• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অখিল গগৈৰ পুত্ৰ নচিকেতা প্ৰথম বিভাগত উত্তীৰ্ণ, পুত্ৰৰ সাফল্যত কি ক’লে পিতৃয়ে?

অখিল গগৈৰ পুত্ৰ নচিকেতা প্ৰথম বিভাগত উত্তীৰ্ণ, পুত্ৰৰ সাফল্যত কি ক’লে পিতৃয়ে?

4 years ago
৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

5 hours ago
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

7 hours ago
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

7 hours ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

1 day ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

1 day ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

1 day ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

1 day ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

1 day ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

1 day ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

1 day ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

2 days ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home শিক্ষা

অখিল গগৈৰ পুত্ৰ নচিকেতা প্ৰথম বিভাগত উত্তীৰ্ণ, পুত্ৰৰ সাফল্যত কি ক’লে পিতৃয়ে?

editor by editor
June 7, 2022
in অপৰাধ, শিক্ষা
0
অখিল গগৈৰ পুত্ৰ নচিকেতা প্ৰথম বিভাগত উত্তীৰ্ণ, পুত্ৰৰ সাফল্যত কি ক’লে পিতৃয়ে?
0
SHARES
572
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মংগলবাৰে হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয়৷ আজি ঘোষিত হাই স্কুল শিক্ষান্ত পৰীক্ষাত ৰাইজৰ দলৰ সভাপতি শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা কৃষক নেতা অখিল গগৈৰ পুত্ৰ নচিকেতাই প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে৷

নুনমাতিস্থিত অসম জাতীয় বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা নচিকেতাই এটা বিষয়ত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাত পিতৃ অখিল গগৈ উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে৷

পুত্ৰৰ ফলাফল লাভ কৰাৰ পিছতে বিধায়ক অখিল গগৈয়ে এটা ফেচবুক পোষ্টৰ জৰিয়তে নিজৰ সুখ ভগাই লোৱা দেখা গৈছে৷

লগতে পঢ়ক ঘৰত কান্দোনৰ ৰোল, ষ্টাৰ মাৰ্কসহ পুত্ৰৰ প্ৰথম বিভাগ, পিছে খবৰটো ল’বলৈ নাই পুত্ৰ

উল্লেখ্য যে কা বিৰোধী আন্দোলনৰ বাবে অখিল গগৈক চৰকাৰে কাৰাৰুদ্ধ কৰি ৰখাৰ পিছতে মানসিকভাৱে ভাগি পৰা পুত্ৰ নচিকেতাই বিদ্যালয়লৈ যোৱা সম্পূৰ্ণ বন্ধ কৰি দিছিল৷

নৱম আৰু দশম শ্ৰেণীত এটা ক্লাছ খৰা নাছিল নচিকেতাই৷ আনকি, মানসিকভাৱে ভাগি পৰা নচিকেতাই ঘৰতো অধ্যয়ন কৰিবলৈ এৰি দিছিল৷ কিন্তু মাতৃৰ অশেষ চেষ্টা আৰু তত্বাৱধানত অধ্যনয় কৰি নচিকেতাই হাইস্কুল পৰীক্ষাত এটা বিষয়ত লেটাৰ মাৰ্ক লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা বুলিও পিতৃ অখিল গগৈয়ে প্ৰকাশ কৰিছে৷

‘‘মোৰ বেটাৰ নাম কুটুলু, নচিকেতা। বহু প্ৰত্যাহ্বানৰ অন্তত সি আজি মেট্ৰিক পাছ কৰিলে।বেটালৈ অভিনন্দন জনালো। ২০১৯ চনৰ ১২ ডিচেম্বৰৰ পৰা মই ২০২১ চনৰ ১ জুলাই পৰ্যন্ত “কা”ৰ বিৰোধিতা কৰি প্ৰায় ১ বছৰ ৭ মাহ কাৰাৰুদ্ধ আছিলো। সেই সময়খিনিত মোৰ বেটাই স্কুল যাব পৰা নাছিল। মানসিকভাৱে ভাগি পৰিছিল সি।’’ এইদৰে লিখিছে অখিল গগৈয়ে৷

লগতে পঢ়ক ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজিত হ’ব বিজেপি! কিন্তু কেনেকৈ? জানিবলৈ চাওক…

সেই দুঃসময়ৰ কথা স্মৰণ কৰি বিধায়ক অখিল গগৈয়ে আৰু লিখিছে, ‘‘মই জেইলৰ পৰা ওলোৱাৰ পাছতো সি চৰম হতাশাত কাল কটাবলগীয়া হৈছিল। পৰীক্ষা দিব নে নিদিয়ে সেয়াই হৈ পৰিছিল মূল কথা। অৱশেষত সি পৰীক্ষাটো দিলে। নৱম আৰু দশম শ্ৰেণীত এদিনো ক্লাছ নকৰাকৈ সি পৰীক্ষাটো দিলে। মাকে পঢ়ি দিয়া অংক, বিজ্ঞান আৰু অন্যান্য বিষয়ৰ পাঠ্যক্ৰমত সি অৱশেষত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত এটা বিষয়ত লেটাৰ মাৰ্কসহ উত্তীৰ্ণ হ’ল।’’

পুত্ৰৰ এই সাফল্যত সন্তুষ্ট বিধায়ক অখিল গগৈয়ে অসম জাতীয় বিদ্যালয় শিক্ষক সমাজ আৰু পৰিচালনা সমিটিক কৰ্তৃজ্ঞতা জ্ঞাপন কৰাৰ লগতে তেওঁৰ লগতে পৰিয়ালৰ সকলো শুভাকাংক্ষীকে ধন্যবাদ জ্ঞাপন কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Ahkil Gogoiasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamMLA Akhil GogoiNachiketa
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰুছ মহিলাৰ শয্যসংগী হোৱাৰ পাছতেই যৌ* ৰোগত আক্ৰান্ত বিল গেটছ! এপষ্টিন ফাইলত ইলন মাস্ক, বিল গেটছৰ কু-অধ্যায়ৰ বৰ্ণনা
অপৰাধ

ৰুছ মহিলাৰ শয্যসংগী হোৱাৰ পাছতেই যৌ* ৰোগত আক্ৰান্ত বিল গেটছ! এপষ্টিন ফাইলত ইলন মাস্ক, বিল গেটছৰ কু-অধ্যায়ৰ বৰ্ণনা

January 31, 2026
ঝাড়ু লৈ ৰাস্তা চাফা কৰিবলৈ সদায়ে ওলায় ৮৮ বছৰীয়া প্ৰাক্তন IPS অফিচাৰ, অৱশেষত পালে পদ্মশ্ৰী
জীৱনশৈলী

ঝাড়ু লৈ ৰাস্তা চাফা কৰিবলৈ সদায়ে ওলায় ৮৮ বছৰীয়া প্ৰাক্তন IPS অফিচাৰ, অৱশেষত পালে পদ্মশ্ৰী

January 26, 2026
প্ৰেম কৰি বিবাহ, বিবাহৰ চাৰিমাহৰ পাছতেই দুই পৰপুৰুষৰ সৈতে হাতে-লুটে ধৰে স্বামীয়ে, চৰম মুহূৰ্তত কি সিদ্ধান্ত ল’লে স্বামীয়ে?
অপৰাধ

প্ৰেম কৰি বিবাহ, বিবাহৰ চাৰিমাহৰ পাছতেই দুই পৰপুৰুষৰ সৈতে হাতে-লুটে ধৰে স্বামীয়ে, চৰম মুহূৰ্তত কি সিদ্ধান্ত ল’লে স্বামীয়ে?

January 21, 2026
স্বাস্থ্য একেই আছে, এজনো অভিযুক্ত জে’লত ক্ষীণাই-শুকাই যোৱা নাই, প্ৰথম শুনানিত কান্দোনত ভাঙি পৰিল অমৃতপ্ৰভা, বাকীসকলে কি ক’লে?
অপৰাধ

স্বাস্থ্য একেই আছে, এজনো অভিযুক্ত জে’লত ক্ষীণাই-শুকাই যোৱা নাই, প্ৰথম শুনানিত কান্দোনত ভাঙি পৰিল অমৃতপ্ৰভা, বাকীসকলে কি ক’লে?

December 16, 2025
Next Post
ক্লাছত হিজাব পৰিধানৰ দাবী, পুনৰ ২৩ ছাত্ৰীক কলেজৰ পৰা নিলম্বন

ক্লাছত হিজাব পৰিধানৰ দাবী, পুনৰ ২৩ ছাত্ৰীক কলেজৰ পৰা নিলম্বন

আপুনিও বিচাৰে নেকি সাক্ষাৎ? একেলগে দিল্লীতে পাব মিয়া খলিফা আৰু ছানী লিয়নৰ সাক্ষাৎ!

আপুনিও বিচাৰে নেকি সাক্ষাৎ? একেলগে দিল্লীতে পাব মিয়া খলিফা আৰু ছানী লিয়নৰ সাক্ষাৎ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.