• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাৱধান! অসম আৰু মেঘালয়ক কেন্দ্ৰীয় বতৰ বিজ্ঞানৰ সাৱধান বাণী

সাৱধান! অসম আৰু মেঘালয়ক কেন্দ্ৰীয় বতৰ বিজ্ঞানৰ সাৱধান বাণী

4 years ago
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

14 minutes ago
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

3 hours ago
UPI লেনদেনত নতুন নিয়ম

UPI লেনদেনত নতুন নিয়ম

3 hours ago
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

4 hours ago
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

4 hours ago
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

5 hours ago
CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

5 hours ago
আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

6 hours ago
মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

6 hours ago
‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

7 hours ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

7 hours ago
মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সাৱধান! অসম আৰু মেঘালয়ক কেন্দ্ৰীয় বতৰ বিজ্ঞানৰ সাৱধান বাণী

সাৱধান! অসম আৰু মেঘালয়ক কেন্দ্ৰীয় বতৰ বিজ্ঞানৰ সাৱধান বাণী

editor by editor
June 19, 2022
in অসম, ভাৰত
0
সাৱধান! অসম আৰু মেঘালয়ক কেন্দ্ৰীয় বতৰ বিজ্ঞানৰ সাৱধান বাণী
0
SHARES
924
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সপ্তাহজুৰি দিয়া নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত বানৰ হাহাকাৰ পৰিস্থিতি। নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বানৰ বিভিষিকাময় পৰিবেশ।

খাদ্য,বস্ত্ৰৰ পৰা আৰম্ভ কৰি থাকিবলৈ ঠাই নাইকিয়া হৈছে বানপিড়িত জনতাৰ। সপ্তাহজুৰি দিয়া নেৰানেপেৰা বৰষুণৰ ফলত পূৰ্বতে কেতিয়াও নোহোৱা ন ন আঞ্চলত এইবাৰ বানে লৈছে ভয়ংকৰ ৰূপ।

অসমৰ এনে ভয়াবহ বান পৰিস্থিতিক লৈ কেৱল ৰাজ্যখনেই নহ’য় দেশৰ লগতে কেইবাখনো বহি ৰাষ্ট্ৰয়ো অসমৰ বন পৰিস্হিতিক লৈ চিন্তিত হৈ পৰিছে ।

আনকি অসমৰ বান পৰিস্থিতিক লৈ আমেৰিকাৰ “নিউইয়ক টাইমছ”ৰ দৰে বিশ্বৰ আগশাৰী বাতৰি কাকতেও কাকতৰ প্ৰথম পৃষ্ঠাতেই মুখ্য বাতৰি হিচাপে শিৰোনাম প্ৰকাশ কৰিছে অসমৰ বান পৰিস্থিতিক।

ইফালে এনে ভয়াবহ বানৰ এনে অচলাৱস্থাৰ পৰা পৰিত্ৰান বিচাৰি বৈজ্ঞানিক দৃষ্টিভংগিক পৰিহাৰ কৰি অন্ধবিশ্বাসৰ বসৱৰ্তী হৈ বিভিন্ন অঞ্চলৰ লোকে বিভিন্ন ঠাইত বিভিন্ন পন্থা হাতত লোৱাৰ দৃশ্যও প্ৰত্যক্ষ হৈছে সংবাদ মাধ্যমত।

পিছে অন্ধবিশ্বাসেই হওক বা পৰিবেশজনিত কাৰণেই হওক। যোৱা এটা দিনত পূৰ্বতকৈ সামান্য পৰিমাণে বৰষুণৰ পৰিমাণ কম হোৱাৰ ফলত ঠাই ভেদে ৰাজ্যখনৰ বিভিন্ন স্থানত বানপানীৰ পৰিবেশ সাধাৰণ অৱস্থালৈ উভতি আহিছে।

হ’লেও ৰাজ্যৰ ৩৫খন জিলাৰ ৩৩খন জিলাই বৰ্তমানেও পানীৰ তলত। লগতে এনে ভয়াৱহ বান পৰিস্থিতিৰ মুখামুখি হৈ ৰাজ্যখনৰ প্ৰায় ৩০লক্ষ্যাধিক লোকে ঘৰ-বাৰী হেৰুৱাই দিহিঙে-দিপাঙে ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ ঢাপলি মেলিব লগিয়া পৰিস্থিতি আহি পৰিছে।

কিন্তু তাৰ মাজতে কেন্দ্ৰীয় বতৰ বিজ্ঞানে পুনৰ সাৱধান বাণী দিছে উত্তৰ-পূবৰ অসম আৰু মেঘালয়ৰক।

সোমাবাৰ দিনটোত অসমৰ লগতে মেঘালয়ত বিগত দিনৰ দৰেই ধাৰাসাৰ বৃষ্টিপাতৰ আশংকা কৰিছে কেন্দ্ৰী বতৰ বিজ্ঞানে। যাৰ পৰিপ্ৰেক্ষিত অসম আৰু মেঘালয়ক অ’ৰেঞ্জ এলাৰ্ট দিছে বতৰ বিজ্ঞানে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assamassam ka tazza khabaraxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assamindianarendra-modisarbananda sonowal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল
অসম

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

September 15, 2026
UPI লেনদেনত নতুন নিয়ম
প্ৰযুক্তি

UPI লেনদেনত নতুন নিয়ম

September 15, 2026
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান
বিনোদন

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

September 15, 2026
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?
অসম

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

September 15, 2026
Next Post
শোকাৱহ! কৰ্তব্যৰত অৱস্থাতে নিশা বানত উটি গ’ল বিষয়াসহ আৰক্ষী কণিষ্ঠবল, মৃতদেহ উদ্ধাৰ

শোকাৱহ! কৰ্তব্যৰত অৱস্থাতে নিশা বানত উটি গ’ল বিষয়াসহ আৰক্ষী কণিষ্ঠবল, মৃতদেহ উদ্ধাৰ

সুন্দৰী কেপ্তেইন মণিকা খান্না, কেনেকৈ প্ৰাণৰক্ষা কৰিলে ১৮৫ যাত্ৰীৰ? চাওক ভিডিঅ’…

সুন্দৰী কেপ্তেইন মণিকা খান্না, কেনেকৈ প্ৰাণৰক্ষা কৰিলে ১৮৫ যাত্ৰীৰ? চাওক ভিডিঅ’...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.