• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিধায়কৰ বান বিলাসিতা! বান বিধ্বস্ত জিলাৰ উপায়ুক্তৰ অনুকৰণীয় কৰ্তব্য নিষ্ঠা

বিধায়কৰ বান বিলাসিতা! বান বিধ্বস্ত জিলাৰ উপায়ুক্তৰ অনুকৰণীয় কৰ্তব্য নিষ্ঠা

4 years ago
৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

1 minute ago
বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

36 minutes ago
কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

2 hours ago
এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

2 hours ago
ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

3 hours ago
 দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

4 hours ago
খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

5 hours ago
অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

5 hours ago
আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

6 hours ago
এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

15 hours ago
কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

15 hours ago
সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বিধায়কৰ বান বিলাসিতা! বান বিধ্বস্ত জিলাৰ উপায়ুক্তৰ অনুকৰণীয় কৰ্তব্য নিষ্ঠা

editor by editor
May 26, 2022
in অসম
0
বিধায়কৰ বান বিলাসিতা! বান বিধ্বস্ত জিলাৰ উপায়ুক্তৰ অনুকৰণীয় কৰ্তব্য নিষ্ঠা
0
SHARES
159
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰথমটো বানে ৰাজ্যৰ কে’বাখনো জিলাক ত্ৰাহিমুহি নিলে৷ বিশেষকৈ মধ্য অসম আৰু বৰাক উপত্যকাৰ বহুকেইখন জিলাক বানে বিধ্বস্ত কৰি থৈ গ’ল প্ৰথমটো বানে৷

বানপানীয়ে কালৰূপ ধৰাৰ সময়তে শাসকীয় দলৰ এগৰাকী বিধায়কৰ ভিডিঅ’ ভাইৰেল হৈছিল৷ ভিডিই’টোত দেখা গৈছিল যে বানপানী পৰিদৰ্শন কৰিবলৈ যোৱা বিধায়কগৰাকীয়ে দামী জোতা পিন্ধি যোৱাৰ বাবে এজন সাংবাদিকৰ পিঠিত উঠি নাওত উঠিছে৷

সামাজিক মাধ্যমত ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে শাসকীয় বিধায়কগৰাকীক সামাজিক আৰু সংবাদ মাধ্যমত তীব্ৰ কৰ্কথনা আৰু সমালোচনাৰ সন্মুখীন হ’ল৷ বানাক্ৰান্তই বানত ককবকাই থকাৰ সময়তে শাসকীয় বিধায়কে বিলাস ভ্ৰমণ কৰাৰ বুলিও সমালোচিত হয়৷

লগতে পঢ়ক টেক্সাছৰ শিশু হত্যাকাণ্ড : সঁচাই ট্ৰেন্সজেণ্ডাৰ আছিল নেকি আক্ৰমণকাৰী?

কিন্তু ইয়াৰ বিপৰীতে সামাজিক মাধ্যমত এগৰাকী উপায়ুক্তৰ কৰ্তব্যনিষ্ঠাই বিশেষভাৱে চৰ্চা লাভ কৰা দেখা গৈছে৷ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা IAS বিষয়াগৰাকী হৈছে কাছাৰ জিলাৰ উপায়ুক্ত কীৰ্তি জলি৷ বান দুৰ্যোগৰ সময়ত ব্যতিক্ৰমী ৰূপত দেখা পোৱা কাছাৰৰ উপায়ুক্ত কীৰ্তি জলিয়ে ৰাজ্যবাসীৰ পৰা গদগদ প্ৰশংসা লাভ কৰাৰ লগতে কৰ্তব্যনিষ্ঠাৰ উকৃষ্ট নিৰ্দশন প্ৰতিষ্ঠা কৰা বুলিও চৰ্চা লাভ কৰিছে।

উপায়ুক্তগৰাকীয়ে বান বিধ্বস্ত জিলাখনত নাওত উঠি, বোকা–পানী গচকি বানপীড়িত সিটোৰ পিছত ইটো এলেকাৰ বুজ লোৱাৰ লগতে বনাক্ৰান্তক সাক্ষাৎ কৰি নিজেই পৰিস্থিতি পৰিদৰ্শন কৰি আহিছে৷

কাছাৰৰ জিলা উপায়ুক্ত কীৰ্তি জলিয়ে এইদৰে বোকা পানী গচকি বানপীড়িত এলেকা ভ্ৰমণ কৰাৰ দৃশ্য প্ৰতিদিনে ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। এগৰাকী সাধাৰণ লোকৰ দৰেই বোকা পানী গচকি বান বিধ্বস্ত লোকসকলৰ পৰিস্থিতিৰ বুজ লৈছে কীৰ্তি জলিয়ে।

লগতে পঢ়ক স্বাধীনতাৰ পিছত প্ৰথমবাৰ হাইস্কুল লাভ অসমৰ চাহ বাগিচাৰ

একাংশ লোকে নীৰৱে নিজৰ কাম কৰি যায়। বহু চৰকাৰী বিষয়া আছে যিসকলে পদ মৰ্যাদাৰ অহংকাৰত গদগদ হৈ নাথাকি নিজৰ কাৰ্য মনে মনে সম্পাদন কৰে, উপায়ুক্ত কীৰ্তিও সেই শ্ৰেণী জনদৰদী বিষয়া বুলি এতিয়া সৰ্বত্ৰে চৰ্চিত হৈছে।

উপায়ুক্তগৰাকীৰ এই কৰ্তব্য নিষ্ঠা দেখি বিভিন্নজনে ফেচবুকৰ একাউণ্টত কাছাৰৰ জিলা উপায়ুক্ত কীৰ্তি জলিক Salute Madam লিখে পোষ্ট কৰা গৈছে। এনেদৰে কাছাৰ জিলাৰ উপায়ুক্ত কীৰ্তি জলিয়ে জনতাৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamkirthi jalliViral DC
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা
অসম

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

July 5, 2026
অসমত বানৰ সংহাৰী ৰূপ, অৰুণাচল প্ৰদেশতো মৃত্যু ৩ জনৰ
উত্তৰ-পূব

অসমত বানৰ সংহাৰী ৰূপ, অৰুণাচল প্ৰদেশতো মৃত্যু ৩ জনৰ

June 29, 2026
সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP
অসম

সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP

June 28, 2026 - Updated on June 29, 2026
নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?
অসম

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

June 24, 2026
Next Post
স্বেচ্ছামূলক যৌন কৰ্ম বৈধ : যৌনকৰ্মীৰ বিৰুদ্ধে পদক্ষেপ ল’ব নোৱাৰিব আৰক্ষীয়ে

স্বেচ্ছামূলক যৌন কৰ্ম বৈধ : যৌনকৰ্মীৰ বিৰুদ্ধে পদক্ষেপ ল’ব নোৱাৰিব আৰক্ষীয়ে

মিথ্যাচাৰী প্ৰধানমন্ত্ৰী বৰিছ জনচন : কিয় ক্ষমা খুজিলে ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে?

মিথ্যাচাৰী প্ৰধানমন্ত্ৰী বৰিছ জনচন : কিয় ক্ষমা খুজিলে ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.