• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যৌনতা নিষিদ্ধ! নিৰ্দেশ অমান্য কৰিলে ৭ বছৰ কাৰাদণ্ড, ক’ত দিয়া হৈছে এই কঠোৰ নিৰ্দেশ?

যৌনতা নিষিদ্ধ! নিৰ্দেশ অমান্য কৰিলে ৭ বছৰ কাৰাদণ্ড, ক’ত দিয়া হৈছে এই কঠোৰ নিৰ্দেশ?

4 years ago
মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?

মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?

30 minutes ago
অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?

অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?

52 minutes ago
আজি নিশা আকাশত সৰলৰেখাত থাকিব ৪গ্ৰহ, গঠিত হ’ব ধনযোগ, টকা গণি শেষ কৰিব নোৱাৰিব ৪ৰাশিয়ে

আজি নিশা আকাশত সৰলৰেখাত থাকিব ৪গ্ৰহ, গঠিত হ’ব ধনযোগ, টকা গণি শেষ কৰিব নোৱাৰিব ৪ৰাশিয়ে

1 hour ago
ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?

ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?

2 hours ago
ভাৰততেই চলে এছিয়াৰ আটাইতকৈ দামী ৰে’ল, ১ টা টিকটৰ দামত আপুনি কিনিব পাৰিব ১৩৫ গ্ৰাম সোণ, কি নাম এই বিলাসী ৰে’লৰ?

ভাৰততেই চলে এছিয়াৰ আটাইতকৈ দামী ৰে’ল, ১ টা টিকটৰ দামত আপুনি কিনিব পাৰিব ১৩৫ গ্ৰাম সোণ, কি নাম এই বিলাসী ৰে’লৰ?

2 hours ago
এগৰাকী যুৱতীকেই বিয়া কৰাইছিল দুই ভাতৃয়ে, দুজন ভাতৃৰ ঘৰলৈ আহিল দেৱদূত, এই সন্তানৰ জন্ম পত্ৰিকাত কোন হ’ব পিতৃ?

এগৰাকী যুৱতীকেই বিয়া কৰাইছিল দুই ভাতৃয়ে, দুজন ভাতৃৰ ঘৰলৈ আহিল দেৱদূত, এই সন্তানৰ জন্ম পত্ৰিকাত কোন হ’ব পিতৃ?

2 hours ago
চুলিৰ বাবে কণী উপকাৰী, কিন্তু কেনেকৈ লগাব? কেনেকৈ লগালে চুলি ৰেচমী হৈ পৰিব?

চুলিৰ বাবে কণী উপকাৰী, কিন্তু কেনেকৈ লগাব? কেনেকৈ লগালে চুলি ৰেচমী হৈ পৰিব?

2 hours ago
মে মাহত বাম্পাৰ লাভ ৩ৰাশিৰ, শুক্ৰৰ গোচৰ জীৱনলৈ আহিব লাক্সাৰি

মে মাহত বাম্পাৰ লাভ ৩ৰাশিৰ, শুক্ৰৰ গোচৰ জীৱনলৈ আহিব লাক্সাৰি

3 hours ago
লতাশিল খেলপথাৰত অনুষ্ঠিত গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা, বিহু সম্ৰাজ্ঞী সংগীতাই উপহাৰ হিচাপে কি কি লাভ কৰিলে?

লতাশিল খেলপথাৰত অনুষ্ঠিত গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা, বিহু সম্ৰাজ্ঞী সংগীতাই উপহাৰ হিচাপে কি কি লাভ কৰিলে?

4 hours ago
‘বিগত ৭মাহে আবেগিকভাৱে ভাঙি পৰিছো, যি হেৰুৱাইছো সেয়া বুজাব নোৱাৰো, এতিয়া শূন্যতাৰ বাহিৰে একো নাই’ পাণ্ডু বিহুতলিৰ পৰা কি বাৰ্তা গৰিমা গাৰ্গৰ?

‘বিগত ৭মাহে আবেগিকভাৱে ভাঙি পৰিছো, যি হেৰুৱাইছো সেয়া বুজাব নোৱাৰো, এতিয়া শূন্যতাৰ বাহিৰে একো নাই’ পাণ্ডু বিহুতলিৰ পৰা কি বাৰ্তা গৰিমা গাৰ্গৰ?

4 hours ago
শুকুৰবৰীয়া নামাজত বো* দিবলৈ গৈ নিজেই গ্ৰহণ কৰিলে ইছলাম, হঠাৎ ইছলাম প্ৰেম কেনেকৈ আহিল মনত, জানক সবিশেষ

শুকুৰবৰীয়া নামাজত বো* দিবলৈ গৈ নিজেই গ্ৰহণ কৰিলে ইছলাম, হঠাৎ ইছলাম প্ৰেম কেনেকৈ আহিল মনত, জানক সবিশেষ

5 hours ago
অক্ষয় তৃতীয়াত কৃত্তিকা নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, মা লক্ষ্মীৰ আগমন হ’ব এই ৩ৰাশিৰ ঘৰত

অক্ষয় তৃতীয়াত কৃত্তিকা নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, মা লক্ষ্মীৰ আগমন হ’ব এই ৩ৰাশিৰ ঘৰত

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

যৌনতা নিষিদ্ধ! নিৰ্দেশ অমান্য কৰিলে ৭ বছৰ কাৰাদণ্ড, ক’ত দিয়া হৈছে এই কঠোৰ নিৰ্দেশ?

editor by editor
June 22, 2022
in ক্ৰীড়া, বিশ্ব
0
যৌনতা নিষিদ্ধ! নিৰ্দেশ অমান্য কৰিলে ৭ বছৰ কাৰাদণ্ড, ক’ত দিয়া হৈছে এই কঠোৰ নিৰ্দেশ?
0
SHARES
3.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এক কঠোৰ নিৰ্দেশে বিশ্বৰ লাখ লাখ ক্ৰীড়াপ্ৰেমীক হতাশ কৰিছে৷ ফিফা বিশ্ব ফুটবল ২০২২ৰ আয়োজক দেশ কাটাৰে ঘোষণা কৰা কঠোৰ নিৰ্দেশৰ পিছতে সমগ্ৰ ক্ৰীড়া বিশ্বতে তুমুল চাঞ্চল্যৰ সৃষ্টি হৈছে৷

উল্লেখ্য যে ক্ৰীড়া বিশ্বৰ বৃহৎ তথা ফুটবল বিশ্বৰ বৃহত্তম প্ৰতিযোগিতা ফিফা বিশ্ব ফুটবল ২০২২ প্ৰথমবাৰৰ বাবে মধ্যপ্ৰাচ্যৰ ইছলামিক দেশ কাটাৰত অনুষ্ঠিত হ’ব৷ প্ৰতিযোগিতাখনকলৈ ফুটবল অনুৰাগীসকলক উৎকণ্ঠিত হৈ থকাৰ সময়তে কাটাৰকে ঘোষণা কৰিছে যে দেশখনত অনুষ্ঠিত প্ৰতিযোগিতাত দৰ্শনৰ বাবে যোৱা কোনো লোকেই যৌন সম্পৰ্ক স্থাপন কৰিব নোৱাৰিব৷

উল্লেখ্য যে সাধাৰণতে বিশ্বৰ বৃহৎ ক্ৰীড়া প্ৰতিযোগিতাসমূহত এক বিশাল যৌন ব্যৱসায় চলে৷ বিশেষকৈ ক্ৰীড়া প্ৰেমীৰ যৌন কামনা পূৰণ কৰিবলৈ বিভিন্ন দেশৰ যৌন কৰ্মীসকলৰ সমাৱেশ ঘটে৷ কিন্তু এইবাৰ কাটাৰে ফিফা বিশ্বকাপৰ উপলক্ষ্যে যৌন সম্ভোগ নিষিদ্ধ কৰাৰ পিছতে এই বৃহৎ ব্যৱসায়ত ভাটা পৰা বুলিয়েই ধাৰণা কৰা হৈছে৷

লগতে পঢ়ক ‘পুষ্পা’ৰ ছিকুৱেলত দেখা নাপাব নেকি ৰশ্মিকাক? কি ক’লে প্ৰযোজকে?

কাটাৰে ঘোষণা কৰা মতে ফিফা বিশ্বকাপ চাবলৈ অহা অনুৰাগীসকলে দেশখনত প্ৰৱেশ কৰাৰ পিছতে কঠোৰ নিয়ম মানি চলিব লাগিব। আচলতে ইছলামিক ৰাষ্ট্ৰ কাটাৰত যৌন সম্পৰ্ক সম্পৰ্কীয় কঠোৰ নিয়ম পূৰ্বৰে পৰা প্ৰচলিত আছে।

খেল চাবলৈ যোৱা স্বামী বা পত্নীৰ বাহিৰে আন ক্ৰীড়া প্ৰেমীয়ে যৌন সম্পৰ্ক স্থাপন কৰাটো দেশখনে অবৈধ ঘোষণা কৰাৰ লগতে কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিছে। কাটাৰলৈ যোৱা  চিংগল লোকসকলে যদি কাৰোবাৰ লগত যৌন সম্পৰ্ক স্থাপন কৰি ধৰা পৰে, তেওঁলোকক তেন্তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰে। আনকি তেনে লোকে ৭ বছৰৰ কাৰাবাসো খাটিবলগীয়া হ’ব পাৰে৷

লগতে পঢ়ক আজিৰ পৰা অম্বুবাচী পূজা, ষাঁঠৰ উপলক্ষ্যে কি কি নিয়ম মানি চলিব?

কাটাৰে বিদেশী ফুটবল অনুৰাগীসকলক সকীয়াই দিছে যে এইবাৰৰ ফুটবল বিশ্বকাপত ৱান নাইট ষ্টেণ্ড সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ’ব। যদি কাৰোবাক ইয়াৰ লগত জড়িত পোৱা যায় তেন্তে তেওঁ ৭ বছৰ কাৰাবাস প্ৰায় নিশ্চিত।

উল্লেখ্য যে কাটাৰে এই ঘোষণা কৰা পিছতে এইবাৰৰ বিশ্বকাপক প্ৰথম যৌন নিষেধাজ্ঞামূলক বিশ্ব  ফুটবল বিশ্বকাপ বুলি অভিহিত কৰা হৈছে৷ ইয়াৰ পূৰ্বে কোনো বিশ্বকাপ ফুটবল প্ৰতিযোগিতাতে এনে ঘোষণা কৰাৰ নজিৰ পাবলৈ নাই।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamQatarQatar FIFA World CupQatar FIFA World Cup 2022
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুকুৰবৰীয়া নামাজত বো* দিবলৈ গৈ নিজেই গ্ৰহণ কৰিলে ইছলাম, হঠাৎ ইছলাম প্ৰেম কেনেকৈ আহিল মনত, জানক সবিশেষ
জীৱনশৈলী

শুকুৰবৰীয়া নামাজত বো* দিবলৈ গৈ নিজেই গ্ৰহণ কৰিলে ইছলাম, হঠাৎ ইছলাম প্ৰেম কেনেকৈ আহিল মনত, জানক সবিশেষ

April 18, 2026
বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?
জীৱনশৈলী

বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

April 16, 2026
লস্কৰৰ প্ৰতিষ্ঠাতা সদস্য আমিৰ হামজাক লক্ষ্য কৰি গুলি, লাহৌৰত সংকটজনক অৱস্থাত হামজা, ভাৰতত কৰা বহু সন্ত্ৰাসবাদী আক্ৰমণত জড়িত হামজা
জীৱনশৈলী

লস্কৰৰ প্ৰতিষ্ঠাতা সদস্য আমিৰ হামজাক লক্ষ্য কৰি গুলি, লাহৌৰত সংকটজনক অৱস্থাত হামজা, ভাৰতত কৰা বহু সন্ত্ৰাসবাদী আক্ৰমণত জড়িত হামজা

April 16, 2026
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?
জীৱনশৈলী

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

April 15, 2026
Next Post
আমাজনৰ পৰা ডিৰাকলৈ সম্পদ লুণ্ঠনৰ একেই কাহিনী…

আমাজনৰ পৰা ডিৰাকলৈ সম্পদ লুণ্ঠনৰ একেই কাহিনী...

ৰুষ্ট প্ৰকৃতি! ভয়ংকৰ ভূমিকম্পত ১ হাজাৰ লোকৰ মৃত্যু, ১৫ শৰো অধিক লোক আহত

ৰুষ্ট প্ৰকৃতি! ভয়ংকৰ ভূমিকম্পত ১ হাজাৰ লোকৰ মৃত্যু, ১৫ শৰো অধিক লোক আহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.