন্ত্ৰী! শেনৰ এজাত ভগৱন্ত মান

4 years ago
ধন সঞ্চয়ৰ ক্ষেত্ৰত কোন ৰাশিৰ লোক হ’ব অধিক সাৱধান?

ধন সঞ্চয়ৰ ক্ষেত্ৰত কোন ৰাশিৰ লোক হ’ব অধিক সাৱধান?

1 hour ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

নৱেম্বৰ মাহত এই ৪ ৰাশিৰ বাবে আহিব সুখবৰ!

1 hour ago
অভিনেত্ৰী শ্যামন্তিকাৰ সৈতে অঘটন, কেনে আছে অভিনেত্ৰীগৰাকী?

অভিনেত্ৰী শ্যামন্তিকাৰ সৈতে অঘটন, কেনে আছে অভিনেত্ৰীগৰাকী?

2 hours ago
বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!

বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!

3 hours ago
নকলৰ নতুন কৌশল, চেনিটেৰী পেডত লুকুৱাই থ’লে বিশেষ যন্ত্ৰ

নকলৰ নতুন কৌশল, চেনিটেৰী পেডত লুকুৱাই থ’লে বিশেষ যন্ত্ৰ

3 hours ago
পুনৰ অসুস্থ গৰিমা শইকীয়া গাৰ্গ, ভৰ্তি চিকিৎসালয়ত

পুনৰ অসুস্থ গৰিমা শইকীয়া গাৰ্গ, ভৰ্তি চিকিৎসালয়ত

3 hours ago
বিলাস ইন কাণ্ডৰ গোচৰৰ মাজতে আৰক্ষীত ব্যাপক ৰদবদল, মধ্য গুৱাহাটীৰ নতুন DCP মৃণাল ডেকা

বিলাস ইন কাণ্ডৰ গোচৰৰ মাজতে আৰক্ষীত ব্যাপক ৰদবদল, মধ্য গুৱাহাটীৰ নতুন DCP মৃণাল ডেকা

4 hours ago
ঠাণ্ডাৰ দিনকেইটাত উফিৰ সমস্যাত ভূগিছে নেকি? এইটো হেয়াৰ মাস্ক ব্যৱহাৰ কৰিলে সোনকালেই উপশম হ’ব এই সমস্যাৰ পৰা

আমলখি খোৱাৰ পিছত পানী খালে মিঠা কিয় লাগে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

5 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় অভিনেত্ৰীৰ মৃত্যু, বিনোদন জগতৰ পৰা আহিছে দুঃখবৰ!

5 hours ago
ধেমাজিত ঘনকান্ত গগৈৰ পত্নী

প্ৰাণৰ শংকাত ভূগিছে ঘনকান্তৰ পত্নী, ধেমাজিৰ পৰা গুৱাহাটী আহিবলৈ বিচাৰিছে আৰক্ষীৰ নিৰাপত্তা

6 hours ago
ONGC ত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

ONGC ত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

7 hours ago
ধনতেৰছৰ পূৰ্বে কৰক এই কাম, মা লক্ষ্মী কৰিব কৃপা, দূৰ হ’ব আৰ্থিক সংকট?

ধনতেৰছৰ পূৰ্বে কৰক এই কাম, মা লক্ষ্মী কৰিব কৃপা, দূৰ হ’ব আৰ্থিক সংকট?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, November 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

১ শতাংশ কমিছন বিচাৰি গ্ৰেপ্তাৰ হ’ল পঞ্জাৱৰ স্বাস্থ্যমন্ত্ৰী! শেনৰ এজাত ভগৱন্ত মান

editor by editor
May 24, 2022
in ভাৰত, লেখা
0
১ শতাংশ কমিছন বিচাৰি গ্ৰেপ্তাৰ হ’ল পঞ্জাৱৰ স্বাস্থ্যমন্ত্ৰী! শেনৰ এজাত ভগৱন্ত মান
0
SHARES
177
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঠিকাদাৰৰ পৰা মাত্ৰ ১ শতাংশ কমিছন বিচৰা কেবিনেট সতীৰ্থক বৰ্খাস্ত কৰাৰ পিছত গ্ৰেপ্তাৰ কৰি দেশজুৰি চৰ্চা লাভ কৰিছে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে৷

উল্লেখ্যে মংগলবাৰে পঞ্জাৱৰ স্বাস্থ্যমন্ত্ৰী বিজয় চিংলাই ঠিকাদাৰৰ পৰা ১ শতাংশ কমিছন বিচৰাৰ অভিযোগত মুখ্যমন্ত্ৰী ভগৱন্ত মানে মন্ত্ৰীত্ব পদৰ পৰা বৰ্খাস্ত কৰে৷ ইয়াৰ পিছতে সমগ্ৰ দেশত আম আদমি পাৰ্টিৰ আৰু ভগৱন্ত মানৰ দুৰ্নীতি বিৰোধী স্থিতিয়ে চৰ্চা লাভ কৰিছে৷

ইয়াৰ মাজতে আম আদমি পাৰ্টিৰ মুখ্য আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভগৱন্ত মানৰ দুৰ্নীতি বিৰোধী ভূমিকাই চকুলো নিগৰাই দিয়া বুলি আপৰ মুখ্য আহ্বায়ক কেজৰিৱালে সদৰী কৰিছে৷

 

লগতে পঢ়ক কুতুব মিনাৰত নিষিদ্ধ নামাজ! চলিব নেকি খনন কাৰ্য? কি ক’লে চৰকাৰে?

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি কয় যে, ‘‘আপোনাক লৈ গৌৰৱ কৰিছো।’’

উল্লেখ্য যে আম আদমী পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালেও ২০১৫ চনত দুৰ্নীতিৰ অভিযোগত তেওঁৰ এজন মন্ত্ৰীক বৰ্খাস্ত কৰিছিল।

ইফালে দুমাহ নৌহওঁতেই আপৰ নিজৰ এগৰাকী সতীৰ্থ মন্ত্ৰীক দুৰ্নীতিৰ অভিযোগত বৰ্খাস্ত কৰাৰ লগতে গ্ৰেপ্তাৰ কৰি পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে দেশৰ ৰাজনীতিতো চাঞ্চল্যৰ সৃষ্টি কৰিছে।

 

লগতে পঢ়ক সঁচাকৈ বিষ্ণু পুৰাণৰ ভৱিষ্যদ্বাণী সত্য প্ৰমাণিত হৈছে নেকি? কিয় হৈছে মহাপ্ৰলয়?

‘‘এটা গোচৰ মোৰ জ্ঞাত হৈছিল, মোৰ চৰকাৰৰ এজন মন্ত্ৰীয়ে প্ৰতিটো নিবিদাৰ বাবে ১% কমিছনৰ দাবী কৰিছিল। মই ইয়াক অতি গুৰুত্বসহকাৰে লৈছিলো। কোনেও নাজানিছিল, মই বিচৰা হ’লে ইয়াক কাৰ্পেটৰ তলত ব্ৰাছ কৰিব পাৰিলোহেঁতেন। কিন্তু তেওঁ মোক বিশ্বাস কৰা লোকসকলৰ আস্থা ভংগ কৰিছে।’’ এটা ভিডিঅ’ মেছেজত মুখ্যমন্ত্ৰী মানে কয়।

আনকি এক শতাংশ দুৰ্নীতিও সহ্য কৰা নহ’ব বুলিও প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ভগৱন্ত মানে। ‘‘বহু আশাৰে জনসাধাৰণে আপ চৰকাৰক ভোট দিছে, আমি তাক পালন কৰিব লাগিব। যেতিয়ালৈকে ভাৰত মাতৃৰ অৰবিন্দ কেজৰিৱালৰ দৰে পুত্ৰ আৰু ভগৱন্ত মানৰ দৰে সৈনিক থাকিব তেতিয়ালৈকে দুৰ্নীতিৰ বিৰুদ্ধে মহাযুদ্ধ চলি থাকিব।’’ তেওঁ লগতে আৰু কয়৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: aapasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamDelhi CM Aravind KejriwalPunjab CM Bhagawant Mann
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধন সঞ্চয়ৰ ক্ষেত্ৰত কোন ৰাশিৰ লোক হ’ব অধিক সাৱধান?
জীৱনশৈলী

ধন সঞ্চয়ৰ ক্ষেত্ৰত কোন ৰাশিৰ লোক হ’ব অধিক সাৱধান?

October 31, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

নৱেম্বৰ মাহত এই ৪ ৰাশিৰ বাবে আহিব সুখবৰ!

October 31, 2026
অভিনেত্ৰী শ্যামন্তিকাৰ সৈতে অঘটন, কেনে আছে অভিনেত্ৰীগৰাকী?
বিনোদন

অভিনেত্ৰী শ্যামন্তিকাৰ সৈতে অঘটন, কেনে আছে অভিনেত্ৰীগৰাকী?

October 31, 2026
বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!
ভাৰত

বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!

October 31, 2026
Next Post
সফলতা লাভ কৰিও কিয় মুকলিকৈ আক্ষেপ কৰিলে ছানী লিয়নে?

সফলতা লাভ কৰিও কিয় মুকলিকৈ আক্ষেপ কৰিলে ছানী লিয়নে?

ভাৰতলৈ আহি আছে চালকবিহীন বাহন, কেতিয়া উপলব্ধ হ’ব এই বাহন?

ভাৰতলৈ আহি আছে চালকবিহীন বাহন, কেতিয়া উপলব্ধ হ’ব এই বাহন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.