• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সন্ত্ৰাসবাদীক ধনৰ যোগান! কাশ্মীৰী বিচ্ছিন্নতাবাদী ইয়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

সন্ত্ৰাসবাদীক ধনৰ যোগান! কাশ্মীৰী বিচ্ছিন্নতাবাদী ইয়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

4 years ago
ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

8 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

9 hours ago
ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

10 hours ago
সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

11 hours ago
ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

11 hours ago
পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

13 hours ago
২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

14 hours ago
জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

15 hours ago
বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?

বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?

15 hours ago
বন্ধ হ’ল Telegram, ভাৰতত আৰু কি সুবিধা বন্ধ?

বন্ধ হ’ল Telegram, ভাৰতত আৰু কি সুবিধা বন্ধ?

16 hours ago
8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ বৃহৎ পৰিৱৰ্তন, আহিছে নতুন আপডেট

1 day ago
চুম্বনৰ সময়ত বুকুত কষ্ট পাইছিল ৰেখাই! বলীউডৰ বহু কহিনীয়ে আপোনাক কৰিব আচৰিত

চুম্বনৰ সময়ত বুকুত কষ্ট পাইছিল ৰেখাই! বলীউডৰ বহু কহিনীয়ে আপোনাক কৰিব আচৰিত

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

সন্ত্ৰাসবাদীক ধনৰ যোগান! কাশ্মীৰী বিচ্ছিন্নতাবাদী ইয়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

editor by editor
May 25, 2022
in অপৰাধ, ভাৰত, ৰাজনীতি
0
সন্ত্ৰাসবাদীক ধনৰ যোগান! কাশ্মীৰী বিচ্ছিন্নতাবাদী ইয়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড
0
SHARES
75
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দিল্লীৰ বিশেষ NIA আদালতে বুধবাৰে সন্ত্ৰাসবাদীক পুঁজি যোগানৰ গোচৰত কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা ইয়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। ইয়াছিন মালিকৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই (NIA) মৃত্যুদণ্ড বিচাৰিছিল যদিও আদালতে ইয়াছিন মালিকক দুটাকৈ যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰে।

বিশেষ ন্যায়াধীশ প্ৰবীণ সিঙে ৯টা গোচৰত ইয়াছিন মালিকক বিভিন্ন ধৰণৰ কাৰাদণ্ড প্ৰদান কৰে। কঠোৰ অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইন (UAPA) আৰু ভাৰতীয় দণ্ডবিধি (IPC)ৰ অধীনত তেওঁৰ বিৰুদ্ধে বিভিন্ন অপৰাধৰ অভিযোগ উত্থাপন কৰা হৈছিল।

মালিকক ধাৰা ১২১ (ভাৰত চৰকাৰৰ বিৰুদ্ধে যুদ্ধ চলোৱা, বা যুদ্ধ চলোৱাৰ চেষ্টা কৰা, বা যুদ্ধ চলোৱাত সহায় কৰা), ধাৰা ১২১-এ (ধাৰা ১২১ৰ দ্বাৰা শাস্তিযোগ্য অপৰাধ সংঘটিত কৰাৰ ষড়যন্ত্ৰ), ধাৰা ১২১-খ ভাৰতীয় দণ্ডবিধিৰ, আৰু UAPAৰ ধাৰা ১২, ১৩, ১৫, ১৭, ১৮, ২০, ৩৮ আৰু ৩৯ৰ অধীনত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে। ইয়াৰ লগতে ইয়াছিন মালিকক ১১ লাখ টকা জৰিমনা বিহিছে ন্যায়ালয়ে।

লগতে পঢ়ক খঙত টিঙিৰি-তুলা চীন! চাৰিও পিনৰ পৰা চীনক চেপি ধৰিছে চাৰি ৰাষ্ট্ৰৰ QUADএ!

ইয়াছিন মালিকৰ শাস্তিৰ পৰিপ্ৰেক্ষিতত বুধবাৰে দিল্লীৰ পাটিয়ালা হাউচ ক’ৰ্টত ব্যাপক আৰক্ষী নিয়োগ কৰা হৈছিল।

চলিত মাহৰ আৰম্ভণিতে সন্ত্ৰাসবাদীলৈ পুঁজি যোগান গোচৰটোত ৫৬ বছৰীয়া য়াছিন মালিকে UAPAৰ অধীনত থকা সকলো অভিযোগতে দোষ স্বীকাৰ কৰিছিল।

১৯ মে’ত বিশেষ ন্যায়াধীশ প্ৰবীণ সিঙে তেওঁক দোষী সাব্যস্ত কৰি NIAৰ কৰ্তৃপক্ষক তেওঁৰ আৰ্থিক অৱস্থাৰ মূল্যায়ন কৰি জৰিমনা বিহাৰ পৰিমাণ নিৰ্ণয় কৰিবলৈ নিৰ্দেশ দিয়ে।

লগতে পঢ়ক কাঁনৰ ৰেড কাৰ্পেটত ভৰি দিয়া প্ৰথম অসমীয়া অভিনেত্ৰী কোন? সঁচাই আইমী বৰুৱা নে?

সূত্ৰ অনুসৰি, শুনানিৰ পৰৱৰ্তী তাৰিখৰ ভিতৰত ইয়াছিন মালিকক তেওঁৰ বিত্তীয় সম্পত্তিৰ ওপৰত শপতনামা দাখিল কৰিবলৈ কোৱা হৈছিল।

মালিকৰ বিৰুদ্ধে UAPAৰ ১৮ নং ধাৰা (সন্ত্রাসবাদী কাৰ্য্য সংঘটিত কৰাৰ ষড়যন্ত্ৰ), আৰু ২০ (সন্ত্রাসবাদী গেং বা সংগঠনৰ সদস্য হোৱা) আৰু ভাৰতীয় দণ্ডবিধিৰ ১২০-বি (অপৰাধমূলক ষড়যন্ত্ৰ) আৰু ১২৪-এ (ৰাজদ্ৰোহ) ধাৰাৰ অভিযোগো উত্থাপন কৰা হৈছিল৷

উল্লেখ্য যে এই গোচৰটো ২০১৭ চনত কাশ্মীৰ উপত্যকাত সংঘটিত হোৱা সন্ত্ৰাসবাদ আৰু বিচ্ছিন্নতাবাদী কাৰ্যকলাপৰ অভিযোগৰ সৈতে জড়িত।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamKashmiri separatistniaUAPAYasin Malik
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?
বিশ্ব

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

June 16, 2026
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?
বিনোদন

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

June 16, 2026
ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি
বিনোদন

ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

June 16, 2026
পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড
অপৰাধ

পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

June 16, 2026
Next Post
অভিলাষা বৰাক ভাৰতীয় বায়ুসেনাৰ প্ৰথম মহিলা যুদ্ধ বিমান চালক

অভিলাষা বৰাক ভাৰতীয় বায়ুসেনাৰ প্ৰথম মহিলা যুদ্ধ বিমান চালক

কুকুৰ হ’বলৈ ১২ লাখ টকা ব্যয় এক যুৱকৰ! কুকুৰ হোৱা এই যুৱক কোন?

কুকুৰ হ’বলৈ ১২ লাখ টকা ব্যয় এক যুৱকৰ! কুকুৰ হোৱা এই যুৱক কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.