• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুঃচিন্তা অন্ত পৰিব নেকি গাঞ্জাপায়ীৰ! বৈধ কৰা হ’ল ভাং খেতি

দুঃচিন্তা অন্ত পৰিব নেকি গাঞ্জাপায়ীৰ! বৈধ কৰা হ’ল ভাং খেতি

4 years ago
বুধ আৰু শনিৰ মিলন, ২২ মে’ৰ পৰা সলনি এই ৫টা ৰাশিৰ ভাগ্য!

বুধ আৰু শনিৰ মিলন, ২২ মে’ৰ পৰা সলনি এই ৫টা ৰাশিৰ ভাগ্য!

23 minutes ago
কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

8th Pay Commission ৰ নতুন আপডেট, আৰম্ভ দৰমহা, পদোন্নতি আৰু পেঞ্চনৰ পৰিবৰ্তনৰ ওপৰত আলোচনা

45 minutes ago
আপোনাৰ শিশুৱে বাৰে বাৰে মূৰত আঘাত পাইছে নেকি? বিপদৰ পূৰ্বে হওক সাৱধান!

আপোনাৰ শিশুৱে বাৰে বাৰে মূৰত আঘাত পাইছে নেকি? বিপদৰ পূৰ্বে হওক সাৱধান!

1 hour ago
আপোনাৰ সংগীৰ প্ৰিয় ফুলৰ পৰা জানক প্ৰেমৰ গভীৰতা!

আপোনাৰ সংগীৰ প্ৰিয় ফুলৰ পৰা জানক প্ৰেমৰ গভীৰতা!

2 hours ago
পুৱাই আহিছে দুঃখবৰ! ভয়ংকৰ অগ্নিকাণ্ডত নিহত ৯ জন লোক

পুৱাই আহিছে দুঃখবৰ! ভয়ংকৰ অগ্নিকাণ্ডত নিহত ৯ জন লোক

3 hours ago
বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

15 hours ago
নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

15 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

16 hours ago
স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

17 hours ago
নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

18 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

18 hours ago
১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

দুঃচিন্তা অন্ত পৰিব নেকি গাঞ্জাপায়ীৰ! বৈধ কৰা হ’ল ভাং খেতি

editor by editor
June 11, 2022
in বিশ্ব
0
দুঃচিন্তা অন্ত পৰিব নেকি গাঞ্জাপায়ীৰ! বৈধ কৰা হ’ল ভাং খেতি
0
SHARES
3.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বৰ প্ৰায়বোৰ দেশতে ভাং খেতি বৈধ নহয়৷ কিন্তু তাৰ মাজতে ইউৰোপ আৰু আমেৰিকাৰ  কিছুমান দেশত ভাং খেতি বৈধ বুলি ঘোষণা কৰা হৈছে৷

কিন্তু এতিয়ালৈকে এছিয়াৰ কোনো দেশতে ভাং খেতি বৈধ কৰা হোৱা নাছিল৷ ইয়াৰ মাজতে এছিয়াৰ বিশেষকৈ দক্ষিণ পূৱ এছিয়াৰ এখন দেশত ভাং খেতি বৈধ কৰা হৈছে৷

ভাং খেতি বৈধ কৰা এছিয়াৰ প্ৰথমখন দেশ হৈছে থাইলেণ্ড৷ ঔষধিযুক্ত বহু উপাদান উপলব্ধ বাবে দেশখনত ভাং খেতি বৈধ কৰা হৈছে৷

লগতে পঢ়ক অ’ই ৰাম ‘কিয়াৰা-সিদ্ধাৰ্থ’ৰ বিয়াহে! পুনৰ মিলনৰ পিছত বিয়াৰ প্ৰস্তুতি সম্পূৰ্ণপ্ৰায়!

উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০১৬ চনত থাইলেণ্ডে চিকিৎসাৰ বাবে ভাঙৰ মজুতকৰণক আইনগতভাৱে স্বীকৃতি দিয়া হৈছিল। কিন্তু দেশখনত ভাং খেতি অবৈধ হোৱাৰ বাবে সমগ্ৰ দেশতে অবৈধ ভাং আমদানি বৃদ্ধি পাবলৈ ধৰিছিল।

একাংশ বিশেষজ্ঞৰ মতে এই পদক্ষেপে সমস্যাটো নিয়ন্ত্ৰণ কৰাত সহায় কৰিব। থাইলেণ্ডৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি কৃষকসকলক ১০ লাখ ভাং গছ বিতৰণ কৰি আইনগতভাৱে উৎপাদন বৃদ্ধি কৰিবলৈ দিয়া হ’ব।

কিন্তু চিকিৎসাৰ বাহিৰে অন্য কাৰণত ভাং সেৱন কৰাটো এতিয়াও আইনী অপৰাধ হিচাপে গণ্য কৰা হ’ব। সেয়ে ভাং সেৱন কৰা লোকসকলে পূৰ্বৰ দৰে শাস্তিৰ সন্মুখীন হ’ব। ৰাজহুৱা স্থানত ড্ৰাগছ আৰু ভাং সেৱন কৰিলে তিনিমাহ পৰ্যন্ত কাৰাদণ্ড আৰু ৬০ হাজাৰ টকাৰ অধিক নহয় জৰিমনা বিহা হ’ব পাৰে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamCannabiscannabis cultivationcannabis cultivation legalisescannabis legalises
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 
জীৱনশৈলী

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

April 26, 2026
কৰ্কটত আক্ৰান্ত নেতানিয়াহু, প্ৰষ্টেট কেন্সাৰ নেকি নেতানিয়াহুৰ? বৰ্তমান অৱস্থা কেনেকুৱা?
বিশ্ব

কৰ্কটত আক্ৰান্ত নেতানিয়াহু, প্ৰষ্টেট কেন্সাৰ নেকি নেতানিয়াহুৰ? বৰ্তমান অৱস্থা কেনেকুৱা?

April 25, 2026
দৈনিক প্লাষ্টিকেই খাইছে! এই ৭ সামগ্ৰীৰ পৰা দৈনিক শৰীৰত সোমাইছে লাখ লাখ মাইক্ৰপ্লাষ্টিক?
জীৱনশৈলী

দৈনিক প্লাষ্টিকেই খাইছে! এই ৭ সামগ্ৰীৰ পৰা দৈনিক শৰীৰত সোমাইছে লাখ লাখ মাইক্ৰপ্লাষ্টিক?

April 25, 2026
মৃত্যুৰ ২৪ ঘণ্টা পূৰ্বে ভয়ংকৰ সংকেত দিয়ে শৰীৰে, এই ৩ লক্ষণ জানিলে আচৰিত হ’ব আপুনি
জীৱনশৈলী

মৃত্যুৰ ২৪ ঘণ্টা পূৰ্বে ভয়ংকৰ সংকেত দিয়ে শৰীৰে, এই ৩ লক্ষণ জানিলে আচৰিত হ’ব আপুনি

April 25, 2026
Next Post
বিশ্ববিশ্ৰুত শিল্পী জাষ্টিন বেইবাৰ অসুস্থ, মিউজিকেল ট্যুৰ বাতিল; কি ৰোগত আক্ৰান্ত হৈছে জাষ্টিন?

বিশ্ববিশ্ৰুত শিল্পী জাষ্টিন বেইবাৰ অসুস্থ, মিউজিকেল ট্যুৰ বাতিল; কি ৰোগত আক্ৰান্ত হৈছে জাষ্টিন?

প’প গায়িকা ব্ৰিটেনীৰ তৃতীয় বিবাহ, বিবাহ অনুষ্ঠানত প্ৰথম স্বামীয়ে এয়া কৰিলে কি?

প’প গায়িকা ব্ৰিটেনীৰ তৃতীয় বিবাহ, বিবাহ অনুষ্ঠানত প্ৰথম স্বামীয়ে এয়া কৰিলে কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.