• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্বাধীনতাৰ পিছত প্ৰথমবাৰ হাইস্কুল লাভ অসমৰ চাহ বাগিচাৰ

স্বাধীনতাৰ পিছত প্ৰথমবাৰ হাইস্কুল লাভ অসমৰ চাহ বাগিচাৰ

4 years ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

1 hour ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

1 hour ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

2 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

3 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

3 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

5 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

6 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

7 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

7 hours ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

8 hours ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

9 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home শিক্ষা

স্বাধীনতাৰ পিছত প্ৰথমবাৰ হাইস্কুল লাভ অসমৰ চাহ বাগিচাৰ

editor by editor
May 26, 2022
in অসম, ৰাজনীতি, শিক্ষা
0
স্বাধীনতাৰ পিছত প্ৰথমবাৰ হাইস্কুল লাভ অসমৰ চাহ বাগিচাৰ
0
SHARES
136
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বুধবাৰে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শোণিতপুৰ জিলাৰ বিভিন্ন চাহ বাগিচাত ৬ খনকৈ আদৰ্শ বিদ্যালয় (মডেল স্কুল) উদ্বোধন কৰে৷ জিলাখনৰ নাহৰণী, ফুলবাৰী আৰু ঠাকুৰবাৰী চাহ বাগিচাত আদৰ্শ বিদ্যালয় উদ্বোধন কৰি মুখ্যন্ত্ৰী ডঃ শৰ্মাই কয় যে অসমৰ ৯৬ খন চাহ বাগিচা এলেকাত নতুনকৈ আৰম্ভ কৰা আদৰ্শ বিদ্যালয়সমূহত এতিয়ালৈকে ১৪,৫৯৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিছে৷

উল্লেখ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৬ খন আৰ্দশ বিদ্যালয় উদ্বোধন কৰাৰ লগে লগে অসমৰ চাহ বাগিচাসমূহে স্বাধীনতাৰ পিছত প্ৰথম উচ্চ মাধ্যমিক বিদ্যালয় (হাই স্কুল) লাভ কৰিছে৷ ইয়াৰ পূৰ্বে চাহ বাগিচাসমূহত প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয় (এম ই স্কুল) প্ৰতিষ্ঠা হ’লেও স্বাধীনতা ৭৫ টা বছৰৰ অতিক্ৰম হোৱাৰ পিছতো এখনো হাই স্কুল প্ৰতিষ্ঠা হোৱা নাছিল৷

লগতে পঢ়ক অভিলাষা বৰাক ভাৰতীয় বায়ুসেনাৰ প্ৰথম মহিলা যুদ্ধ বিমান চালক

ৰাজ্য চৰকাৰে ৰাজ্যৰ চাহ বাগিচা এলেকাত ১১৯ খন আদৰ্শ বিদ্যালয় স্থাপনৰ ঐতিহাসিক সিদ্ধান্তৰ অংশ হিচাপে শোণিতপুৰৰ নাহাৰানী চাহ বাগিচা, ফুলবাৰী আৰু ঠাকুৰবাৰী চাহ বাগিচাত আদৰ্শ বিদ্যালয় উদ্বোধন কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লগতে কয় যে ইতিমধ্যে চাহ বাগিচাসমূহত এনে ৯৬ খন মডেল স্কুল স্থাপন কৰা হৈছে।

বিভিন্ন সামাজিক-সাংস্কৃতিক পটভূমিৰ প্ৰখ্যাত ব্যক্তি, যেনে স্বাহিদ মাংগ্ৰী ওৰাং, লোকনায়ক অমিয় কুমাৰ দাস, ছহিদ হেমলাল কালিন্দীৰ আদিৰ নামেৰে এই বিদ্যালয়সমূহৰ নামকৰণ কৰা হ’ব বুলিও ডঃ শৰ্মাই উল্লেখ কৰে৷ “এই বিদ্যালয়সমূহে শিক্ষাক এক বৃহৎ গতি প্ৰদান কৰিব আৰু এক সামগ্ৰিক বিকাশ নিশ্চিত কৰিব।” মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লগতে কয়৷

লগতে পঢ়ক সন্ত্ৰাসবাদীক ধনৰ যোগান! কাশ্মীৰী বিচ্ছিন্নতাবাদী ইয়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

‘‘হাইস্কুল হিচাপে আৰম্ভ কৰি অহা বছৰ আদৰ্শ বিদ্যালয়সমূহে উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰম আগবঢ়োৱা হ’ব। প্ৰতিখন বিদ্যালয়ত ৮ গৰাকী শিক্ষক নিযুক্তি দিয়াৰ বিপৰীতে প্ৰায় ১৫ হাজাৰ ছাত্ৰ-ছাত্ৰীক নামভৰ্তি কৰা হৈছে। অহা বছৰৰ পৰা এই আদৰ্শ বিদ্যালয়সমূহে ইংৰাজীত গণিত আৰু বিজ্ঞানৰ পাঠদান প্ৰদান কৰিব৷ আনহাতে অসমীয়া ভাষাত বিজ্ঞান আৰু অসমীয়া পাঠদান কৰা হ’ব। ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ মাতৃভাষাত শিকিব পাৰিব আৰু লগতে পৃথিৱীখন অন্বেষণ কৰাত সহায়ক হ’ব।’’ বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয়৷

শিশুসকলক বিনামূলীয়াকৈ পাঠ্যপুথি, ইউনিফৰ্ম, মধ্যাহ্ন ভোজন আদি যোগান ধৰাৰ বাবে এই বিদ্যালয়সমূহক ১ লাখ টকাৰ সাহায্যৰ প্ৰতিশ্ৰুতিও দিয়ে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assammodel schoolTea garden in assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম
জীৱনশৈলী

মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম

July 20, 2026
স্পেইনৰ বিশ্বজয়ৰ পিছতে কূটনৈতিক মহলত আমেৰিকা-ইৰানৰ যুদ্ধৰ প্ৰসংগ
বিনোদন

স্পেইনৰ বিশ্বজয়ৰ পিছতে কূটনৈতিক মহলত আমেৰিকা-ইৰানৰ যুদ্ধৰ প্ৰসংগ

July 20, 2026
ৰাজ্যত বতৰে লৈছে কালৰূপ, কৰোবাত যদি জয়প্ৰলয় কৰোবাত ছিগিলে মথাউৰি
অসম

ৰাজ্যত বতৰে লৈছে কালৰূপ, কৰোবাত যদি জয়প্ৰলয় কৰোবাত ছিগিলে মথাউৰি

July 20, 2026
NEET পৰীক্ষাৰ ফলাফলৰ পিছত MBBS ত কেনেকৈ নামভৰ্তি হয়? জানক সম্পূৰ্ণ প্ৰক্ৰিয়া
শিক্ষা

NEET পৰীক্ষাৰ ফলাফলৰ পিছত MBBS ত কেনেকৈ নামভৰ্তি হয়? জানক সম্পূৰ্ণ প্ৰক্ৰিয়া

July 18, 2026
Next Post
টেক্সাছৰ শিশু হত্যাকাণ্ড : সঁচাই ট্ৰেন্সজেণ্ডাৰ আছিল নেকি আক্ৰমণকাৰী?

টেক্সাছৰ শিশু হত্যাকাণ্ড : সঁচাই ট্ৰেন্সজেণ্ডাৰ আছিল নেকি আক্ৰমণকাৰী?

সময়ৰ কি যে পৰিহাস! কোটিপতি নৱজ্যোৎ সিদ্ধু হ’লগৈ জে’লৰ কেৰাণী

সময়ৰ কি যে পৰিহাস! কোটিপতি নৱজ্যোৎ সিদ্ধু হ’লগৈ জে’লৰ কেৰাণী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.