• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘তাজমহলৰ সৌন্দৰ্যৰ আঁৰত প্লাষ্টিক প্ৰদূষণ’, মণিপুৰী কিশোৰীৰ টুইটৰ পাছতে দেশত হাহাকাৰ

4 years ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

33 minutes ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

52 minutes ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

1 hour ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

2 hours ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

3 hours ago
১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

4 hours ago
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

5 hours ago
অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘তাজমহলৰ সৌন্দৰ্যৰ আঁৰত প্লাষ্টিক প্ৰদূষণ’, মণিপুৰী কিশোৰীৰ টুইটৰ পাছতে দেশত হাহাকাৰ

editor by editor
June 23, 2022
in বিবিধ, ভাৰত
0
‘তাজমহলৰ সৌন্দৰ্যৰ আঁৰত প্লাষ্টিক প্ৰদূষণ’, মণিপুৰী কিশোৰীৰ টুইটৰ পাছতে দেশত হাহাকাৰ
0
SHARES
20.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ মণিপুৰত জন্মগ্ৰহণ কৰা ১০ বছৰীয়া কিশোৰী লিচীপ্ৰিয়া কংগুজাম৷ লিচীপ্ৰিয়া ভাৰতীয় শিশু পৰিৱেশবিদ আৰু জলবায়ু কৰ্মী৷ মাত্ৰ ৬ বছৰ বয়সৰ পৰাই লিচীপ্ৰিয়াই পৰিৱেশ সুৰক্ষাৰ বাবে সমগ্ৰ বিশ্বতে প্ৰচাৰ চলাই আহিছে।

লিচীপ্ৰিয়াই ২০১৯ চনত সংসদ ভৱনৰ সন্মুখত পৰিৱেশ পৰিৱৰ্তন আইন আৰু শিক্ষা নীতিত পৰিৱেশ অন্তৰ্ভুক্ত কৰাৰ দাবীত প্ৰতিবাদ কৰিছিল। ২০১৯ চনতেই তেওঁ স্পেইনৰ মাদ্ৰিদত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলনত (চিঅ’পি-২৫) আটাইতকৈ কম বয়সীয়া পৰিৱেশবিদ হিচাপে স্বীকৃত হৈছিল।

লগতে পঢ়ক জুলাইত চৰকাৰী কৰ্মচাৰীলৈ অতি ভাল খবৰ! কি কি ভাল খবৰে হাঁহি বিৰিঙাব কৰ্মচৰাৰী ওঁঠত?

লিচিপ্ৰিয়াই এতিয়ালৈকে পৰিৱেশ সজাগতাৰ বাবে ৩২ খন দেশৰ ৪০০০তকৈও অধিক প্ৰতিষ্ঠান ভ্ৰমণ কৰিছে। কিন্তু শেহতীয়াভাৱে ২১ জুনত লিচীপ্ৰিয়াই তাজমহলৰ পিছফালে যমুনাৰ পাৰত থিয় হৈ থকা এখন ফটো টুইট কৰিছিল। তেওঁৰ হাতত আছে এখন প্লে-কাৰ্ড আছে। তাত লিখা আছে যে ‘তাজমহলৰ সৌন্দৰ্যৰ আঁৰত প্লাষ্টিক প্ৰদূষণ’৷

লিচীপ্ৰিয়াৰ ফটোখন দেশৰ ২,০০০ তকৈও অধিক লোকে ৰিটুইট কৰিছে। ৮০০০ ৰো অধিক লোকে লাইক কৰিছে৷ ফটোখন ভাইৰেল হোৱাৰ পিছতে আগ্ৰা মণ্ডলৰ বিভাগৰ আয়ুক্ত অমিত গুপ্তাই সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা উত্তৰ বিচাৰে। ইয়াৰ পিছত বুধবাৰে পৌৰ নিগমে ইয়াৰ অফিচিয়েল হেণ্ডেলৰ পৰা টুইটটোৰ সঁহাৰি দিয়ে।

লগতে পঢ়ক আগুৱাই গৈয়ো ক’ত ৰৈ গ’ল নতুন অসমীয়া ছবি ‘এমুঠি পুঠি‘?

তেওঁ কয় যে যেতিয়া যমুনা নদীৰ পানীৰ স্তৰ হ্ৰাস পায়, প্লাষ্টিকৰ আৱৰ্জনা থুপ খায়। আয়ুক্ত অমিত গুপ্তাই কয় যে আমাৰ দলে নিয়মীয়াকৈ পৰিষ্কাৰ কৰে। লগতে বুধবাৰৰ আন এখন ফটোও নিগমে টুইট কৰিছে। বিশেষজ্ঞসকলৰ মতে, এই ফটোখন ২৭ মে’ৰ বুলি কোৱা হৈছে। এইকেইদিন লিচীপ্ৰিয়াই লক্ষ্ণৌত জলবায়ু পৰিৱৰ্তন আইনৰ দাবীত প্ৰতিবাদ কৰি আছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamLicypriya Kangujamtajmahal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?
জীৱনশৈলী

April 10, 2026
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?
জীৱনশৈলী

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

April 10, 2026
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

April 10, 2026
Next Post
অম্বুবাচী হিন্দুধৰ্মৰ এক বছৰেকীয়া উৎসৱ, কিমান দিন থাকে অম্বুবাচীৰ স্থিতি?

১ লাখ বিনিয়োগেৰে ৫০ লাখ টকা উপাৰ্জন! কেনেকৈ সম্ভৱ হ’ল এয়া?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন