• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতলৈ আহি আছে চালকবিহীন বাহন, কেতিয়া উপলব্ধ হ’ব এই বাহন?

ভাৰতলৈ আহি আছে চালকবিহীন বাহন, কেতিয়া উপলব্ধ হ’ব এই বাহন?

4 years ago
দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

4 minutes ago
ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

33 minutes ago
ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

1 hour ago
গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

1 hour ago
এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

3 hours ago
ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

3 hours ago
বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

5 hours ago
মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

5 hours ago
ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

6 hours ago
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

18 hours ago
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

19 hours ago
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

ভাৰতলৈ আহি আছে চালকবিহীন বাহন, কেতিয়া উপলব্ধ হ’ব এই বাহন?

editor by editor
May 24, 2022
in প্ৰযুক্তি, বাণিজ্য
0
ভাৰতলৈ আহি আছে চালকবিহীন বাহন, কেতিয়া উপলব্ধ হ’ব এই বাহন?
0
SHARES
111
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতি শীঘ্ৰেই ভাৰতত উপলব্ধ হ’ব স্বয়ংক্ৰিয়ভাৱে চালিত বাহন৷ ভাৰতৰ প্ৰথমখন স্বয়ংক্ৰিভাৱে চালিত অৰ্থাৎ চালকবিহীন বাহন নিৰ্মাণৰ কৰিছে আছে Minus Zero নামৰ এটা প্ৰতিষ্ঠানে৷

প্ৰতিষ্ঠানটোৱে এই বাহন নিৰ্মাণৰ বাবে ইতিমধ্যে পুঁজিও সংগ্ৰহ কৰি আহিছে আৰু তেওঁলোকে এতিয়ালৈকে ১৭ লাখ মাৰ্কিন ডলাৰ পুঁজি সংগ্ৰহ কৰা বুলি প্ৰকাশ কৰিছে৷ ইটিৰ প্ৰতিবেদন অনুসৰি, ভাৰতৰ প্ৰথমটো ষ্টাৰ্টআপ যিয়ে সুলভ মূল্যৰ আৰু সম্পূৰ্ণ স্বয়ংচালিত গাড়ী নিৰ্মাণ কৰি আছে সেই  Minus Zero-এ ভাৰতীয় মূল্যত প্ৰায় ১৩.১৮ লাখ টকা সংগ্ৰহ কৰিছে৷

স্বয়ংচালিত বাহন নিৰ্মাণ কৰি থকা প্ৰতিষ্ঠানটোৱে দাবী কৰিছে যে এই বাহনসমূহ বিশ্বৰ আটাইতকৈ কঠিন গাঁথনিহীন আৰু অসংগঠিত যান-জঁটৰ পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিব পাৰিব৷

লগতে পঢ়ক ১ শতাংশ কমিছন বিচাৰি গ্ৰেপ্তাৰ হ’ল পঞ্জাৱৰ স্বাস্থ্যমন্ত্ৰী! শেনৰ এজাত ভগৱন্ত মান

Minus Zero-এ JITO এঞ্জেল নেটৱৰ্ক আৰু এনভিডিয়া আৰু লাইফ্টৰ দৰে প্ৰযুক্তি কোম্পানীসমূহৰ জ্যেষ্ঠ কাৰ্যবাহীসকলৰ সৈতে চিৰাটা ভেঞ্চাৰছৰ নেতৃত্বত এই পুঁজিৰ সংগ্ৰহৰ অভিযান আৰম্ভ কৰিছিল।

এই পুঁজি মূলতঃ বিস্তৃত স্বায়ত্তশাসিত বাহন গৱেষণা আৰু উন্নয়ন, আন্তঃগাঁথনি গঢ়ি তোলা আৰু অধিক লোকক নিযুক্তি দিয়াৰ বাবে ব্যৱহাৰ কৰা হ’ব বুলিও কোৱা হৈছে। ২০২২ চনৰ শেষৰ ফালে অথবা ২০২৩ চনৰ আৰম্ভণিত তেওঁলোকৰ প্ৰথমটো স্বয়ংচালিত বাহন ৰাজহুৱাভাৱে মুকলি কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলিও কোৱা হৈছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamMinus Zero
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…
বাণিজ্য

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

August 17, 2026
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ
বিনোদন

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

August 16, 2026
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!
বাণিজ্য

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

August 14, 2026
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!
প্ৰযুক্তি

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

August 14, 2026
Next Post
কেৰেলাত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্মহত্যা : স্বামীক জৰিমনাসহ ১০ বছৰৰ কাৰাদণ্ড

কেৰেলাত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্মহত্যা : স্বামীক জৰিমনাসহ ১০ বছৰৰ কাৰাদণ্ড

সমলিংগ বিবাহৰ অনুমতি প্ৰদান : উৎফুল্লিত সমকামীসকল!

সমলিংগ বিবাহৰ অনুমতি প্ৰদান : উৎফুল্লিত সমকামীসকল!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.